ETV Bharat / state

তেজপুৰত উদযাপন চতুৰ্থ সংখ্যক সশস্ত্ৰ বাহিনী প্ৰাক্তন সৈনিক দিৱস - এয়াৰ চিফ মাৰ্শ্বাল আৰ কে ভাদুৰিয়া

ভাৰতীয় স্থলসেনাৰ প্ৰথমগৰাকী জেনেৰেল ফিল্ড মাৰ্শ্বাল কে এম কাৰিয়াপ্পাৰ অৱসৰৰ দিনটোত সশস্ত্ৰ বাহিনীৰ প্ৰাক্তন সৈনিক দিৱস হিচাপে উদযাপন কৰি অহা হৈছে ৷ 2017 চনৰ স্থলসেনা দিৱসৰ পূৰ্বৰ দিনটো অৰ্থাৎ 14 জানুৱাৰী দিনটোৰ পৰাই এই দিৱস উদযাপন কৰি আহিছে ভাৰতীয় স্থল সেনাই ৷ স্বাধীনতাৰ পিছতে 1948 চনত পাকিস্তানৰ সৈতে হোৱা যুদ্ধত ভাৰতৰ বিজয় নিশ্চিত কৰিছিল ফিল্ড মাৰ্শ্বাল কাৰিয়াপ্পাই ৷

Armed Force Veterans'Day Celebrates at Tezpur Gajaraj Corps
তেজপুৰত উদযাপন চতুৰ্থ সংখ্যক সহস্ত্ৰ বাহিনী প্ৰাক্তন সৈনিক দিৱস
author img

By

Published : Jan 14, 2020, 5:30 PM IST

তেজপুৰ,14 জানুৱাৰীঃ তেজপুৰত ভাৰতীয় সেনা বাহিনীৰ দ্বাৰা উদযাপন চতুৰ্থ সংখ্যক সশস্ত্ৰ বাহিনী প্ৰাক্তন সৈনিক দিৱস ৷ স্থল সেনাৰ চতুৰ্থ ক’ৰ(গজৰাজ ক’ৰ) মুখ্যালয়ত প্ৰাক্তন সৈনিকসকলৰ উপস্থিতিত ক’ৰ কামাণ্ডাৰ জিঅ’চি লে. জেন. মনোজ পাণ্ডে সামৰিক সন্মান প্ৰদান কৰি দিৱসৰ কাৰ্যসূচী মুকলি কৰে ৷ গজৰাজ যুদ্ধ স্মৃতিসৌধত প্ৰাক্তন সেনা বিষয়া কেপ্টেইন মুকুল কুমাৰ দাসে দিৱসৰ স্মৃতি শ্ৰদ্ধা নিৱেদন কৰে ৷

চতুৰ্থ সংখ্যক সশস্ত্ৰ বাহিনী প্ৰাক্তন সৈনিক দিৱস

উল্লেখ্য যে,ভাৰতীয় স্থলসেনাৰ প্ৰথমগৰাকী জেনেৰেল ফিল্ড মাৰ্শ্বাল কে এম কাৰিয়াপ্পাৰ অৱসৰৰ দিনটোত সশস্ত্ৰ বাহিনীৰ প্ৰাক্তন সৈনিক দিৱস হিচাপে উদযাপন কৰি অহা হৈছে ৷ 2017 চনৰ স্থলসেনা দিৱসৰ পূৰ্বৰ দিনটো অৰ্থাৎ 14 জানুৱাৰী দিনটোৰ পৰাই এই দিৱস উদযাপন কৰি আহিছে ভাৰতীয় স্থল সেনাই ৷ স্বাধীনতাৰ পিছতে 1948 চনত পাকিস্তানৰ সৈতে হোৱা যুদ্ধত ভাৰতৰ বিজয় নিশ্চিত কৰিছিল ফিল্ড মাৰ্শ্বাল কাৰিয়াপ্পাই ৷ পৰৱৰ্তী সময়ত 1949 চনৰ 15 জানুৱাৰীত তেখেতে স্থলসেনাৰ সেনাধ্যক্ষ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল আৰু 1953 চনৰ 14 জানুৱাৰীত স্থলসেনাৰ পৰা অনুস্থানিক ভাৱে অৱসৰ গ্ৰহণ কৰিছিল ৷

চতুৰ্থ সংখ্যক সশস্ত্ৰ বাহিনীৰ প্ৰাক্তন সৈনিক দিৱস উপলক্ষে নতুন দিল্লীস্থিত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত বীৰ জোৱান সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সেনাধ্যক্ষ জেনেৰেল মনোজ মুকুণ্ড নাৰাভানে ৷ অনুষ্ঠানত অংশগ্ৰহণ কৰে নৌ-সেনাধ্যক্ষ এডমিৰেল কৰমবীৰ সিং আৰু বায়ু সেনাধ্যক্ষ এয়াৰ চিফ মাৰ্শ্বাল আৰ কে ভাদুৰিয়াই ৷

লহতে পঢ়ক-ৰঙা টুপীৰ আঁৰৰ কাহিনী

Intro:তেজপুৰ,১৪ জানুৱাৰী: ভাৰতীয় সেনা বাহিনীৰ গজৰাজ কৰ্পছ ৰ আৰ্মদ ফৰ্চ ভেটাৰেন্স ডে উদযাপন তেজপুৰস্থিত
গজৰাজ কৰ্পত । গজৰাজ ৱাৰ মেমৰিয়েল ত বীৰ শ্বহীদ জোৱান সকলৰ স্মৃতি সৌধত প্ৰাক্তন সৈনিক কেপ্তেইন মুকুল কুমাৰ দাসৰ জ্যেষ্ঠ সেনাবাহিনীৰ প্ৰাক্তন বিষয়া প্ৰথমে মাইল্য অৰ্পণ কৰে ।

Body:গজৰাজ কৰ্পছৰ বিষয়া জি অ চি লে: জেনেৰেল:মনোজ পাণ্ডে বীৰ শ্বহীদ জোৱান সকলৰ স্মৃতিত স্বৰ্দ্ধা নিবেদন কৰে । এই দিনটোত এক বিশেষ গুৰুত্ব আৰোপ কৰা পূৰ্বৰ সেনা প্ৰধান ফিল্ড মাৰশেল কে ,এম কেৰিআপা প্ৰথম কামাণ্ডাৰ ইন চিফ ৰ স্মৃতি বিজড়িত দিন ।তেখেতে ১৯৪৮ চনৰ যুদ্ধত গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল ।তেখেতে ১৯৪৯ চনৰ ১৫ জানুৱাৰীত ভাৰতীয় সেনাৰ কামাণ্ডাৰ ইন চিফ ৰ দায়িত্ব লৈছিল আৰু১৯৫৩ চনৰ ১৪ জানুৱাৰীত অৱসৰ গ্ৰহণ কৰিছিল ।

Bite: কেপ্তেইন, প্ৰাক্তন মুকুল কুমাৰ দাস ।

প্ৰাক্তন সেনা বাহিনীৰ বিষয়া সকলক আৰু সেনা বাহিনীৰ জোৱান সকলক উদ্দেশ্যে জেনেৰেল মনোজ পাণ্ডে কয় যে প্ৰাক্তন সেনা বাহিনীৰ প্ৰত্যেক জন জোৱানৰ আজিও যথেষ্ট পৰিমাণে গুৰুত্ব আছে আৰু সদায় থাকিব ।

Conclusion:প্ৰণৱ কুমাৰ দাস।
তেজপুৰ ।
১৪/১/২০২০ /
National:
Tezpur,14 January : On the occasion of the Armed Force Veteran's Day Tezpur Gajaraj Corps celebrates laying wreath Gajaraj War Memorial here today .
Ex Servicemen who have settled down in and around Tezpur participate led by Capt. Mukul Kumar Das (Retd) laying the wreath .The Gajaraj Corps Commander GOC Lt. Gen.Manoj Pande laid wreath on behalf of all ranks of Corps .
The Armed Force Veteran's Day is celebrated with full military fervor and gaiety every year on this Day to commemorate vthe selfless decoration and sacrifice of Veterans who laid down their lives in defence of the nation .The day also commemorated as mark of respect in recognition of the services rendered by Field Marshal K.M. Cariappa, OBE, the first Commander - in- Chief of the Indian Army . He laid the Indian Forces to victory in the 1948 war , became the Commander-in-chief on January 15 1949 and retired on January 14,1953 .
Bite: Capt. Mukul Kumar Das,(Retd).
Corps Commander Lt.Gen.Manoj Pande in his speech, exhorted all ranks to stay committed towards the welfare of the veterans who were the bedrock of the Army and the Regimental System, intrinsically linked through the years we spend together in thick and thin , he added .

Pranab Kumar Das.
Tezpur .
14/1/2020 .
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.