ETV Bharat / state

মাজুলীৰ ঘটনাক গৰিহণা বৰাআটি ধৰ্মীয় সমাজৰ

মাজুলীত আছু সহযোগত আন্দোলন কৰিব লগাটো সঁচাকৈ দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰে ৷ আনহাতে এই কাৰ্যত জড়িত দোষীৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ প্ৰশাসন তথা চৰকাৰলৈ আহ্বান জনায় সত্ৰাধিকাৰ সৰ্বেশ্বৰ মহন্তই ।

মাজুলীৰ ঘটনাক গৰিহণা বৰাআটি ধৰ্মীয় সমাজৰ
author img

By

Published : May 2, 2019, 3:39 PM IST

ঢেকিয়াজুলি,2 মেঃ মাজুলীৰ বৈষ্ণৱ ছাত্ৰৰ চুলি কটা ঘটনাক বৰাআটি ধৰ্মীয় সমাজৰ গৰিহণা। মাজুলীত আছুৰ সহযোগত আন্দোলন কৰিব লগাটো সঁচাকৈ দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰে ৷ আনহাতে এই কাৰ্যত জড়িত দোষীৰ বিৰুদ্ধে ব্যৱস্থা লবলৈ প্ৰশাসন তথা চৰকাৰলৈ আহ্বান জনায় সত্ৰাধিকাৰ সৰ্বেশ্বৰ মহন্তই ।

মাজুলীৰ ঘটনাক গৰিহণা বৰাআটি ধৰ্মীয় সমাজৰ

লগতে পঢ়ক : জাঁজী নদীত বাঢ়নী পানীয়ে খহাই নিলে দলং

বৰ্তমান সমাজখনত হৈ থকা অসামাজিক কামকাজৰ বিপৰীতে গুৰুজনাৰ ধৰ্মীয় ৰীতি নীতি অনুসৰণ কৰি সমাজখনত সুস্থিৰ বাতাবৰণ গঢ়ি তোলাৰ ক্ষেত্ৰত ব্যৱস্থা লবলৈ আহ্বান জনায় সত্ৰাধিকাৰজনে ।

উল্লেখযোগ্য যে, মাজুলীৰ আউনিআটী হেমচন্দ্ৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকে বৈষ্ণৱ ছাত্ৰৰ চুলি কাটি দিয়া ঘটনাত ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিবাদৰ ৷

Intro:মাজুলীত ভক্তৰ চুলি কটাকলৈ কাৱৈমাৰি অঞ্চলৰ আগশাৰী ধৰ্মীয় অনুষ্ঠান বৰাআটি ধৰ্মীয় সমাজৰ গৰিহণা।

V/o- পহিলা বহাগৰ পৰাই গুৰুজনাৰ সংস্কৃতিয়ে সমগ্ৰ অঞ্চলবাসী আপ্লুত কৰা লগতে আজি ধৰ্মীয় পৰম্পৰাই অঞ্চলটো বহু যুৱক যুৱতী লগতে গাৱঁখনৰ শতাধিক লোকক ধৰ্মীয় ৰীতি নীতিয়ে বান্ধি সমাজ আগোৱাই নিবৰ বাবে আহ্বান জনায় সত্ৰাধিকাৰ সৰ্বেশ্বৰ মহন্তই। আনহাতে মাজুলিত শিক্ষকৰ দ্বাৰা বৈষ্ণৱ সমাজৰ ছাত্ৰ মুৰ চুলি কটাকলৈ মাজুলীত আছু সহযোগত আন্দোলন কৰিব লগাটো সচাঁকৈ দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰে আনহাতে এই কাৰ্যত জড়িত দুখিৰ বিৰুদ্ধে ব্যৱস্থা লবলৈ প্ৰশাসনক তথা চৰকাৰলৈ আহ্বান জনায় সত্ৰাধিকাৰ জনে। ইয়াৰ উপৰিও গুৰুজনাৰ ধৰ্মীয় ৰীতি নীতিৰ প্ৰতি আগ্ৰহী হৈ বৰ্তমান সমাজ খনত দিয়া অসামাজিক কামকাজৰ বিপৰীতে সমাজখনক সুস্থিৰ বাতাবৰণ গঢ়ি তোলাৰ ক্ষেত্ৰত ব্যৱস্থা লবলৈ আহ্বান জনায়।

অমল নাথ, ঢেকিয়াজুলি ।Body:মাজুলীত ভক্তৰ চুলি কটাকলৈ কাৱৈমাৰি অঞ্চলৰ আগশাৰী ধৰ্মীয় অনুষ্ঠান বৰাআটি ধৰ্মীয় সমাজৰ গৰিহণা।

V/o- পহিলা বহাগৰ পৰাই গুৰুজনাৰ সংস্কৃতিয়ে সমগ্ৰ অঞ্চলবাসী আপ্লুত কৰা লগতে আজি ধৰ্মীয় পৰম্পৰাই অঞ্চলটো বহু যুৱক যুৱতী লগতে গাৱঁখনৰ শতাধিক লোকক ধৰ্মীয় ৰীতি নীতিয়ে বান্ধি সমাজ আগোৱাই নিবৰ বাবে আহ্বান জনায় সত্ৰাধিকাৰ সৰ্বেশ্বৰ মহন্তই। আনহাতে মাজুলিত শিক্ষকৰ দ্বাৰা বৈষ্ণৱ সমাজৰ ছাত্ৰ মুৰ চুলি কটাকলৈ মাজুলীত আছু সহযোগত আন্দোলন কৰিব লগাটো সচাঁকৈ দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰে আনহাতে এই কাৰ্যত জড়িত দুখিৰ বিৰুদ্ধে ব্যৱস্থা লবলৈ প্ৰশাসনক তথা চৰকাৰলৈ আহ্বান জনায় সত্ৰাধিকাৰ জনে। ইয়াৰ উপৰিও গুৰুজনাৰ ধৰ্মীয় ৰীতি নীতিৰ প্ৰতি আগ্ৰহী হৈ বৰ্তমান সমাজ খনত দিয়া অসামাজিক কামকাজৰ বিপৰীতে সমাজখনক সুস্থিৰ বাতাবৰণ গঢ়ি তোলাৰ ক্ষেত্ৰত ব্যৱস্থা লবলৈ আহ্বান জনায়।

অমল নাথ, ঢেকিয়াজুলি ।Conclusion:মাজুলীত ভক্তৰ চুলি কটাকলৈ কাৱৈমাৰি অঞ্চলৰ আগশাৰী ধৰ্মীয় অনুষ্ঠান বৰাআটি ধৰ্মীয় সমাজৰ গৰিহণা।

V/o- পহিলা বহাগৰ পৰাই গুৰুজনাৰ সংস্কৃতিয়ে সমগ্ৰ অঞ্চলবাসী আপ্লুত কৰা লগতে আজি ধৰ্মীয় পৰম্পৰাই অঞ্চলটো বহু যুৱক যুৱতী লগতে গাৱঁখনৰ শতাধিক লোকক ধৰ্মীয় ৰীতি নীতিয়ে বান্ধি সমাজ আগোৱাই নিবৰ বাবে আহ্বান জনায় সত্ৰাধিকাৰ সৰ্বেশ্বৰ মহন্তই। আনহাতে মাজুলিত শিক্ষকৰ দ্বাৰা বৈষ্ণৱ সমাজৰ ছাত্ৰ মুৰ চুলি কটাকলৈ মাজুলীত আছু সহযোগত আন্দোলন কৰিব লগাটো সচাঁকৈ দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰে আনহাতে এই কাৰ্যত জড়িত দুখিৰ বিৰুদ্ধে ব্যৱস্থা লবলৈ প্ৰশাসনক তথা চৰকাৰলৈ আহ্বান জনায় সত্ৰাধিকাৰ জনে। ইয়াৰ উপৰিও গুৰুজনাৰ ধৰ্মীয় ৰীতি নীতিৰ প্ৰতি আগ্ৰহী হৈ বৰ্তমান সমাজ খনত দিয়া অসামাজিক কামকাজৰ বিপৰীতে সমাজখনক সুস্থিৰ বাতাবৰণ গঢ়ি তোলাৰ ক্ষেত্ৰত ব্যৱস্থা লবলৈ আহ্বান জনায়।

অমল নাথ, ঢেকিয়াজুলি ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.