ETV Bharat / state

তাৰাজুলি চাহ বাগিছাত অসম চাহ কৰ্মচাৰী সংঘৰ প্ৰতিবাদ

author img

By

Published : Sep 3, 2019, 7:15 PM IST

তাৰাজুলি চাহ বাগিছাত দৰমহা বৃদ্ধিৰ দাবীত অসম চাহ কৰ্মচাৰী সংঘৰ প্ৰতিবাদ

তাৰাজুলি চাহ বাগিছাত অসম চাহ কৰ্মচাৰী সংঘৰ প্ৰতিবাদ

ৰঙাপৰা, 3 চেপ্তেম্বৰঃ শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ তাৰাজুলি চাহ বাগিচাত অসম চাহ কৰ্মচাৰী সংঘই এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । পুৱা ৭ বজাত অসম চাহ কৰ্মচাৰী সংঘৰ সদস্যসকলে তাৰাজুলি চাহ বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত দৰমহা বৃদ্ধিৰ দাবীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে । তাৰাজুলি চাহ বাগিচা প্ৰাথমিক গোটে কাৰ্যালয়ৰ সন্মুখত বিভিন্ন শ্লো’গানেৰে কাৰ্যালয়ৰ চৌহদ উত্তাল কৰি তোলে। চাহ বাগিচাৰ কৰ্তৃপক্ষই প্ৰতি তিনি বছৰৰ মূৰত দৰমহা বৃদ্ধি কৰিব লাগে যদিও দৰমহা বৃদ্ধি নকৰাত ক্ষোভিত হৈ পৰে কৰ্মচাৰী সকল ।

Intro:তাৰাজুলি চাহ বাগিছাত দৰমহা বৃদ্ধিৰ দাবীত অসম চাহ কৰ্মচাৰী সংঘৰ প্ৰতিবাদBody:ৰঙাপৰাঃ শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ তাৰাজুলি চাহ বাগিচাত এক অসম চাহ কৰ্মচাৰী সংঘই এক প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে। পুৱা ৭ বজাত অসম চাহ কৰ্মচাৰী সংঘৰ সদস্য সদস্যাসকলে তাৰাজুলি চাহ বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত দৰমহা বৃদ্ধিৰ দাবীত ধৰ্ণা কাৰ্যসুচী ৰূপায়ন কৰে। তাৰাজুলি চাহ বাগিচা প্ৰাৰ্থমিক গোটে কাৰ্যালয়ৰ সন্মুখত বিভিন্ন শ্লো’গানেৰে কাৰ্যালয়ৰ চৌহদ উত্তাল কৰি তোলে। চাহ বাগিচাৰ কৰ্তৃপক্ষই প্ৰতি তিনি বছৰৰ মুৰত দৰমহা বৃদ্ধি কৰিব লাগে যদিও দৰমহা বৃদ্ধি নকৰাত ক্ষোভিত হৈ পৰে কৰ্মচাৰী সকল।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.