ETV Bharat / state

শোণিতপুৰৰ চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়া কৰ’ণাত আক্ৰান্ত

author img

By

Published : Aug 26, 2020, 10:36 PM IST

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শোণিতপুৰ জিলাতো অব্যাহত আছে কৰ’ণা ভাইৰাছৰ সংহাৰী ৰূপ ৷ শোণিতপুৰৰ চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়া কৰ’ণা পজিটিভ ৷

Chariduar Revenue circle officer Corona Positive

ৰঙাপৰা, 26 আগষ্ট: শোণিতপুৰত অব্যাহত আছে কৰ’ণা ভাইৰাছৰ সংহাৰ ৷ বুধবাৰে চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়াৰ দেহত ধৰা পৰে কৰ’ণা ভাইৰাছৰ অৱস্থিতি ৷ এসপ্তাহ ধৰি জ্বৰ আৰু কাহত আক্ৰান্ত হৈ আছিল বিষয়াগৰাকী ।

বুধবাৰে চক্ৰ বিষয়া ক্ষিৰোদ কমল হাজৰিকাৰ কৰ’ণা পৰীক্ষা কৰাৰ পাছতেই বিষয়াগৰাকীৰ দেহত ধৰা পৰে কৰ’ণা ভাইৰাছৰ অৱস্থিতি ৷ শোণিতপুৰৰ ৰঙাপৰা আৰু বালিপৰা অঞ্চলত ক্ৰমান্বয়ে বৃদ্ধি পাব ধৰিছে কৰ’ণা পজিটিভ ৰোগীৰ সংখ্যা ৷

লগতে চাওক-দখলত থকা সমষ্টিতহে AIUDF য়ে দিব পাৰিব প্ৰাৰ্থীত্বঃ নুৰুল হুদা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.