ETV Bharat / state

বৰছলাত ভয়ংকৰ গৰাখহনীয়াৰ কৱলত বিদ্যালয়

বৰছলাৰ মুজামিল হক প্ৰাথমিক বিদ্যালয়খনৰ সন্মুখতে থকা পথটো আধা অংশ চিগি নিয়াত বিপদ সংকুল যাতায়ত কৰিব লগা হৈছে ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় ৰাইজে । এই সন্দৰ্ভত ৰাইজে স্থানীয় বিধায়কজনক বাৰম্বাৰ পথটো মেৰামতিৰ বাবে আবেদন জনোৱাৰ পাছতো কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ উঠিছে ।

বৰছলাত ভয়ংকৰ গৰাখহনীয়াৰ কৱলত বিদ্যালয়
author img

By

Published : Jun 20, 2019, 7:27 AM IST

শোণিতপুৰ, ১৯ জুনঃ শোণিতপুৰৰ ২ নং ৰঙাগড়াত বেলশিৰি নৈৰ গৰাখহনীয়াৰ কৱলত বিদ্যালয় । শংকিত স্কুলীয়া ছাত্ৰ -ছাত্ৰীৰ অভিভাৱকৰ লগতে স্থানীয় ৰাইজ ।

বৰছলা বিধানসভা সমষ্টিৰ ২ নং ৰঙাগড়াত বেলশিৰি নৈৰ গৰাখহনীয়াই ধাৰণ কৰিছে ভয়ংকৰ ৰূপ । মুজামিল হক প্ৰাথমিক বিদ্যালয়খনৰ সন্মুখতে থকা পথটো আধা অংশ নৈয়ে চিঙি নিয়াত বিপদ সংকুল যাতায়াত কৰিব লগা হৈছে ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় ৰাইজে । এই সন্দৰ্ভত ৰাইজে স্থানীয় বিধায়কজনক পথটো মেৰামতিৰ বাবে বাৰম্বাৰ অনুৰোধ জনোৱাৰ পাছতো কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ উঠিছে ।

বৰছলাত ভয়ংকৰ গৰাখহনীয়াৰ কৱলত বিদ্যালয়
উল্লেখ্য যে, ইতিপূৰ্বে বিদ্যালয়খনৰ দুগৰাকী শিক্ষাৰ্থী নৈ খনত পৰি গৈছিল । যাৰ বাবে এতিয়া বিদ্যালয়খনৰ মূল প্ৰৱেশ পথৰ চাৰিওকাষে বাঁহৰ বেৰ দি ৰাখিছে স্থানীয় ৰাইজে । এতিয়া প্ৰশ্ন হৈছে,শিক্ষাবিভাগ তথা চৰকাৰে কিয় কণ কণ শিক্ষাৰ্থীসকলৰ জীৱনকলৈ হেতালি খেলে? কিয় গুৰুত্ব নিদিয়ে এনে সমস্যাৰ প্ৰতি ? তদুপৰি ৰাজ্যৰ বিয়াগোম জলসম্পদ বিভাগৰো এই ক্ষেত্ৰত কোনো গুৰুত্ব নোলোৱাত ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল সংগঠন । অতি শীঘ্ৰে উক্ত পথটো মেৰামতি কৰি ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় ৰাইজৰ যাতায়াত বাবে সুবিধা কৰি দিবলৈ চৰকাৰ তথা প্ৰশাসনক দাবী তুলিছে ।

লগতে আন এটা বাতৰি - কোন দিশে অসম শিক্ষা ব্যৱস্থা ?

Intro:
বৰচলাত গৰাখহনীয়াই কণকণ ছাত্ৰ ছাত্ৰীৰ বাবে নামি আনিছে অসনি সংকেত।

ঃগৰাখহনীয়াৰ কবলত এখন বিদ্যালয়।বিদ্যালয়খনৰ নাম মুজামিল হ'ক প্ৰাথমিক বিদ্যালয় ।শোণিতপুৰ জিলাৰ বৰছলা বিধানসভা সমষ্টিৰ ২ নং ৰঙাগড়াত বেলশিৰি নৈৰ গৰাখহনীয়াই ধাৰণ কৰিছে ভয়ংকৰ ৰূপ।এই গৰাখহনীয়াৰ কবলত গাঁও বাসীৰ লগতে স্কুলীয়া ছাত্ৰ -ছাত্ৰী । কিয়নো আপোনালোকে দেখা এই বিদ্যালয়খনৰ মূল পথচোৱা নৈ খনৰ গৰাখহনীয়াই আধা অংশই ভাঙি লৈ গৈছে। ফলত বিপদসংকুলভাবে কণ কণ ছাত্ৰ - ছাত্ৰীসকলে বিদ্যালয়ত উপস্থিত হ'ব লাগে । তদুপৰি প্ৰতিদিনে ৰঙাগড়া বাসীয়ে ঠেক পথ চোৱাদি ভয়ংকৰ ভাবে অব্যাহত ৰাখিছে যাতায়ত।এই সন্দৰ্ভত স্থানীয় লোকে স্থানীয় বিধায়কজনক বাৰম্বাৰ জনোৱাৰ পাছতো কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ উঠিছে । আনহাতেদি বিদ্যালয়লখনৰ ছাত্ৰ - ছাত্ৰীসকলক লৈ যথেষ্ট চিন্তিত হৈ পৰিছো স্থানীয় ৰাইজ। কিয়নো পূৰ্বে বিদ্যালয়লখনৰ দুগৰাকী শিক্ষাৰ্থী নৈ খনত পৰি যাব লগীয়া ঘটনাও সংঘটিত হৈছিল। যাৰ বাবে এতিয়া বিদ্যালয়লখনৰ মূল প্ৰেৱেশ পথৰ চাৰিওকাষে বাঁহৰ বেৰ দি ৰাখিছে স্থানীয় ৰাইজে। এতিয়া প্ৰশ্ন হৈছে শিক্ষাবিভাগে কিয় কণ কণ শিক্ষাৰ্থীসকলৰ জীৱনকলৈ হেতালি খেলে?কিয় গুৰুত্বহীন এনে সমস্যাৰ প্রতি?
তদুপৰি ৰাজ্যৰ বিয়াগোম জলসম্পদ বিভাগৰো এই ক্ষেত্রত কিয় ইমান দুৰ্বল স্থিতি? এনেবোৰ দৃশ্যই উদঙাই দিয়ে ৰাইজ তথা শিক্ষাব্যৱস্থাৰ প্ৰতি ৰাজ্যৰ বিয়াগোম বিভাগকেইটা কিমান দায়িত্বশীল?

অমল নাথ, ঢেকিয়াজুলি ।Body:

অমল নাথ, ঢেকিয়াজুলি ।Conclusion:

অমল নাথ, ঢেকিয়াজুলি ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.