তেজপুৰ,২৫ এপ্ৰিল: তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়লৈ যোৱা পথত পুখুৰী সদৃশ গাত ৷ কানসাৰ নাই ৰাজ্যৰ বিয়াগোম গড়কাপ্তানী বিভাগৰ । কেৱল তেজপুৰ বিশ্ববিদ্যালয়ে নহয়; কেন্দ্ৰীয় বিদ্যালয়, কৃষি গৱেষণা কেন্দ্ৰ, এছ এছ বিৰ প্ৰশিক্ষণ শিবিৰ আৰু বহুতো চৰকাৰী বিদ্যালয়ৰ যাতায়তৰ একমাত্ৰ পথটোৰ এনে দুৰাৱস্থাত জীয়াতু ভুগিব লগীয়া হৈছে পথচাৰীয়ে ৷ বিশ্ববিদ্যালয়ৰ ফালৰ পৰা স্থানীয় বিধায়ক বৃন্দাবন গোস্বামীক বহু সময়ত পথটো মেৰামতিৰ বিষয়ে জনায় অহা হৈছে যদিও এই পৰ্যন্ত কোনোধৰণৰ সুফল লাভ কৰা নাই ৷ ইপিনে সমাগত বাৰিষাৰ প্ৰাকখনত যদিহে বিভগীয় কৰ্তৃপক্ষই পথটো নিৰ্মানত কোনো ধৰণৰ ব্যৱস্থা নলয় তেন্তে অনাগত সময়ত পথটো অধিক অৱনতি ঘটাৰ আশংকা কৰা হৈছে ।
তেজপুৰত গড়কাপ্তানী বিভাগৰ অৱহেলাৰ অভিযোগ - : তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়
তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়, কৃষি গৱেষণা কেন্দ্ৰ, এছ এছ বি প্ৰশিক্ষণ শিবিৰ আৰু বহুতো চৰকাৰী বিদ্যালয়লৈ যোৱা একমাত্ৰ পথটো নিৰ্মাণত গড়কাপ্তানী বিভাগৰ অৱহেলাৰ অভিযোগ ৷
তেজপুৰ,২৫ এপ্ৰিল: তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়লৈ যোৱা পথত পুখুৰী সদৃশ গাত ৷ কানসাৰ নাই ৰাজ্যৰ বিয়াগোম গড়কাপ্তানী বিভাগৰ । কেৱল তেজপুৰ বিশ্ববিদ্যালয়ে নহয়; কেন্দ্ৰীয় বিদ্যালয়, কৃষি গৱেষণা কেন্দ্ৰ, এছ এছ বিৰ প্ৰশিক্ষণ শিবিৰ আৰু বহুতো চৰকাৰী বিদ্যালয়ৰ যাতায়তৰ একমাত্ৰ পথটোৰ এনে দুৰাৱস্থাত জীয়াতু ভুগিব লগীয়া হৈছে পথচাৰীয়ে ৷ বিশ্ববিদ্যালয়ৰ ফালৰ পৰা স্থানীয় বিধায়ক বৃন্দাবন গোস্বামীক বহু সময়ত পথটো মেৰামতিৰ বিষয়ে জনায় অহা হৈছে যদিও এই পৰ্যন্ত কোনোধৰণৰ সুফল লাভ কৰা নাই ৷ ইপিনে সমাগত বাৰিষাৰ প্ৰাকখনত যদিহে বিভগীয় কৰ্তৃপক্ষই পথটো নিৰ্মানত কোনো ধৰণৰ ব্যৱস্থা নলয় তেন্তে অনাগত সময়ত পথটো অধিক অৱনতি ঘটাৰ আশংকা কৰা হৈছে ।
Body:হয় অকল তেজপুৰ কেন্দ্ৰীয় বিশ্ব বিদ্যালয় নহয় ,উক্ত পথে পাৰ হব লগা হয় আৰু কেইবাখনো বিদ্যালয়ৰ ছাত্র ছাত্ৰী সকলে ।কেন্দ্ৰীয় বিদ্যালয়, কৃষি গৱেষণা কেন্দ্ৰ, এছ এছ বি ৰ প্ৰশিক্ষণৰ শিবিৰ আৰু বহুতো চৰকাৰী বিদ্যালয়ৰ অহা যোৱাৰ মূল একমাত্ৰ পথ ।
পথৰ মাজত প্ৰচণ্ড পুখুৰী সদৃশ গাত , কিন্তু কান সাৰ নাই ৰাজ্যৰ বিয়াগোম গড়কাপ্তানী বিভাগৰ ।বিশ্ব বিদ্যালয় ৰ ফালৰ পৰা স্থানীয় বিধায়ক বৃন্দাব গোস্বামী ক বহু সময়ত পথ টি মেৰামতি তথা পুনৰ নিৰ্মাণ ৰ বাবে জনায় ই ও বিফল হয় ।
Conclusion:সমাগত বাৰিষাৰ প্ৰকখনত যদিহে বিভগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ প্ৰতিকাৰ নলয় অনাগত সময়ত উক্ত পথ টি অধিক অৱনতি ঘটিব পাৰে ।
প্ৰণৱ কুমাৰ দাস, ইটিভি ভাৰত অসম
তেজপুৰ
২৫/৪/১৯