ETV Bharat / state

মিছামাৰীত ৰে’লপথৰ ওপৰেৰে জনতাৰ বিপদসংকুল যাতায়ত - মিছামাৰী

স্থানীয় ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীসকলে বিপদসংকুল ভাৱে ৰে’ল পথৰ ওপৰেদি অহা-যোৱা কৰিবলগীয়া হৈছে । ৰঙাপৰা-মিছামাৰীৰ সংযোগী গড়কাপ্তানি পথচোৱাৰ উক্ত সুৰংগটো অতি বিপদজনক হৈ পৰিছে ।

মিছামাৰীত ৰে’লপথৰ ওপৰেৰে জনতাৰ বিপদসংকুল যাতায়ত
author img

By

Published : May 12, 2019, 4:38 PM IST

ৰঙাপৰা , 12 মে’ : শোণিতপুৰ জিলাৰ মিছামাৰীৰ ৰাইজে দীৰ্ঘদিনৰ পৰা যাতায়তৰ ক্ষেত্ৰত ভুগিবলগীয়া হৈছে চৰম দুৰ্ভোগ । ৰঙাপৰা-মিছামাৰীৰ সংযোগী গড়কাপ্তানি পথচোৱাত থকা এটা সুৰংগৰ বাবেই এই সমস্যাৰ সৃষ্টি হৈছে । মিছামাৰীৰ গাভৰু নদীৰ পাৰত থকা পহৰা চকীৰ কাষেৰে যোৱা গড়কাকাপ্তানি পথচোৱাৰ ওপৰেদি ৰঙাপৰা-ৰঙিয়া সংযোগী ৰেলপথটি আছে । মিটাৰগজ থকাৰ সময়ত উক্ত ঠাইত এটা লেভেল ক্ৰছিং আছিল । ব্ৰডগজ ৰে’লসেৱা সম্প্ৰসাৰণ হোৱাৰ সময়ত ৰাইজৰ যাতায়তৰ বাবে ৰে’লৱে কৰ্তৃপক্ষই তলৰে সুৰংগ কৰি দিয়ে । ফলত ৮ মাহেই সুৰংগৰ তলত পানী জমা হৈ থাকে । ইফালে স্থানীয় ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীসকলে বিপদসংকুল ভাৱে ৰে’ল পথৰ ওপৰেদি অহা-যোৱা কৰিবলগীয়া হৈছে । ৰঙাপৰা-মিছামাৰীৰ সংযোগী গড়কাপ্তানি পথচোৱাৰ উক্ত সুৰংগটো অতি বিপদজনক হৈ পৰিছে । সংঘটিত হৈছে কেইবাটাও পথ দুঘৰ্টনা । ইতিমধ্যে মৃত্যু ঘটিছে কেইবাজনো লোকৰ । ৰে’লৱে কৰ্তৃপক্ষই কাণ্ডজ্ঞানহীনতাৰ বাবেই আজি মিছামাৰীৰ ৰাইজে যমৰ যন্ত্ৰণা ভোগ কৰিবলগীয়া হৈছে ।

Intro:মিছামাৰীত বিপদ সংকূল যাতায়তঃ পথৰ বিপৰীতে ৰেলৰ পথৰ ওপৰেদি অহা-যোৱা কৰিছে ৰাইজে।Body:ৰঙাপৰাঃ শোণিতপুৰ জিলাৰ মিছামাৰীৰ ৰাইজে দীৰ্ঘদিনৰ পৰা যাতায়তৰ ক্ষেত্ৰত ভূগিবলগীয়া হৈছে চৰম দুৰ্ভোগ। ৰঙাপৰা-মিছামাৰীৰ সংযোগী গড়কাপ্তানী পথচোৱাত থকা এটা সুৰংগৰ বাবেই এই সমস্যাৰ সৃষ্টি হৈছে। মিছামাৰীৰ গাভৰু নদীৰ পাৰত থকা পহৰাৰ চকীৰ কাষেৰে যোৱা গড়কাকাপ্তানী পথচোৱাৰ ওপৰেদি ৰঙাপৰা-ৰঙিয়া সংযোগী ৰেলপথটি আছে। মিটাৰগজ থকাৰ সময়ত উক্ত ঠাইত এটা লেভেল ক্ৰছিং আছিল। ব্ৰডগজ ৰেলসেৱা সম্প্ৰসাৰণ হোৱাৰ সময়ত ৰাইজক যাতায়তক যাতায়তৰ বাবে ৰেলৱে কৰ্তৃপক্ষই তলৰে সুৰংগ সুৰংগ কৰি দিয়ে। ফলত ৮ মাহেই সুৰংগৰ তলত পানী জমা হৈ থাকে। ইফালে স্থানীয় ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীসকলে বিপদ সংকূল ভাৱে ৰেল পথৰ ওপৰেদি অহা-যোৱা কৰিবলগীয়া হৈছে। ইফালে ৰঙাপৰা-মিছামাৰীৰ সংযোগী গড়কাপ্তানী পথচোৱাৰ উক্ত সুৰংগটো অতি বিপদজনক হৈ পৰিছে। সংঘটিত হৈছে কেইবাটাও পথ দুঘৰ্টনা। ইতিমধ্যে মৃত্যু ঘটিছে কেইবাজনো লোকৰ। ৰেলৱে কৰ্তৃপক্ষই কাণ্ডজ্ঞানহীনতাৰ বাবেই আজি মিছামাৰীৰ ৰাইজে যমৰ যন্ত্ৰণা ভোগ কৰিবলগীয়া হৈছে।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.