ETV Bharat / state

তেজপুৰ চহৰৰ কটন ৰোডত আঘাতপ্ৰাপ্ত শৰপহু

author img

By

Published : Dec 24, 2020, 9:43 PM IST

তেজপুৰৰ কটন ৰোড নিবাসী অঞ্জন ৰাজখোৱাৰ কেমেৰাত বন্দী এটা শৰপহুৰ দৃশ্য ৷ বৃহস্পতিবাৰে বন বিভাগৰ বিষয়া আৰু কৰ্মীয়ে পহুটো নিৰীক্ষণৰ বাবে কটন ৰোডত উপস্থিত হয় যদিও পহুটোৰ সন্ধান নাপায় ৷

তেজপুৰ চহৰৰ কটন ৰোডত আঘাতপ্ৰাপ্ত শৰপহু
তেজপুৰ চহৰৰ কটন ৰোডত আঘাতপ্ৰাপ্ত শৰপহু

তেজপুৰ, 24 ডিচেম্বৰ: খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলৰ দিশে ওলাই অহা এটা শৰপহু যোৱা কেইবাদিনৰ পৰা আৱদ্ধ হৈ আছে তেজপুৰস্থিত কটন ৰোডৰ এটা পিটনিত ৷ কটন ৰোড নিবাসী অঞ্জন ৰাজখোৱাৰ কেমেৰাত বন্দী হ'ল শৰপহুটোৰ দৃশ্য ৷

স্থানীয় ৰাইজে প্ৰদান কৰা তথ্য অনুসৰি, পহুটো বাওঁ ফালৰ পিছ ভৰিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে শৰপহুটো ৷ বৃহস্পতিবাৰে বন বিভাগৰ বিষয়া আৰু কৰ্মীয়ে পহুটো নিৰীক্ষণৰ বাবে কটন ৰোডত উপস্থিত হয় যদিও পহুটোৰ সন্ধান নাপায় ৷

লগতে পঢ়ক: শতবৰ্ষ গৰকিলে শ্ৰী শ্ৰী মদাৰগুৰি সত্ৰৰ সত্ৰাধিকাৰ যজ্ঞেশ্বৰ মহন্তই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.