ETV Bharat / state

তেজপুৰত পল্লৱ লোচন দাস বনাম এম জি ভি কে ভানু

author img

By

Published : Mar 25, 2019, 12:53 PM IST

সোমবাৰে মনোনয়ন দাখিল কৰিব বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাস আৰু কংগ্ৰেছ প্ৰাৰ্থী এম জি ভি কে ভানুৱে

তেজপুৰত পল্লৱ লোচন দাস বনাম এম জি ভি কে ভানু

তেজপুৰ,২৫ মাৰ্চঃ তেজপুৰত আৰম্ভ হৈছে বিজেপি আৰু কংগ্ৰেছ দলৰ প্ৰথমখন যুঁজ । আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে সোমবাৰে তেজপুৰত মনোনয়ন পত্ৰ দাখিল কৰিব পল্লৱ লোচন দাস আৰু কংগ্ৰেছৰ প্ৰাৰ্থী এম জি ভি কে ভানুৱে ।

তেজপুৰত বিজেপিৰ প্ৰাৰ্থীজনৰ হৈ প্ৰচাৰ কৰিবলৈ আহিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰায় ১:৩০ বজাত তেজপুৰত আহি উপস্থিত হ'ব আৰু তাৰপিচতে উপস্থিত ৰাইজকসম্বোধন কৰিব তেজপুৰ জয়মতী খেল পথাৰৰ পৰা ।

Intro:তেজপুৰ: তেজপুৰত বিজেপিৰ প্ৰাৰ্থী পল্লব লোচন দাস ৰ হৈ প্ৰচাৰ কৰিবলৈ আহিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ।আজি মনোনয়ন পত্ৰ দাখিল কৰিব পল্লব লোচন দাস আৰু সমান্তৰাল ভাৱে কংগ্ৰেছৰ প্ৰাৰ্থী এম জি ভি কে ভানু য়েও মনোনয়ন পত্ৰ দাখিল কৰিব ।
সৰ্বানন্দ সোনোৱাল আহি প্ৰায় ১:৩০ বজাত তেজপুৰ জয়মতী খেল পথাৰৰ পৰা সম্বোধন কৰিব।

Body:সৰ্বানন্দ সোনোৱাল আহি প্ৰায় ১:৩০ বজাত তেজপুৰ জয়মতী খেল পথাৰৰ পৰা সম্বোধন কৰিব।

Conclusion:প্ৰণৱ কুমাৰ দাস,ইটিভি ভাৰত অসম, তেজপুৰ
২৫/৩/১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.