তেজপুৰ,24 আগষ্ট : তেজপুৰ পৰোৱাস্থিত বন্ধন বেংকৰ শাখাত বেংকৰ কৰ্মচাৰী সকলে শুকুৰবাৰৰ দিনটোত কাৰ্যালয়ত কেক কাটি বৰ্ষপূৰ্তি পালন কৰে ৷ শাখা কাৰ্যালয়ে এই উপলক্ষে অনুষ্ঠিত কৰা এক কাৰ্যসূচীত উপস্থিত থাকি জেষ্ঠ সাংবাদিক মনোজ কুমাৰ শইকীয়াই কয় যে ২০১৫ চনৰ 23 আগষ্টৰ দিনটোত ভাৰত চৰকাৰে বন্ধন ফাইনেঞ্চেচ কোম্পানীক বেংক হিচাবে স্বীকৃতি প্ৰদান কৰিছিল আৰু বৰ্তমান এই বেংকৰ গ্ৰাহকৰ সংখ্যা ১ কোটি ৭৪ লাখৰ সীমা অতিক্ৰম কৰিছে ৷ এই বেংকে অসমৰ থলুৱা লোকসকলক বিভিন্ন ঋণ প্ৰদান কৰি মহিলা আৰু যুৱ প্ৰজন্মক উপকৃত কৰি আহিছে যি গাঁৱৰ ভিতৰুৱা অঞ্চলৰ লোকসকলৰ বাবে শুভ লক্ষণ ৷ সভাত বন্ধন বেংকৰ পৰোৱা শাখাৰ পৰিচালক ৰূপম বৰুৱাই কয় যে এই শাখাত প্ৰায় ৪ হাজাৰৰো আধিক ঋণৰ গ্ৰাহক আৰু প্ৰায় ৩শৰো অধিক সঞ্চয়ৰ গ্ৰাহক আছে ৷ উল্লেখযোগ্য যে, আগন্তুক সময়চোৱাত বন্ধন বেংকে মাহেকীয়া কিষ্টিৰ ভিত্তিত ব্যৱসায়িক ঋণ প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিকল্পনা আছে বুলি বেংক কৰ্তৃপক্ষই জানিবলৈ দিয়ে ৷
বন্ধন বেংকৰ চাৰি বছৰীয়া বৰ্ষপূৰ্তি পালন - বন্ধন বেংক
সমগ্ৰ দেশৰ লগতে শুকোৰবাৰে শোণিতপুৰ জিলাৰ তেজপুৰতো বন্ধন বেংকৰ চাৰি বছৰীয়া বৰ্ষপূৰ্তি পালন কৰা হয় ৷
তেজপুৰ,24 আগষ্ট : তেজপুৰ পৰোৱাস্থিত বন্ধন বেংকৰ শাখাত বেংকৰ কৰ্মচাৰী সকলে শুকুৰবাৰৰ দিনটোত কাৰ্যালয়ত কেক কাটি বৰ্ষপূৰ্তি পালন কৰে ৷ শাখা কাৰ্যালয়ে এই উপলক্ষে অনুষ্ঠিত কৰা এক কাৰ্যসূচীত উপস্থিত থাকি জেষ্ঠ সাংবাদিক মনোজ কুমাৰ শইকীয়াই কয় যে ২০১৫ চনৰ 23 আগষ্টৰ দিনটোত ভাৰত চৰকাৰে বন্ধন ফাইনেঞ্চেচ কোম্পানীক বেংক হিচাবে স্বীকৃতি প্ৰদান কৰিছিল আৰু বৰ্তমান এই বেংকৰ গ্ৰাহকৰ সংখ্যা ১ কোটি ৭৪ লাখৰ সীমা অতিক্ৰম কৰিছে ৷ এই বেংকে অসমৰ থলুৱা লোকসকলক বিভিন্ন ঋণ প্ৰদান কৰি মহিলা আৰু যুৱ প্ৰজন্মক উপকৃত কৰি আহিছে যি গাঁৱৰ ভিতৰুৱা অঞ্চলৰ লোকসকলৰ বাবে শুভ লক্ষণ ৷ সভাত বন্ধন বেংকৰ পৰোৱা শাখাৰ পৰিচালক ৰূপম বৰুৱাই কয় যে এই শাখাত প্ৰায় ৪ হাজাৰৰো আধিক ঋণৰ গ্ৰাহক আৰু প্ৰায় ৩শৰো অধিক সঞ্চয়ৰ গ্ৰাহক আছে ৷ উল্লেখযোগ্য যে, আগন্তুক সময়চোৱাত বন্ধন বেংকে মাহেকীয়া কিষ্টিৰ ভিত্তিত ব্যৱসায়িক ঋণ প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিকল্পনা আছে বুলি বেংক কৰ্তৃপক্ষই জানিবলৈ দিয়ে ৷
তেজপুৰ পৰোৱাস্থিত বন্ধন বেংকৰ শাখাত বেংকৰ কৰ্মচাৰী সকলে আজিৰ দিনটোত কাৰ্যালয়ত কে্ক কাটি বৰ্ষপুৰ্তি পালন কৰে ৷ Body:শাখা কাৰ্যালয়ে এই উপলক্ষে অনুষ্ঠিত কৰা এক কাৰ্যসূচীত উপস্থিত থাকি জেষ্ঠ সাংবাদিক মনোজ কুমাৰ শইকীয়াই কয় যে ২০১৫ চনৰ আজিৰ দিনটোত ভাৰত চৰকাৰে বন্ধন ফাইনেঞ্চেচ কোম্পানিক বেংক হিচাবে স্বীকৃতি প্ৰদান কৰিছিল আৰু বৰ্তমান এই বেংকে ১ কৌটি ৭৪ লাখৰ সীমা অতিক্ৰম কৰিছে ইয়াৰ গ্ৰাহকৰ সংখ্যা ৷
এই বেংক অসমৰ থলুৱা লোকসকলক বিভিন্ন ঋৃন প্ৰদান কৰি মহিলা আৰু যুৱ প্ৰজন্মক উপকৃত কৰি আহিছে, আৰু ই এক গাঁৱৰ ভিতৰুৱা অঞ্চলৰ লোক সকলৰ বাবে শুভ লক্ষন ৷
Conclusion:সভাত বন্ধন বেংকৰ পৰোৱা শাখাৰ পৰিচালক ৰোপম বৰুৱাই কয় যে এই শাখাই প্ৰায় ৪ হাজাৰৰো ঋৃনৰ গ্ৰাহক আৰু প্ৰায় ৩ শৰো অধিক সঞ্চয়ৰ গ্ৰাহক আছে ৷উল্লেখযোগ্য যে আগন্তোক সময়চোৱাত বন্ধন বেংকে মাহেকিয়া কৃষ্টিৰ ভিত্তিত ব্যৱসায়িক ঋৃন প্ৰদানৰ ব্যৱস্থা গ্ৰহন কৰাৰ পৰিকল্পনা আছে বুলি বেংক কৰ্তীপক্ষই জানিব দিয়ে ৷
Pranab kumar Das
Tezpur
23/8/19