শোণিতপুৰৰ ৰঙাপৰাত শুকুৰবাৰেনিশা স্থানীয় ৰাইজে স্কুটিসহ আটক কৰে এটা চোৰক । প্ৰাপ্ত তথ্য অনুসৰি ২৭ ফেব্ৰুৱাৰীত ৰঙাপৰা ৰেলৱে কলনিৰ নিৱাসী নৰ বাহাদুৰ ছেত্ৰীৰ পুত্ৰ ডম্বুৰু ছেত্ৰীয়ে তাৰাজুলি চাহ বাগিছাৰ নিৱাসী কৰণ তাঁতীৰ হাতৰ পৰা AS-12C-7527নম্বৰৰ স্কুটিখন অতি কৌশলেৰে লৈ যায় আৰু নিজবাসগৃহত লুকুৱাই ৰাখে।
স্কুটি চোৰ কৰিবলৈ গৈ ৰঙাপৰাত আটক এজন - স্কুটি চোৰ
উত্তম-মাধ্যম দি আৰক্ষীক গতাই দিলে ৰাইজে

স্কুটি চোৰ কৰিবলৈ গৈ ৰঙাপৰাত আটক এজন
শোণিতপুৰৰ ৰঙাপৰাত শুকুৰবাৰেনিশা স্থানীয় ৰাইজে স্কুটিসহ আটক কৰে এটা চোৰক । প্ৰাপ্ত তথ্য অনুসৰি ২৭ ফেব্ৰুৱাৰীত ৰঙাপৰা ৰেলৱে কলনিৰ নিৱাসী নৰ বাহাদুৰ ছেত্ৰীৰ পুত্ৰ ডম্বুৰু ছেত্ৰীয়ে তাৰাজুলি চাহ বাগিছাৰ নিৱাসী কৰণ তাঁতীৰ হাতৰ পৰা AS-12C-7527নম্বৰৰ স্কুটিখন অতি কৌশলেৰে লৈ যায় আৰু নিজবাসগৃহত লুকুৱাই ৰাখে।
স্কুটি চোৰ কৰিবলৈ গৈ ৰঙাপৰাত আটক এজন
স্কুটি চোৰ কৰিবলৈ গৈ ৰঙাপৰাত আটক এজন
ৰঙাপৰাত স্কুটিসহ এজন চোৰক আটকঃ উত্তম-মাধ্যম স্থানীয় ৰাইজ
শোণিতপুৰৰ ৰঙাপৰাত কালি নিশা এজন চোৰক স্কুটিসহ স্থানীয় ৰাইজে আটক কৰে। যোৱা ২৭ ফেব্ৰুৱাৰীত ৰঙাপৰা ৰেলৱে কলনিৰ নিৱাসী নৰ বাহাদুৰ ছেত্ৰীৰ পুত্ৰ ডম্বুৰু ছেত্ৰীয়ে তাৰাজুলি চাহ বাগিছাৰ নিৱাসী কৰণ তাতীৰ হাতৰ পৰা এ এছ ১২ চি ৭৫২৭ নম্বৰৰ স্কুটিখন অতি কৌশলেৰে নি নিজৰ বাসগৃহত লুকুৱাই ৰাখিছিল। পাছত স্থানীয় ৰাইজে চোৰজনক উত্তম মাধ্যম শোধাই ৰঙাপৰা আৰক্ষীৰ হাতত গতাই দিয়ে। চোৰজনক আজি আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণ কৰে।
Pranab kumar Das
Tezpur
2/3/19
Last Updated : Mar 2, 2019, 2:12 PM IST