ETV Bharat / state

অসম প্ৰথমটো হেৰিটেজ ছবি প্ৰেক্ষাগৃহ 'জোনাকী' - মুখ্যমন্ত্ৰী

বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ৰাজ্যৰ প্ৰথমটো চলচ্চিত্ৰ গৃহ জোনাকীত উপস্থিত হয় যতীন বৰা

অসম প্ৰথমটো হেৰিটেজ ছবি প্ৰেক্ষাগৃহ 'জোনাকী'
author img

By

Published : Aug 22, 2019, 7:56 PM IST

অসমৰ চলচ্চিত্ৰ জগতলৈ এক সুখবৰ ৷ ছবি গৃহ সমূহলৈ আৰ্থিক সাহাৰ্য প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে অসম চৰকাৰে ৷ বৃহস্পতিবাৰে এই তথ্য প্ৰকাশ কৰিলে অসম চৰকাৰৰ চলচ্চিত্ৰ বিত্তীয় উন্নয়ন নিগমৰ অধ্যক্ষ যতীন বৰাই ৷ এক প্ৰতিবেদন.......

অসম প্ৰথমটো হেৰিটেজ ছবি প্ৰেক্ষাগৃহ 'জোনাকী'

অসমৰ চলচ্চিত্ৰ জগতলৈ এক সুখবৰ ৷ ছবি গৃহ সমূহলৈ আৰ্থিক সাহাৰ্য প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে অসম চৰকাৰে ৷ বৃহস্পতিবাৰে এই তথ্য প্ৰকাশ কৰিলে অসম চৰকাৰৰ চলচ্চিত্ৰ বিত্তীয় উন্নয়ন নিগমৰ অধ্যক্ষ যতীন বৰাই ৷ এক প্ৰতিবেদন.......

অসম প্ৰথমটো হেৰিটেজ ছবি প্ৰেক্ষাগৃহ 'জোনাকী'
Intro:তেজপুৰ,২২ আগষ্ট: অসমৰ ছবি গৃহ সমূহলৈ অসম চৰকাৰে আৰ্থিক সাহাৰ্য প্ৰদানৰ আঁচনি কাৰ্য্যকৰি কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে অসম চৰকাৰে । এই তথ্য অসম চৰকাৰৰ চলচ্চিত্ৰ বিত্তীয় উন্নয়ন নিগমৰ অধ্যক্ষ যতীন বৰা ই ।
অসমৰ প্ৰথম চলচ্চিত্ৰ গৃহ জোনাকীক এটা এইতিয্য চিনেমা পেৰক্ষাগৃহ হিচাবে বিবেচিত কৰিছে ।


Body:চলচ্চিত্ৰ পেৰক্ষাগৃহ সমূহ বিশেষকৈ পুৰণি গৃহ ২৫ লাখ টকা আৰু নতুন সমূহো পুনৰ নিৰ্মাণৰ বাবে ৫০ লাখ টকাৰ আর্থিক সাহাৰ্য্য প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে । মুখ্যমন্ত্ৰী ৰ নিৰ্দেশ মৰ্মে আজি অসম চৰকাৰৰ চলচ্চিত্ৰ বিত্তীয় উন্নয়ন নিগমৰ অধ্যক্ষ যতীন বৰাই অসমৰ প্ৰথম ছবি গৃহ জোনাকী পৰিদৰ্শন কৰে আৰু জিলা উপায়ুক্ত ৰ লগত এক আলোচনা ত মিলিত হয় । তেওঁ কয় যে অহা মাহৰ অক্টোবৰ মাহৰ প্ৰথম সপ্তাহত অৰ্থাৎ ৩ অক্টোবৰ ভিতৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে তেজপুৰ চহৰৰ মাজমজিয়াত থকা জোনাকী চিত্ৰ গৃহ ৰ পৰাই পুনৰ নিৰ্মান ৰ শুভাৰম্ভনি কৰিব বুলি বিশিষ্ট অভিনেতা গৰাকী য়ে জনায় ।
Bite: যতীন বৰা ।


Conclusion:আনহাতে বিশিষ্ট অভিনেতা গৰাকীয়ে নিজৰ বেনাৰাত নিৰ্মাণ কৰা চলচ্চিত্ৰ "ৰত্নাকৰ ৰ ", যে বি প্ৰডাকচন ৰ দ্বাৰা নিৰ্মিত ছবি খনৰ প্ৰচাৰ তেওঁ নিজেই চলাব বুলি উল্লেখ কৰে । উল্লেখযোগ্য যে তেওঁ কয় যি দৰে জুবিন গাৰ্গ য়ে কাঞ্চনজঙ্ঘা আৰু ৰত্নাকৰ তেওঁৰ নিজৰ ছবি বুলি কয় ঠিক সেইদৰে মইও ৰত্নাকৰ আৰু কাঞ্চনজঙ্ঘা ও মোৰ নিজৰ ছবি, গতিকে দৰ্শকে দুয়ো খন ছবি আঁকোৱালি লব বুলি আশা প্ৰকাশ কৰে ।

প্ৰণৱ কুমাৰ দাস
তেজপুৰ ।
২২/৮/১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.