- তেজপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা
- এখন আই ১০ আৰু ই ৰিস্কাৰ মাজত মুখামুখি সংঘষৰ্ৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো
- দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুজন
- আহত দুজনক এতিয়ালৈ চিনাক্ত হোৱা নাই
- দুৰ্ঘটনাগ্ৰস্ত আই টেন গাড়ী খনৰ নম্বৰ ১০ AS12F 4434, আৰু ই ৰিক্সা খনৰ নম্বৰ- AS12 E- RO 535
- আহত লোকদুজনক তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে
- ইতিমধ্যে আই টেন চালক জনক আটক কৰিছে আৰক্ষীয়ে
তেজপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা
তেজপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ এখন আই ১০ আৰু ই ৰিক্সাৰ মাজত মুখামুখি সংঘষৰ্ৰ ফলত সংঘটিত হয় দুৰ্ঘটনা ৷ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় দুজন লোক ৷
তেজপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা
- তেজপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা
- এখন আই ১০ আৰু ই ৰিস্কাৰ মাজত মুখামুখি সংঘষৰ্ৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো
- দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুজন
- আহত দুজনক এতিয়ালৈ চিনাক্ত হোৱা নাই
- দুৰ্ঘটনাগ্ৰস্ত আই টেন গাড়ী খনৰ নম্বৰ ১০ AS12F 4434, আৰু ই ৰিক্সা খনৰ নম্বৰ- AS12 E- RO 535
- আহত লোকদুজনক তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে
- ইতিমধ্যে আই টেন চালক জনক আটক কৰিছে আৰক্ষীয়ে
নায্যপ্ৰাপ্তীৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী।।৫৯৭৬ হাইস্কুল ঠিকাভিক্তিক শিক্ষকৰ দৰমহা বন্ধ।।১৪ আগষ্ট পৰা জংগী আন্দোলনৰ হুংকাৰ।।
পৰিবৰ্তন প্ৰতিশ্ৰুতিৰে দিছপুৰ দখল কৰা সৰ্বানন্দ সোনোৱাল নেতৃত্বধীন।বিজেপি চৰকাৰৰ আমোলাত খোদ শিক্ষক সমাজেই চৰকাৰৰ পৰা চৰম অৱহেলা আৰু বঞ্চনাৰ সন্মুখীন হবলগীয়া হৈছে।যাৰ পৰিণতিত নায্যপ্ৰাপ্তীৰ দাবীত বিদ্যালয়ৰ পাঠদান এৰি পুনৰবাৰ ৰাজ্যৰ হাইস্কুল সমুহত কৰ্মবিৰতিৰ পাছত আজি বিদ্যালয় সমুহৰ পৰিৰ্দশক কায্যলয়ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।প্ৰতিবাদী শিক্ষকৰ সৈতে সদৌ অসম ছাত্র সন্হাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক সহিতে ছাত্ৰ সন্হাটোৰ এটা দলে অংশগ্ৰহণ কৰি বৰ্তমানৰ শিক্ষা মন্ত্ৰী গৰাকীক পদত্যাগ কৰিবলৈ দাবী জনাই।উল্লেখযোগ্য যে ইমানৰো পাছতো যদি চৰকাৰে হাইস্কুল ঠিকাভিক্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ নকৰে তেনেহলেঅহা ১৪ পৰা ৰাজ্যজোৰি জংগী আন্দোলনৰ হুংকাৰ প্ৰদান কৰে।আনহাতে ৫ ছেপ্টেম্বৰত শিক্ষক দিৱস উদযাপন নকৰাৰ ইতিমধ্যে প্ৰস্তাৱ গ্ৰহণ কৰিছে।