তেজপুৰ,২৬ জানুৱাৰী: সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্ততো উদযাপন কৰা হ'ল 72 সংখ্যক গণতন্ত্ৰ দিৱস ৷ 1950 চনৰ 26 জানুৱাৰী তাৰিখৰ পৰা সমগ্ৰ দেশে পালন কৰি আহিছে গণতন্ত্ৰ দিৱস ৷ আন আন প্ৰান্তৰ লগতে তেজপুৰতো 72 সংখ্যক গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিলে অসম চৰকাৰৰ জলসম্পদ আৰু বিজ্ঞান প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই ।
তেজপুৰত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিলে মন্ত্ৰী কেশৱ মহন্তই - জলসম্পদ আৰু বিজ্ঞান প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত
মন্ত্ৰী কেশৱ মহন্তৰ পতাকা উত্তোলনেৰে তেজপুৰৰ নেহেৰু মৈদানত উদযাপন কৰা হ'ল 72 সংখ্যক গণৰাজ্য দিৱস ৷ অসম চৰকাৰৰ উন্নয়নৰ খতিয়ানেৰে ভাষণ প্ৰদান কৰিলে জলসম্পদ আৰু বিজ্ঞান প্ৰযুক্তি বিভাগৰ মন্ত্ৰী গৰাকীয়ে ৷
তেজপুৰত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিলে মন্ত্ৰী কেশৱ মহন্তই
তেজপুৰ,২৬ জানুৱাৰী: সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্ততো উদযাপন কৰা হ'ল 72 সংখ্যক গণতন্ত্ৰ দিৱস ৷ 1950 চনৰ 26 জানুৱাৰী তাৰিখৰ পৰা সমগ্ৰ দেশে পালন কৰি আহিছে গণতন্ত্ৰ দিৱস ৷ আন আন প্ৰান্তৰ লগতে তেজপুৰতো 72 সংখ্যক গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিলে অসম চৰকাৰৰ জলসম্পদ আৰু বিজ্ঞান প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই ।
Last Updated : Jan 26, 2021, 12:01 PM IST