ETV Bharat / state

ৰঙাপৰাত টেট শিক্ষকৰ বিহু - বিহুৱা দল

ভিন্ন প্ৰান্তৰ পৰা অহা যুৱক-যুৱতীসকলে একত্ৰিত হৈ এনাজৰী নামেৰে বিহু দলটি গঠন কৰি ৰঙাপৰা-বালিপাৰাত অনুষ্ঠিত হৈ অহা বিভিন্ন বিহু অনুষ্ঠানত প্ৰদৰ্শন কৰি আহিছে বিহু । শিক্ষকতাৰ ব্যস্ততাৰ মাজতো সংস্কৃতিৰ প্ৰতি শিক্ষক-শিক্ষয়িত্ৰীসকলৰ এই অনুৰাগক প্ৰশংসা কৰিছে ৰাইজে ৷

ৰঙাপাৰাত টেট শিক্ষক-শিক্ষয়িত্ৰীৰে গঠিত এনাজৰী বিহুৱা দলৰ বিহু প্ৰদৰ্শনে আপ্লুত কৰিছে ৰাইজক
author img

By

Published : May 13, 2019, 1:08 PM IST

ৰঙাপাৰা, 13 মে': শোণিতপুৰৰ ৰঙাপৰাত টেট শিক্ষক-শিক্ষয়িত্ৰীসকলে গঠন কৰা এটা বিহু দলৰ বিহু প্ৰদৰ্শনে আপ্লুত কৰিছে ৰাইজক ৷ ভিন্ন প্ৰান্তৰ পৰা অহা যুৱক-যুৱতীসকলে একত্ৰিত হৈ এনাজৰী নামেৰে বিহু দলটি গঠন কৰি ৰঙাপৰা-বালিপাৰাত অনুষ্ঠিত হৈ অহা বিভিন্ন বিহু অনুষ্ঠানত প্ৰদৰ্শন কৰি আহিছে বিহু । এইদৰে একত্ৰিত হৈ অসমীয়া সংস্কৃতি জীয়াই ৰখাৰ এক প্ৰয়াস চলাই আহিছে বালিপৰা প্ৰাথমিক শিক্ষাখণ্ডৰ অধীনত থকা প্ৰাথমিক বিদ্যালয়সমূহত কৰ্মৰত টেট শিক্ষক-শিক্ষয়িত্ৰীসকলে ৷

ৰঙাপাৰাত টেট শিক্ষক-শিক্ষয়িত্ৰীৰে গঠিত এনাজৰী বিহুৱা দলৰ বিহু প্ৰদৰ্শনে আপ্লুত কৰিছে ৰাইজক

শিক্ষকতাৰ ব্যস্ততাৰ মাজতো সংস্কৃতিৰ প্ৰতি শিক্ষক-শিক্ষয়িত্ৰীসকলৰ এই অনুৰাগক প্ৰশংসা কৰিছে ৰাইজে ৷

Intro:ৰঙাপৰাত টেট শিক্ষক-শিক্ষয়িত্ৰীৰে গঠিত এনাজৰী বিহুৱা দলৰ বিহু প্ৰদৰ্শনে আপ্লুত কৰিছে ৰাইজক।Body:ৰঙাপৰাঃ শোণিতপুৰৰ ৰঙাপৰাত নতুনকৈ গঠিত হোৱা এটা বিহু দলৰ বিহু প্ৰদৰ্শনে ৰাইজক বাৰুকৈ আপ্লুত কৰিছে। বিহু দলটোত একেখন গাঁও বা এটা অঞ্চলৰ ঢুলীয়া, তালিয়া, নামতি, পেপুৱা আৰু নাছনি নাই। ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ পৰা অহা যুৱক-যুৱতী সকলে একত্ৰিত হৈ এনাজৰী নামেৰে বিহু দলটি গঠন কৰি ৰঙাপৰা-বালিপৰাত অনুষ্ঠিত হৈ অহা বিভিন্ন বিহু মঞ্চত সমূহত বিহু প্ৰদৰ্শন কৰি আহিছে। উল্লেখ্য যে বালিপৰা প্ৰাথমিক শিক্ষা খণ্ডৰ অধীনত থকা প্ৰাথমিক বিদ্যালয় সমূহত কৰ্মৰত টেট শিক্ষক-শিক্ষয়িত্ৰী সকলে একত্ৰিত হৈ এইদৰে অসমীয়া সংস্কৃতি জীয়াই ৰখাৰ এক প্ৰয়াস চলাই আহিছে। শিক্ষকৰ দৰে পৱিত্ৰ বৃত্তিত নিয়োজিত টেট শিক্ষক-শিক্ষয়িত্ৰী সকলে সুন্দৰ ভাৱে কৰা বিহু প্ৰদৰ্শন কৰি অহাত স্থানীয় ৰাইজে তেখেতসকলক প্ৰংশসা কৰিছে।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.