ETV Bharat / state

জামুগুৰি হাটৰ টুপীয়াত ব'হাগী মেলা - Etv bharat

শংকৰী কলা-কৃষ্টিৰ গায়ন বায়ন, ঝুমুৰ,বাগুৰুম্বা, ঐনিতম,জিকিৰ প্ৰদৰ্শন কৰে এই শোভাযাত্ৰাত ৷ ইয়াৰ উপৰিও সমাজত প্ৰচলিত অন্ধবিশ্বাস ডাইনী হত্যা,তন্ত্ৰ মন্ত্ৰ,অস্পৃশ্যতা,বলি প্ৰথাৰ উপৰি ভেকুলী বিয়া,এৰী-মুগা,ভাদ মাহৰ নামকে আদি কৰি অসমীয়া সমাজৰ প্ৰচলিত পৰম্পৰাও প্ৰদৰ্শন কৰা হয় ৷

শোণিতপুৰৰ জামুগুৰি হাটৰ টুপীয়াত অনুষ্ঠিত বহাগী বিদায়
author img

By

Published : May 13, 2019, 8:00 AM IST

শোণিতপুৰ,13 মে': শোণিতপুৰৰ জামুগুৰি হাটৰ টুপীয়াত পাঁচগাঁৱৰ ৰাইজৰ একান্ত প্ৰচেষ্টাত দেওবাৰে অনুষ্ঠিত হয় ব'হাগী মেলাৰ মূল কাৰ্যসূচী৷ এই ব'হাগী মেলাৰ লগত সংiতি ৰাখি টুপীয়াৰ ৰাইজে আয়োজন কৰে এক সাংস্কৃতিক শোভাযাত্ৰাৰ ৷ শংকৰী কলা-কৃষ্টিৰ গায়ন বায়ন, ঝুমুৰ,বাগুৰুম্বা, ঐনিতম,জিকিৰ প্ৰদৰ্শন কৰে এই শোভাযাত্ৰাত ৷ ইয়াৰ উপৰিও সমাজত প্ৰচলিত অন্ধবিশ্বাস ডাইনী হত্যা,তন্ত্ৰ মন্ত্ৰ,অস্পৃশ্যতা,বলি প্ৰথাৰ উপৰি ভেকুলী বিয়া,এৰী-মুগা,ভাদ মাহৰ নামকে আদি কৰি অসমীয়া সমাজৰ প্ৰচলিত পৰম্পৰাও প্ৰদৰ্শন কৰা হয় ৷

শোণিতপুৰৰ জামুগুৰি হাটৰ টুপীয়াত অনুষ্ঠিত বহাগী বিদায়

পাঁচগাও ব'হাগী মেলাৰ উদ্যোক্তাসকলে প্ৰতি বছৰেই এনেদৰেই বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলক একত্ৰিত কৰি এনে সমন্বয়ৰ সাংস্কৃতিক শোভযাত্ৰা অনুষ্ঠিত কৰি আহিছে ৷

Intro:শোণিতপুৰৰ জামুগুৰি হাটৰ টুপীয়াত ৰবিবাৰে এক উদুলি মুদুলি পৰিবেশ দেখা পোৱা যায়৷Body:টুপীয়াৰ পাচঁগাঁও বহাগী মেলাৰ মূল কাৰ্যসুচী এই সাংস্কৃতিক শোভাযাত্ৰাত অঞ্চলটোৰ ভিন্ন প্ৰান্তৰ প্ৰায় ডেৰকুৰিৰো অধিক বিভিন্ন জাতি জনগোষ্ঠিৰ লোকে অংশগ্ৰহণ কৰি এক বিশেষ মাত্ৰা প্ৰদান কৰে৷পাঁচগাঁৱৰ ৰাইজৰ একান্ত প্ৰচেষ্টাত ৪৯ ত্বম সমন্বয়ৰ বহাগী মেলা খনিত শংকৰী কলা কৃষ্টিৰ গায়ন বায়ন,আদিবাসী,ঝুমুৰ,বড়ো নৃত্য বাগুৰূম্বা,মিচিংসকলৰ ঐনিতম,জিকিৰকে আদিকৰি সমাজত প্ৰচলিত অন্ধবিশ্বাস ডাইনী হত্যা,তন্ত্ৰ মন্ত্ৰ,অস্পৃস্বতা,বলি প্ৰথাৰ উপৰিও ভেকুলী বিয়া,এৰি মুগা,ভাদ মাহৰ নামকে আদি কৰি অসমীয়া সমাজৰ প্ৰচলিত পৰম্পৰাও প্ৰদৰ্শন কৰি এনেদৰেই জাতি জনগোষ্ঠীৰ স্বকীয় চিনাকীৰে মহামিলনৰ তীৰ্থলৈ পৰিণত কৰে টুপীয়া গাঁৱৰ আকাশ বতাহ৷বিশ্বায়নৰ যুগত জাতিৰ বৈচিত্ৰতা নি:শেষ কৰাৰ চক্ৰান্তৰ বিপৰীতে এই অসমীয়া জাতিৰ বৈচিত্ৰতাক ৰক্ষা কৰি সমন্বয়ৰ বাৰ্তা কঢ়িওৱাৰ এয়া এক প্ৰচেষ্টা বুলিও উল্লেখ কৰে ৷Conclusion: পাঁচগাও বহাগী মেলাৰ উদ্যোক্তাসকলে প্ৰতি বছৰেই এনেদৰেই বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলক একত্ৰিত কৰি এনে সমন্বয়ৰ সাংস্কৃতিক শোভযাত্ৰা অনুষ্ঠিত কৰি আহিছে ৷

Byte:1:সভাপতি,উদযাপন কমিতি৷
Byte:2:উদ্যোক্তা৷

Pransankar Bhuyan
ETv Bharat
Assam
                 12.05.2019
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.