ETV Bharat / state

শোণিতপুৰৰ ৰঙাপৰাত বিদ্যুৎস্পৃষ্ট হৈ নিহত এজন

ৰঙাপৰাৰ ফুলগুৰি নেপালী গাঁৱৰ মনোজ থাপাই পুৱা নিজ বাসগৃহত বিদ্যুতৰ কাম কৰি থকা সময়তে বিদ্যুৎস্পৃষ্ট হৈ থিতাতে মৃত্যুক সাৱটি লয়।

author img

By

Published : Jul 25, 2019, 1:24 PM IST

শোণিতপুৰ

ৰঙাপৰা, 25 জুলাইঃ শোণিতপুৰ জিলাৰ ৰঙাপৰাত বৃহস্পতিবাৰে বিদ্যুৎস্পৃষ্ট হৈ এজন লোকৰ মৃত্যু হয়। ৰঙাপৰাৰ ফুলগুৰি নেপালী গাঁৱৰ মনোজ থাপাই পুৱা নিজ বাসগৃহত বিদ্যুতৰ কাম কৰি থকা সময়তে উক্ত ঘটনাটি সংঘটিত হয় আৰু থিতাতে মৃত্যুক সাৱটি লয়। ইফালে, ঘটনা সন্দৰ্ভত ৰঙাপৰা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Intro:শোণিতপুৰৰ ৰঙাপৰাত বিদ্যুৎপৃষ্ট হৈ এজন বিবাহিত পুৰুষৰ মৃত্যুBody:ৰঙাপৰাঃ শোণিতপুৰ জিলাৰ ৰঙাপৰাত আজি বিদ্যুৎপৃষ্ট হৈ এজন বিবাহিত পুৰুষৰ মৃত্যু হোৱাৰ ঘটনাই অঞ্চলটোত তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰঙাপৰাৰ ফুলগুৰি নেপালী গাঁৱৰ মনোজ থাপাই পুৱা নিজৰ বাসগৃহত বিদ্যুতৰ কাম কৰি থকা সময়তে উক্ত ঘটনাটি সংঘটিত হয় আৰু থিতাতে মৃত্যুক সাৱটি লয়। ইফালে, ঘটনাৰ সন্দৰ্ভত ৰঙাপৰা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.