ETV Bharat / state

"বৰ্তমান সময়ত সাহিত্য সভা এক জটিল সন্ধিক্ষণত"-যাদৱ শৰ্মা - কা ৰ বিৰোধীতা যাদৱ শৰ্মাৰ

তেজপুৰত উপস্থিত হৈ ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত যাদৱ শৰ্মাই কয় যে, "মই আগতেই কৈছো যে নাগৰিকত্ব সংশোধনী আইন নামানো আৰু ইয়াৰ প্ৰতিবাদত কৰিছো । বৰ্তমান সময়ত সাহিত্য সভা এক জটিল সন্ধিক্ষণত, আৰু জাতিটো সংকটৰ সময়ত ৰাইজৰ সহযোগত কাম কৰি যাম ৷"

Assam Sahitya Sabha New secretary Jadab Sarma Oppose C(A)A
"মই আগতেই কৈছো যে নাগৰিকত্ব সংশোধনী আইন নামানো"-যাদৱ শৰ্মা
author img

By

Published : Jan 3, 2020, 4:19 PM IST

Updated : Jan 3, 2020, 4:34 PM IST

তেজপুৰ,3 জানুৱাৰীঃ 2 জানুৱাৰীত অসম সাহিত্য সভাৰ বিভিন্ন পদবীৰ বাবে সম্পন্ন হয় ভোটগ্ৰহণ ৷ অসম সাহিত্য সভাৰ পদত মুঠ 323 টা ভোটত জয়ী হৈ প্ৰধান সম্পাদক হিচাপে নিৰ্বাচিত হয় যাদৱ শৰ্মা ৷ শুকুৰবাবে সাহিত্য সভাৰ নৱ নিৰ্বাচিত সম্পাদক গৰাকীয়ে তেজপুৰত উপস্থিত হৈ সাহিত্য সভাৰ প্ৰথম সভাপতি সাহিত্য কাণ্ডাৰী পদ্মনাথ গোঁহাঞি বৰুৱাৰ ঘৰত তেওঁৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছতে তেজপুৰৰ পুৰণি বান থিয়েটাৰ, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, নটসূৰ্য ফণী শৰ্মা আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ গৃহত উপস্থিত হয় আৰু মহান শিল্পী আৰু সাহিত্যিক সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

তেজপুৰত উপস্থিত সাহিত্য সভাৰ নৱ নিৰ্বাচিত সম্পাদক যাদৱ শৰ্মা

তেজপুৰত উপস্থিত হৈ ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত যাদৱ শৰ্মাই কয় যে, "মই আগতেই কৈছো যে নাগৰিকত্ব সংশোধনী আইন নামানো আৰু ইয়াৰ প্ৰতিবাদত কৰিছো । বৰ্তমান সময়ত সাহিত্য সভা এক জটিল সন্ধিক্ষণত, আৰু আমি জাতিটোৰ সংকটৰ সময়ত ৰাইজৰ সহযোগত কাম কৰি যাম ৷"

ইপিনে

বড়ো সাহিত্য সভাই সসম সাহিত্য সভাৰ নৱনিৰ্বাচিত বিষয়ববীয়া সকললৈ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছে ৷

লগতে পঢ়ক-খানাপাৰাত বিজেপিৰ বুথ কৰ্মী সন্মীলনৰ বিশাল আয়োজন

Intro:তেজপুৰ,৩ জানুৱাৰী : অসম সাহিত্য সভাৰ নৱ নিৰ্বাচিত প্ৰধান সম্পাদক যাদৱ শৰ্মাই মন্তব্য কৰে যে অসম সাহিত্য সভা আৰু অসমীয়া জাতিৰ স্বাৰ্থত ৰাইজৰ হকে কাম কৰি যাম ।

Body:নৱ নিৰ্বাচিত সম্পাদক আজি তেজপুৰত উপস্থিত হৈ সাহিত্য সভাৰ প্ৰথম সভাপতি সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ ঘৰত তেওঁৰ প্ৰতি মূৰ্তিত স্বৰ্দ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছত তেজপুৰ পুৰণি বান থিয়েটাৰ, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, নাটসূৰ্য ফণী শৰ্মা আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ গৃহত উপস্থিত হয় আৰু মহান শিল্পী আৰু সাহিত্যিক সকলৰ প্ৰতি স্বৰ্দ্ধাঞ্জলি জনায় ।

Bite:যাদৱ শৰ্মা, সম্পাদক অসম সাহিত্য সভা ।

তেজপুৰত উপস্থিত হৈ ETV BHARAT ৰ লগত হোৱা এক সাক্ষাৎত কলাগুৰুৰ গৃহত কয় যে , "মই আগতেই কৈছো যে নাগৰিকত্ব সংশোধনী আইন নামানু আৰু ইয়াৰ প্ৰতিবাদত কৰিছো ।বৰ্তমান সময়ত সাহিত্য সভা এক জটিল সন্ধিক্ষণত, আৰু জাতিটো সংকটঃ সময়ত ৰাইজৰ সহযোগত কাম কৰি যাম ।

Conclusion:শৰ্মাই যোৱা ২ জানুৱাৰীত অসম সাহিত্য সভাৰ পদত মুঠ ৩২৩ টা ভোটত জয়ী হৈ প্ৰধান সম্পাদক হিচাপে নিৰ্বাচিত হয় ।

প্ৰণৱ কুমাৰ দাস ।
তেজপুৰ ।
৩/১/২০২০ .
Last Updated : Jan 3, 2020, 4:34 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.