ETV Bharat / state

ঢেকিয়াজুলিত গৰাখহনীয়া সমস্যাৰ মাজেৰে মহা অষ্টমী মেলা উদযাপন - অষ্টমী মেলা

শোণিতপুৰৰ ঢেকীয়াজুলিত পালন কৰা হৈছে বৃহৎ অষ্টমী মেলা, শিশু কৃষ্ণৰ গুণ গৰিমা, বন্দনাৰে মুখৰিত হৈ পৰিছে সমগ্ৰ ঢেকীয়াজুলি অঞ্চল । ঢেকীয়াজুলি বেলশিৰি নৈৰ কাষত আয়োজন কৰা অশোক অষ্টমী গংগা মেলাত এক প্ৰকাৰৰ সমস্যাৰ সৃষ্টি কৰিলে নৈৰ গৰাখহনীয়াই

শ্ৰীকৃষ্ণৰ গুণ গৰিমা, বন্দনাৰে মুখৰিত সমগ্ৰ ঢেকীয়াজুলি অঞ্চল
author img

By

Published : Apr 14, 2019, 5:15 PM IST

ঢেকীয়াজুলি, 14 এপ্ৰিলঃ সমগ্ৰ ভাৰতবৰ্ষৰ লগতে শোণিতপুৰৰ ঢেকীয়াজুলিতো পালন কৰা হৈছে বৃহৎ অষ্টমী মেলা । শিশু কৃষ্ণৰ গুণ গৰিমা, বন্দনাৰে মুখৰিত হৈছে সমগ্ৰ ঢেকীয়াজুলি অঞ্চল । অষ্টমী উপলক্ষে ঢেকীয়াজুলি বেলশিৰি নৈৰ কাষত আয়োজন কৰা হৈছে অশোক অষ্টমী গংগা মেলাৰ৷ সকলো ধৰ্মাৱলম্বীৰ লোকে অংশ লোৱা এই মেলাত প্ৰায় 2 লক্ষাধিকৰো অধিক লোকৰ সমাগম হোৱা পৰিলক্ষিত হয় । কোনোবাই যদি সামগ্ৰী ক্ৰয় কৰাৰ উদ্দেশ্যত আন কোনোবাই শ্ৰী কৃষ্ণৰ আশীষ বিচাৰি আহিছে অষ্টমী মেলালৈ ,এই মেলাক কেন্দ্ৰ কৰি কুমাৰ সকলেও বছৰ-বছৰ ধৰি মাটিৰ পাত্ৰ বিক্ৰী কৰি জীয়াই ৰাখি আহিছে পুৰণি সংস্কৃতি তথা পৰম্পৰা ।

শ্ৰীকৃষ্ণৰ গুণ গৰিমা, বন্দনাৰে মুখৰিত সমগ্ৰ ঢেকীয়াজুলি অঞ্চল

এফালে যদি মেলাৰ আনন্দ আনফালে আকৌ সাংবাদিকৰ কেমেৰাত বন্দী হ'ল কিছুমান ভয়ংকৰ দৃশ্য । বেলশিৰি নৈৰ পাৰত অনুষ্ঠিত অষ্টমী মেলাৰ দোকান বোৰ খহি পৰি যিকোনো মুহুৰ্ততে সংঘটিত হ'ব পাৰে ভয়ংকৰ ঘটনা৷ পৰম্পৰাগতভাৱে বেলশিৰি নৈৰ কাষত এই অশোক অষ্টমী গংগা মেলা অনুষ্ঠিত হৈ আহিছে যদিও মেলালৈ অহা মূল পথটোত উক্ত নৈ খনৰ গৰাখহনীয়াই ৰাইজক যথেষ্ট অসুবিধাত পেলাইছে । অসংখ্য লোকৰ সমাগম ঘটা এই মেলাত যিকোনো সময়তে পাৰ ভাগি নৈত বাগৰি পৰিব পাৰে মানুহ । এইক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষক মেলা উদযাপন কমিটিয়ে অতি শীঘ্ৰেই দৃষ্টি দিবলৈ আহ্বান জনায়৷

Intro:*ঢেকীয়াজুলিত বৄহৎ অষ্টমী মেলাত নৈৰ গৰাখহনীয়াই সৃষ্টি কৰিলে সমস্যাৰ*

vo-1 সমগ্ৰ ভাৰতবৰ্ষৰ লগতে শোণিতপুৰৰ ঢেকীয়াজুলিতো পালন কৰা হৈছে বৃহৎ অষ্টমী মেলা। শিশু কৃষ্ণৰ গুণ গৰিমা, বন্দনাৰে মূখৰিত হৈছে সমগ্ৰ ঢেকীয়াজুলি অঞ্চল। অষ্টমী উপলক্ষে ঢেকীয়াজুলি বেলশিৰি নৈৰ কাষত আয়োজন কৰা হৈছে অশোক অষ্টমী গংগা মেলাৰ,সকলো ধৰ্মাৱলম্বীৰ লোকে এই মেলাত ভাগ লয়,এই মেলাত প্ৰায় 2 লক্ষাধিকৰোঁ অধিক লোকৰ সমাগম ঘটে । কোনোবাই যদি সামগ্ৰী ক্ৰয় কৰাৰ উদ্দেশ্যত আন কোনোবাই শ্ৰী কৃষ্ণৰ আশীষ বিচাৰি আহিছে অষ্টমী মেলালৈ ,এই মেলাক কেন্দ্ৰ কৰি কুমাৰ সকলেও বছৰ-বছৰ ধৰি মাটিৰ বাচন-বৰ্তন বিক্ৰী কৰি জীয়াই ৰাখি আহিছে আদিম সংস্কৃতি । সকলো লোকৰ মুখত ভাঁহি উঠিছে মেলাৰ আনন্দ । এফালে যদি মেলাৰ আনন্দ আনফালে আমাৰ সাংবাদিকৰ কেমেৰাত বন্দী হ'ল কিছুমান ভয়ংকৰ দৃশ্য । মনকৰক নৈৰ পাৰৰ এই দৃশ্য সমূহ লৈ ।এয়াই এই অষ্টমী মেলাৰ মূল প্ৰৱেশ পথ। মন কৰক দোকান বোৰলৈ যিকোনো মুহুৰ্ততে পাৰ ভাঙিলেই ঘটিব পাৰে ভয়ংকৰ ঘটনা ,এই সন্দৰ্ভত কি কলে দোকানীয়ে ?

বাইট: দোকানী

V-2 :বিগত ৪৮ বছৰ ধৰি শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ বেলশিৰি নৈৰ কাষত এই অশোক অষ্টমী গংগা মেলা অনুষ্ঠিত হৈ আহিছে কিন্তু মেলালৈ অহা মূল পথটো উক্ত নৈখনৰ গৰাখহনীয়াই ভক্তপ্রাণ ৰাইজক যথেষ্ট অসুবিধাত পেলাইছে।অসংখ্য লোকৰ সমাগম ঘটা এই মেলাত মুল এই ঠেক পথটোৰ পৰা যিকোনো সময়তে বাগৰি পৰিব পাৰে মানুহ। এইক্ষেত্রত বিভাগীয় কৰ্তৃপক্ষক মেলা উদযাপন কমিটি অতি শীঘ্রে দৃষ্টি দিবলৈ আহ্বান জনায়।
বাইট: উদযাপন কমিটি ।
অমল নাথ, ঢেকিয়াজুলি ।Body:*ঢেকীয়াজুলিত বৄহৎ অষ্টমী মেলাত নৈৰ গৰাখহনীয়াই সৃষ্টি কৰিলে সমস্যাৰ*

অমল নাথ, ঢেকিয়াজুলি ।Conclusion:*ঢেকীয়াজুলিত বৄহৎ অষ্টমী মেলাত নৈৰ গৰাখহনীয়াই সৃষ্টি কৰিলে সমস্যাৰ*

অমল নাথ, ঢেকিয়াজুলি ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.