Road accident in Tezpur: তেজপুৰত পথ দুর্ঘটনাত নিহত দুজন - Road Accident in Tezpur
তেজপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুখন ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষ ৷ দুৰ্ঘটনাটোত থিতাতে নিহত দুজন লোক ৷
![Road accident in Tezpur: তেজপুৰত পথ দুর্ঘটনাত নিহত দুজন Driver killed in road accident in Tezpur](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-17050358-thumbnail-3x2-hjdgj.jpg?imwidth=3840)
তেজপুৰত পথ দুর্ঘটনাত নিহত দুজন
- তেজপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা(Road Accident in Tezpur)
- দুখন ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষ
- দুৰ্ঘটনাটোত থিতাতে নিহত দুজন লোক
- ইয়াৰে এজন ডাম্পাৰৰ চালক আৰু আনজন সহযোগী
- আনহাতে আহত আন দুজন লোকক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ
- তেজপুৰৰ বৰঘাটত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটোতেজপুৰত পথ দুর্ঘটনাত নিহত দুজন
- বৰঘাট অঞ্চলৰ মাজেৰে চৌকিঘাত সংযোগী পথৰ নিৰ্মাণ কাৰ্য্যত ব্যৱহৃত আছিল ডাম্পাৰ দুখন
- পথত গতি ৰোধক নথকাৰ বাবেই দুৰ্ঘটনাটো সংঘতিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ