ETV Bharat / state

ৰাজ্যত বৃহৎ প্ৰাবল্যৰ ভুমিকম্পৰ জোকাৰণি: আতংকিত ৰাইজ - EARTHQUAKE IN ASSAM

ঢেকীয়াজুলিৰ বিভিন্ন স্থানত বহু লোকৰ পকী ঘৰৰ অংশ ভাগি যোৱা দেখিবলৈ পোৱা গৈছে । পথাৰৰ বহু স্থানত একেৰাহে পানী ওলাই থকাত এতিয়া সেই অঞ্চলবোৰৰ ৰাইজ তীব্ৰ আতংকিত হৈছে ।

ভূমিকম্পৰ ফলত বিস্তৰ ক্ষতি ঢেকীয়াজুলিত
ভূমিকম্পৰ ফলত বিস্তৰ ক্ষতি ঢেকীয়াজুলিত
author img

By

Published : Apr 28, 2021, 1:48 PM IST

ৰঙাপৰা,২৮ এপ্ৰিল: বুধবাৰে পুৱাই অহা ভূমিকম্পই বিস্তৰ ক্ষতি সাধন কৰে অসমৰ ভিন্ন প্ৰান্তত । ৬.৭ প্ৰাবল্যত অহা ভূমিকম্পৰ ফলত ৰাজ্যৰ বহু স্থানত ঘৰ-অট্টালিকা আদিৰ ক্ষয়-ক্ষতি হোৱাৰ খবৰ আহিছে । ভূমিকম্পৰ অভিকেন্দ্ৰ শোণিতপুৰ জিলাৰ পৰাও বহু ক্ষয়-ক্ষতিৰ খবৰ আহিছে । জিলাখনৰ ঢেকীয়াজুলিৰ বিভিন্ন স্থানত বহু লোকৰ পকী ঘৰৰ অংশ ভাগি যোৱা দেখিবলৈ পোৱা গৈছে ।

ভূমিকম্পৰ ফলত বিস্তৰ ক্ষতি ঢেকীয়াজুলিত

সমান্তৰালকৈ কিছুমান দৃশ্যই এতিয়া সকলোৰে মাজত কৌতুহলৰ সৃষ্টি কৰাৰ লগতে আতংকিত কৰি তুলিছে । বিশেষকৈ পথাৰৰ বহু স্থানত একেৰাহে পানী ওলাই থকাত এতিয়া সেই অঞ্চলবোৰৰ ৰাইজৰ মাজত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে ।

লগতে পঢ়ক: ভূমিকম্পৰ ফলত মহা মৃত্যুঞ্জয় মন্দিৰত ফাঁট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.