ETV Bharat / state

বিধায়ক গণেশ লিম্বুৰ সমষ্টিত COVID 19 সন্দৰ্ভত সজাগতা সভা

author img

By

Published : Apr 30, 2020, 3:05 PM IST

Updated : Apr 30, 2020, 5:08 PM IST

সমষ্টিটোত চৰকাৰে প্ৰদান কৰা আঁচনিসমূহৰো সফল ৰূপায়ণ কৰা হৈছে বুলি উল্লেখ কৰে বিধায়কগৰাকীয়ে । Covid 19 ৰ বিৰুদ্ধে সমষ্টিটোৰ সকলো পঞ্চায়তত সজাগতা সৃষ্টিৰ লগতে বুথ সমূহত তৃণমূল পৰ্যায়ৰ লোকক সহায়ৰ হাত আগবঢ়োৱা বুলিও জানিবলৈ দিয়ে বিধায়কগৰাকীয়ে ।

গণেশ লিম্বু
গণেশ লিম্বু

তেজপুৰ,৩০ এপ্ৰিল : বিভিন্ন জনগোষ্ঠীৰে পৰিপূৰ্ণ লগতে ২০ টা পঞ্চায়তেৰে গঠিত ৭২ নং বৰচলা সমষ্টি । এই সমষ্টিটোৰ সৰহ সংখ্যক লোকৰ জীৱিকা খেতি ৷ লগতে অঞ্চলটোত বাস কৰে একাংশ খাটি খোৱা লোকে । লক্​ ডাউনৰ সময়ছোৱাত এই অঞ্চলটোৰ লোকসকল যাতে খাদ্য সংকটত ভুগিব লগা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি সময়মতে নিজা প্রচেষ্টাত খাদ্য সামগ্ৰী বিতৰণ কৰি আহিছে সমষ্টিটোৰ বিধায়ক গনেশ লিম্বুয়ে । সমষ্টিটোত চৰকাৰে প্ৰদান কৰা আঁচনিসমূহৰো সফল ৰূপায়ণ কৰা হৈছে বুলি উল্লেখ কৰে বিধায়কগৰাকীয়ে । Covid 19 ৰ বিৰুদ্ধে সমষ্টিটোৰ সকলো পঞ্চায়তত সজাগতা সৃষ্টিৰ লগতে বুথ সমূহত তৃণমূল পৰ্যায়ৰ লোকক সহায়ৰ হাত আগবঢ়োৱা বুলিও জানিবলৈ দিয়ে বিধায়কগৰাকীয়ে ।

Last Updated : Apr 30, 2020, 5:08 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.