ETV Bharat / state

চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি কৰাৰ দাবীত তেজপুৰত আটছাৰ প্ৰতিবাদ

অসম চাহ জনজাতি ছাত্ৰ সন্থাই চাহ শ্ৰমিকৰ দৈনিক মজুৰি 351 টকালৈ বৃদ্ধি কৰাৰ দাবীত বৃহস্পতিবাৰে তেজপুৰ আদালত চাৰিআলিত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । উক্ত প্ৰতিবাদী কাৰ্যসূচীক সদৌ অসম ছাত্ৰ সন্থাই সমৰ্থন জনায় ৷

atsa protest at tezpur
চাহ শ্ৰমিকৰ দৈনিক মাজুৰি বৃদ্ধি কৰাৰ তেজপুৰত আটছাৰ প্ৰতিবাদ
author img

By

Published : Feb 18, 2021, 3:30 PM IST

Updated : Feb 18, 2021, 3:58 PM IST

তেজপুৰ, ১৮ ফেব্ৰুৱাৰী : অসম চাহ জনজাতি ছাত্ৰ সন্থাই চাহ শ্ৰমিকৰ দৈনিক মজুৰি 351 টকালৈ বৃদ্ধি কৰাৰ দাবীত বৃহস্পতিবাৰে তেজপুৰ আদালত চাৰিআলিত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । উক্ত প্ৰতিবাদী কাৰ্যসূচীক সদৌ অসম ছাত্ৰ সন্থাি সমৰ্থন জনায় ৷

চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি কৰাৰ দাবীত তেজপুৰত আটছাৰ প্ৰতিবাদ

প্ৰতিবাদস্থলীত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্য্য নিৰ্বাহক সদস্য মনোজ তাঁতীয়ে কয়, অসমৰ জাতি মাটি ভেঁটিৰ কথা কৈ ক্ষমতা দখল কৰাৰ বিজেপিৰ নেতৃত্বাধীন চৰকাৰখনে বিগত সময়চোৱাত চাহ জনজাতি সকলৰ বাবে কোনো ধৰণৰ কাম ন'কৰিলে ৷ গতিকে আগন্তুক নিৰ্বাচনত চাহ জনজাতি লোক সকলে বিজেপিক উচিত প্ৰত্যুতৰ দিব বুলি মত প্ৰকাশ কৰে মনোজ তাঁতীয়ে ৷

প্ৰতিবাদস্থলীত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰাৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ তেজপুৰ জিলা কমিতিৰ বিষয়ববীয়া সকল উপস্থিত থাকে ৷

লগতে পঢ়ক:লখিমপুৰত শীতলীকৰণ ভঁৰালৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ

Last Updated : Feb 18, 2021, 3:58 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.