ETV Bharat / state

ৰাইজৰ অভিযোগ শুনিবৰ আহৰি নাই গণেশ লিম্বুৰ

author img

By

Published : Apr 25, 2019, 8:46 PM IST

বৰছলাত বেলশিৰি নৈৰ গৰাখহনীয়াই বিভিন্ন সময়ত সমস্যাৰ সৃষ্টি কৰিছে সমষ্টিটোত ৷ এই সমস্যাৰ খবৰ ল'বলৈ আহৰি নোহোৱাৰ অভিযোগ স্থানীয় বিধায়ক গণেশ লিম্বুৰ ৷

ৰাইজৰ অভিযোগ শুনিবৰ আহৰি নাই গণেশ লিম্বুৰ

ঢেকিয়াজুলি,25এপ্ৰিল: শোণিতপুৰৰ বৰছলা বিধানসভা সমষ্টিৰ বেলশিৰি নৈৰ গৰাখহনীয়াই বিভিন্ন সময়ত সৃষ্টি কৰি আহিছে সমস্যা । বাৰিষাৰ সময়ত নৈখনে সংহাৰি ৰূপ লৈ ত্ৰাস সৃষ্টি কৰি আহিছে সমষ্টিটোত ৷ কিন্তু নৈ পৰীয়া ৰাইজৰ বিননী শুনিবৰ আহৰি নাই কোনো জনপ্ৰতিনিধিৰ । নৈখনৰ কাষতে লাগি থকা ২০ খনৰো অধিক গাঁৱৰ ৰাইজৰ যাতায়তৰ মূল পথটো আধা অংশই বেলশিৰি নৈৰ গৰাখহনীয়াই ভাঙি লৈ যোৱাৰ ফলত যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভুগিবলগীয়া হৈছে সাধাৰণ ৰাইজে । কিন্তু ৰাইজৰ অভিযোগ এই গৰাখহনীয়া সমস্যাৰ প্ৰতি কোনো দৃষ্টি নাই বৰছলা বিধান সভা সমষ্টিৰ বিধায়ক গণেশ লিম্বুৰ ।

আৰু পঢ়ক- সুস্থ হৈ উঠিছে বিষ্ণু খাৰঘৰীয়া

Intro:বৰচলাত গৰাখহনীয়া সমস্যাৰ খৱৰ লবলৈ সময় নাই স্থানীয় বিধায়ক গণেশ লিম্বু।
শোণিতপুৰ জিলাৰ বৰছলা বিধানসভা সমষ্টিৰ বেলশিৰি নৈৰ গৰাখহনীয়াই সৃষ্টি কৰিছে সমস্যাৰ।নৈ পৰীয়া ৰাইজৰ বিননী সুনিবৰ সময় নাই জনপ্ৰতিনিধি। নৈৰ খনৰ কাষতে লাগি থকা ২০খনৰো অধিক গাৱঁৰ ৰাইজৰ মূল পথটো আধা অংশই বেলশিৰি নৈৰ গৰাখহনীয়াই ভাঙি লৈ যোৱাৰ ফলত যাতায়াতৰ ক্ষেত্ৰত ৰাইজে ভোগ কৰিবলগীয়া হৈছে যমৰ যাতনা।কিন্তু এই গৰাখহনীয়াৰ সমস্যাৰ প্রতি কোনো দৃষ্টি নাই বৰছলা বিধান সভা সমষ্টিৰ বিধায়ক গণেশ লিম্বুৰ।
অমল নাথ, ঢেকিয়াজুলি ।Body:বৰচলাত গৰাখহনীয়া সমস্যাৰ খৱৰ লবলৈ সময় নাই স্থানীয় বিধায়ক গণেশ লিম্বু।
শোণিতপুৰ জিলাৰ বৰছলা বিধানসভা সমষ্টিৰ বেলশিৰি নৈৰ গৰাখহনীয়াই সৃষ্টি কৰিছে সমস্যাৰ।নৈ পৰীয়া ৰাইজৰ বিননী সুনিবৰ সময় নাই জনপ্ৰতিনিধি। নৈৰ খনৰ কাষতে লাগি থকা ২০খনৰো অধিক গাৱঁৰ ৰাইজৰ মূল পথটো আধা অংশই বেলশিৰি নৈৰ গৰাখহনীয়াই ভাঙি লৈ যোৱাৰ ফলত যাতায়াতৰ ক্ষেত্ৰত ৰাইজে ভোগ কৰিবলগীয়া হৈছে যমৰ যাতনা।কিন্তু এই গৰাখহনীয়াৰ সমস্যাৰ প্রতি কোনো দৃষ্টি নাই বৰছলা বিধান সভা সমষ্টিৰ বিধায়ক গণেশ লিম্বুৰ।
অমল নাথ, ঢেকিয়াজুলি ।Conclusion:বৰচলাত গৰাখহনীয়া সমস্যাৰ খৱৰ লবলৈ সময় নাই স্থানীয় বিধায়ক গণেশ লিম্বু।
শোণিতপুৰ জিলাৰ বৰছলা বিধানসভা সমষ্টিৰ বেলশিৰি নৈৰ গৰাখহনীয়াই সৃষ্টি কৰিছে সমস্যাৰ।নৈ পৰীয়া ৰাইজৰ বিননী সুনিবৰ সময় নাই জনপ্ৰতিনিধি। নৈৰ খনৰ কাষতে লাগি থকা ২০খনৰো অধিক গাৱঁৰ ৰাইজৰ মূল পথটো আধা অংশই বেলশিৰি নৈৰ গৰাখহনীয়াই ভাঙি লৈ যোৱাৰ ফলত যাতায়াতৰ ক্ষেত্ৰত ৰাইজে ভোগ কৰিবলগীয়া হৈছে যমৰ যাতনা।কিন্তু এই গৰাখহনীয়াৰ সমস্যাৰ প্রতি কোনো দৃষ্টি নাই বৰছলা বিধান সভা সমষ্টিৰ বিধায়ক গণেশ লিম্বুৰ।
অমল নাথ, ঢেকিয়াজুলি ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.