তেজপুৰ, ২০ জানুৱাৰী : পাকে পাগা মহোৎসৱৰ লগত সংগতি ৰাখি বন্যহস্তীৰ দ্বাৰা কৃষি কাৰ্য্য নষ্ট হোৱা পৰিয়ালক বন বিভাগে প্ৰদান কৰে টকাৰ পৰিবৰ্তে চাউল । অৰুণাচল প্ৰদেশৰ বন বিভাগ আৰু ওৱাইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়া আৰু ডেভিদ শ্বেফাৰ্ড বন্যপ্ৰাণী ফাউণ্ডেশ্যনৰ সহযোগত ৰাজ্যখনৰ পশ্চিম কামেং জিলাৰ চিজুছাত বনৰীয়া হাতীৰ দ্বাৰা কৃষি নষ্ট হোৱা ২৬ টা পৰিয়ালৰ প্ৰতিটো পৰিয়াললৈ এশ কিলোকৈ চাউল প্ৰদান কৰে । পাকে পাগা মহোৎসৱৰ যোৱা ১৮ জানুৱাৰীত অৰুনাচল প্ৰদেশৰ ৰাজ্যপাল ব্ৰিগ্ৰেডিয়াৰ (ৰি:) বি ডি মিশ্ৰই উদ্বোধন কৰা তিনিদিনিয়া কাৰ্যসূচীৰে সোমবাৰে সফল সামৰণি পৰে ৷ পূৱ কামেং জিলাৰ এই পাহাৰীয়া ৰাজহ চক্ৰ খনত বন্য হস্তীয়ে বহুতো খেতি পথাৰ অনিষ্ট কৰিছিল আৰু সেইবাবেই বন বিভাগৰ এই পদক্ষেপ ৷
অৰুণাচল প্ৰদেশত বন্যহস্তীৰ দ্বাৰা কৃষি শস্য নষ্ট হোৱা পৰিয়ালক টকাৰ পৰিবৰ্তে চাউল প্ৰদান বন বিভাগৰ - বন্যহস্তীৰ দ্বাৰা কৃষি কাৰ্য্য নষ্ট হোৱা পৰিয়ালক টকাৰ পৰিবৰ্তে চাউল প্ৰদান বন বিভাগৰ
অৰুণাচল প্ৰদেশৰ বন বিভাগ আৰু ওৱাইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়া আৰু ডেভিদ শ্বেফাৰ্ড বন্যপ্ৰাণী ফাউণ্ডেশ্যনৰ সহযোগত ৰাজ্যখনৰ পশ্চিম কামেং জিলাৰ চিজুছাত বনৰীয়া হাতীৰ দ্বাৰা কৃষি নষ্ট হোৱা ২৬ টা পৰিয়ালৰ প্ৰতিটো পৰিয়াললৈ এশ কিলোকৈ চাউল প্ৰদান ৷
তেজপুৰ, ২০ জানুৱাৰী : পাকে পাগা মহোৎসৱৰ লগত সংগতি ৰাখি বন্যহস্তীৰ দ্বাৰা কৃষি কাৰ্য্য নষ্ট হোৱা পৰিয়ালক বন বিভাগে প্ৰদান কৰে টকাৰ পৰিবৰ্তে চাউল । অৰুণাচল প্ৰদেশৰ বন বিভাগ আৰু ওৱাইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়া আৰু ডেভিদ শ্বেফাৰ্ড বন্যপ্ৰাণী ফাউণ্ডেশ্যনৰ সহযোগত ৰাজ্যখনৰ পশ্চিম কামেং জিলাৰ চিজুছাত বনৰীয়া হাতীৰ দ্বাৰা কৃষি নষ্ট হোৱা ২৬ টা পৰিয়ালৰ প্ৰতিটো পৰিয়াললৈ এশ কিলোকৈ চাউল প্ৰদান কৰে । পাকে পাগা মহোৎসৱৰ যোৱা ১৮ জানুৱাৰীত অৰুনাচল প্ৰদেশৰ ৰাজ্যপাল ব্ৰিগ্ৰেডিয়াৰ (ৰি:) বি ডি মিশ্ৰই উদ্বোধন কৰা তিনিদিনিয়া কাৰ্যসূচীৰে সোমবাৰে সফল সামৰণি পৰে ৷ পূৱ কামেং জিলাৰ এই পাহাৰীয়া ৰাজহ চক্ৰ খনত বন্য হস্তীয়ে বহুতো খেতি পথাৰ অনিষ্ট কৰিছিল আৰু সেইবাবেই বন বিভাগৰ এই পদক্ষেপ ৷
Body:পাকে পাগা মহোৎসৱৰ লগত সংগতি ৰাখি বন্যহস্তীৰ দ্বাৰা কৃষি কাৰ্য্য নষ্ট হোৱা পৰিয়ালক বন বিভাগে প্ৰদান কৰে টকাৰ পৰিবৰ্তে চাউল প্ৰদান কৰে।
Bite: আয়ুসমান সিং , WTI .
পাকে পাগা মহোৎসৱৰ যোৱা ১৮ জানুৱাৰীত অৰুনাচলপ্ৰদেশৰ ৰাজ্যপাল ব্ৰিগ্ৰেডিয়াৰ (ৰি:) বি ডি মিশ্ৰই উদ্ধোধন কৰা তিনিদিনিয়া কাৰ্যসূচীৰে আজি সফল সামৰনি পৰে ৷
Conclusion:পূৱ কামেং জিলাৰ এই পাহাৰীয়া ৰাজহ চক্ৰ খনত বন্য হস্তীয়ে বহুতো খেতি পথাৰ অনিষ্ঠ কৰিছিল আৰু সেইবাবেই বন বিভাগৰ এই পদক্ষেপ ৷
প্ৰণৱ কুমাৰ দাস ৷
তেজপুৰ ৷
২০/১/২০২০ ৷
TAGGED:
Tezpur,Seijosa,WTI, Elephant