ETV Bharat / state

ৰঙাপৰাত অবৈধ মদৰ বিৰুদ্ধে আবকাৰীৰ অভিযান - Rangapara

চাৰিদুৱাৰত অবৈধ চুলাই মদৰ বিৰুদ্ধে আবকাৰী বিভাগ আৰু আছাৰ যুটিয়া অভিযান । অভিযানত দুটাকৈ চুলাই ভাটি উচ্ছেদ কৰাৰ লগতে বহু লিটাৰ চুলাই মদ নষ্ট কৰে ।

ৰঙাপৰাত অবৈধ মদৰ বিৰুদ্ধে আবকাৰীৰ অভিযান
author img

By

Published : Jun 18, 2019, 6:28 PM IST

ৰঙাপৰা, ১৮ জুনঃ শোণিতপুৰ জিলাৰ চাৰিদুৱাৰত অবৈধ চুলাই মদৰ বিৰুদ্ধে আবকাৰী বিভাগ আৰু আছাৰ যুটিয়া অভিযান ।

শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ, বালিপৰা, লোক্ৰা আদি অঞ্চলত অব্যাহত আছে অবৈধ সুৰাৰ ৰমৰমীয়া বেহা । সেই লৈ চাৰিদুৱাৰৰ লোক্ৰা অঞ্চলত অবৈধ সুৰাৰ বিৰুদ্ধে আবকাৰী বিভাগ আৰু আছাই যুটীয়া ভাৱে অভিযান চলায় । অভিযানত দুটাকৈ চুলাই ভাটি উচ্ছেদ কৰাৰ লগতে বহু লিটাৰ চুলাই মদ নষ্ট কৰাৰ লগতে লোক্ৰা সপ্তাহিক বজাৰৰ সমীপৰ পৰাও প্ৰায় ৩৫০ লিটাৰ চুলাই মদ নষ্ট কৰাৰ লগতে দুটাকৈ চুলাই ঘাটি নষ্ট কৰে ।

ৰঙাপৰাত অবৈধ মদৰ বিৰুদ্ধে আবকাৰীৰ অভিযান

লগতে আন এটা বাতৰি - ধুবুৰীত আৰক্ষীৰ অভিযানত ১৫ টা চোৰাং গৰু জব্দ

Intro:চাৰিদুৱাৰৰ লোক্ৰাত অবৈধ মদৰ ঘাটি উচ্ছেদBody:ৰঙাপৰাঃ শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ, বালিপৰা, লোক্ৰা আদি অঞ্চলত অব্যাহত আছে অবৈধ সুৰাৰ ৰমৰমীয়া বেহা। তেনে সময়তে চাৰিদুৱাৰৰ লোক্ৰা অঞ্চলত আবকাৰী বিভাগ আৰু আছাই যুটিয়া ভাৱে অভিযান চলাই দুটাকৈ চুলাই ভাটি উচ্চেদ কৰাৰ লগতে বহু লিটাৰ চুলাই মদ নষ্ট কৰে। অভিযানকালত লোক্ৰা সপ্তাহিক বজাৰৰ সমীপত প্ৰায় ৫০ লিটাৰ চুলাই মদ নষ্ট কৰাৰ লগতে ৩০০ লিটাৰ চুলাই প্ৰস্তুত কৰা গেলোৱা চাউল আৰু দুটাকৈ চুলাই বনোৱা মেচিন জব্দ কৰি নষ্ট কৰি মদৰ ঘাটি ভাঙি চুৰমাৰ কৰে। উল্লেখযোগ্য যে বৃহত্তৰ অঞ্চলটোত বৰবিহ স্বৰূপ চুলাই মদৰ ৰমৰমীয়া বেহা একাংশ লোকে চলাই আহিছে।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.