ETV Bharat / state

এসময়ৰ অসমৰ সৰ্ববৃহৎ দীঘল কাঠৰ দলঙখন এতিয়া সেই ঠাইত নাই - দলঙ

অঞ্চলটোৰ মিছমাৰী,বাঁহবেৰা,কলাকুছি আৰু এৰাবাৰী এলেকাত বেলশিৰি নৈৰ ওপৰত নাই এখনো দলং। নৈৰ বুকু ফালি প্ৰতিদিনে ভয়ংকৰ যাতায়াত অঞ্চলবাসীৰ।

যুগ যুগ ধৰি যাতায়াতৰ ক্ষেত্ৰত চৰম বঞ্চনাৰ সন্মুখীন হৈ আহিছে ঢেকিয়াজুলিৰ সমষ্টিৰ এটা বৃহৎঅঞ্চল
author img

By

Published : Jul 2, 2019, 1:17 PM IST

Updated : Jul 2, 2019, 3:20 PM IST

ঢেকিয়াজুলি,২ জুলাই: যুগ যুগ ধৰি যাতায়াতৰ ক্ষেত্ৰত চৰম বঞ্চনাৰ সন্মুখীন হৈ আহিছে ঢেকিয়াজুলিৰ সমষ্টিৰ এটা বৃহৎঅঞ্চল ৷ বেলশিৰি নৈৰ ওপৰত এখনো দলং নাই সমষ্টিটোৰ মিছমাৰী,বাঁহবেৰা,কলাকুছি,এৰাবাৰী আৰু খুটাপুটা অঞ্চলত ৷ উল্লেখযোগ্য যে এসময়ত ইয়াতেই আছিল অসমৰ সৰ্ববৃহৎ দীঘল কাঠৰ দলং পাছলৈ বেলশিৰি নৈৰ বাঢ়নী পানীত নিঃচিহ্ন হৈছিল দলঙখন ৷

ঢেকিয়াজুলিত বেলশিৰি নৈৰ ওপৰত নাই দলং

তেতিয়াৰ পৰাই এখন দলংৰ অভাৱত যমৰ যাতনা ভুগি আহিছে এই অঞ্চলৰ ৰাইজে ৷ ৰাইজে নিজৰ গাঠিৰ ধন ভাঙি বাৰিষাৰ পূৰ্বে নিৰ্মাণ কৰে বাঁহৰ দলং আৰু সেই দলেঙেৰে প্ৰতিদিনে বিপদসংকুলভাবে যাতায়াত অব্যাহত ৰাখিছে অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলে যাৰ ফলত পৰীক্ষাৰ সময়তো ছাত্ৰ- ছাত্ৰীসকলে উপস্থিত হ'ব নোৱাৰে বিদ্যালয়ত ৷ এই বিষয়ে বহুবাৰ অভিযোগ দিয়াৰ পাছতো স্থানীয় বিধায়কজনে তেওঁলোকৰ সমস্যাৰ কথা গুৰুত্ব নিদিয়া বুলি ৰাইজে ক্ষোভ প্ৰকাশ কৰে ৷

Intro:*_ঢেকীয়াজুলিত এখন দলঙৰ অভাৱত দুৰ্ভোগ ভুগিছে বৃহৎ অঞ্চলৰ ৰাইজে*_

এখন দলঙৰ অভাৱত শ্বাসৰুদ্ধকৰ জীৱন যাত্রা এটা অঞ্চলৰ ৰাইজৰ।যুগ যুগ ধৰি যাতায়াতৰ ক্ষেত্ৰত জনতাৰ চৰম দুৰ্ভোগ । চৰকাৰৰ প্ৰতিশ্ৰুতিত বন্দী এটা অঞ্চলৰ উন্নয়ন। এই দৃশ্য, ঢেকীয়াজুলি সমষ্টিৰ মিছমাৰী,বাঁহবেৰা,কলাকুছি আৰু এৰাবাৰী, খুটাপুটা,ঢেকীয়াজুলি,বেলশিৰি সংযোগী বেলশিৰি নৈৰ । এই নৈখনৰ বুকুফালি ভয়ংকৰভাবে প্ৰতিদিন যাতায়াত অঞ্চলবাসীৰ লগতে স্কুলীয়া ছাত্ৰ - ছাত্ৰীৰ ।উল্লেখ যোগ্য যে এসময়ত এই ঠাইতেই আছিল অসমৰ সৰ্ববৃহৎ দীঘল কাঠৰ দলং। কিন্তু বেলশিৰি নৈখনৰ বাঢ়নী পানীৰ কবলত পৰি নিঃচিহ্ন হৈছিল দীঘল কাঠৰ দলঙখন আৰু ইয়াৰ পাছতেই অঞ্চলবাসী ৰাইজৰ যাতায়াতৰ ক্ষেত্ৰত কেৱল যমৰ যাতনা । এই ক্ষেত্রত ৰাইজে বিভাগীয় কৰ্তৃপক্ষ তথা স্থানীয় বিধায়কজনক বহুবাৰ জনোৱাৰ পিছতো অন্ত নপৰিল যাতায়তৰ এই বৃহৎ সমস্যাৰ। গুৰুত্বপুৰ্ণ বিষয়টো হ'ল যে ৰাইজৰ গাঠিৰ ধন ভাঙি বাৰিষাৰ পূৰ্বে নিৰ্মাণ কৰে বাঁহৰ দলং। আৰু এটা সময়ত বাঁহৰ দলেঙেৰে খুটাপুটা, এৰাবাৰীৰ ছাত্ৰ - ছাত্ৰীসকলে প্ৰতিদিন বিপদসংকুলভাবে মিছামাৰী মহাবিদ্যালয়ৰ লগতে মিছামাৰী, বাঁহবেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ যাব লাগে । আনহাতে দি বাৰিষাৰ সময়ত পৰীক্ষা থাকিলেও ছাত্ৰ - ছাত্ৰীসকলে উপস্থিত হ'ব নোৱাৰে বিদ্যালয়ত।এৰাবাৰী, খুটাপুটাৰ ৰাইজৰ যাতায়াতৰ একমাত্ৰ দলখনৰ দৃশ্য চকুত পৰিব নে বিভাগীয় কৰ্তৃপক্ষৰ । নিৰ্মাণ হ'ব নে এখন নতুন দলঙৰ। নে এনেকৈয়ে যুগ যুগ ধৰি এইসকল অঞ্চলবাসীয়ে দলঙৰ নামত চৰকাৰৰ পৰা ভোগ কৰি যাব কেৱল বঞ্চনাৰ।

ঢেকিয়াজুলিৰ পৰা অমল নাথ ৰিপ'ৰ্ট ।Body:*_ঢেকীয়াজুলিত এখন দলঙৰ অভাৱত দুৰ্ভোগ ভুগিছে বৃহৎ অঞ্চলৰ ৰাইজে*_

ঢেকিয়াজুলিৰ পৰা অমল নাথ ৰিপ'ৰ্ট ।Conclusion:*_ঢেকীয়াজুলিত এখন দলঙৰ অভাৱত দুৰ্ভোগ ভুগিছে বৃহৎ অঞ্চলৰ ৰাইজে*_

ঢেকিয়াজুলিৰ পৰা অমল নাথ ৰিপ'ৰ্ট ।
Last Updated : Jul 2, 2019, 3:20 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.