ETV Bharat / state

১৯৬২ ৰ শ্বহীদৰ সোঁৱৰণত আৰ্মদ ফৰ্চ ফ্লেগ ডে’ উদযাপন - ১৯৬২ ৰ শ্বহীদ

ভাৰতীয় সেনাৰ গজৰাজ কৰ্পছৰ আৰু জিলা সৈনিক ব’ৰ্ডৰ উদ্যোগত উদযাপন কৰা হয় আৰ্মদ ফ’ৰ্চ ফ্লেগ ডে’ ৷ তেজপুৰ আৱৰ্ত ভৱনত থকা স্মৃতি সৌধত ১৯৬২ চনৰ বীৰ যুদ্ধাৰ স্মৃতিত জিলা উপযুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিং আৰু সেনাৰ ষ্টেচন কামাণ্ডাৰ ব্ৰিগেডিয়াৰ অৰ্জুন মিত্ৰই শ্রদ্ধা নিবেদন কৰে ।

Armed Force Flag Day
Armed Force Flag Day
author img

By

Published : Dec 7, 2020, 6:10 PM IST

তেজপুৰ,৭ ডিচেম্বৰ : ভাৰতীয় সেনা আৰু শোণিতপুৰ জিলা সৈনিক ব’ৰ্ডৰ তৰফৰ পৰা ১৯৬২ চনৰ যুদ্ধৰ শ্বহীদ সকলৰ স্মৃতিত উদযাপন কৰা হয় আৰ্মদ ফ’ৰ্চ ফ্লেগ ডে’ ৷ সেনা বিষয়া ব্ৰিগেডিয়াৰ অৰ্জুন মিত্ৰই কয় যে, এইয়া ১৯৬২ চন নহয় ,সময় সলনি হৈছে দেশ আগবাঢ়ি গৈছে ।

Armd Force Flag Day
আৰ্মদ ফৰ্চ ফ্লেগ ডে’ উদযাপন

ভাৰতীয় সেনাৰ গজৰাজ কৰ্পছৰ আৰু জিলা সৈনিক ব’ৰ্ডৰ তৰফৰ পৰা আয়োজন কৰা হয় এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷ তেজপুৰ আৱৰ্ত ভৱনত থকা স্মৃতি সৌধত ১৯৬২ চনৰ বীৰ যুদ্ধাৰ স্মৃতিত জিলা উপযুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিং আৰু সেনাৰ ষ্টেচন কামাণ্ডাৰ ব্ৰিগেডিয়াৰ অৰ্জুন মিত্ৰই শ্রদ্ধা নিবেদন কৰে । ডিফেঞ্চ কমিটিৰ কেবিনেটেৰ সিদ্ধান্ত মৰ্মে এই দিনটো ভাৰতীয় সেনা বাহিনীৰ "আৰ্মদ ফ’ৰ্চ ফ্লেগ ডে", হিচাপে স্বীকৃতি দিয়া হৈছিল ১৯৪৮ চনৰ জুলাই মাহত ।

১৯৬২ ৰ শ্বহীদৰ সোঁৱৰণত আৰ্মদ ফৰ্চ ফ্লেগ ডে" উদযাপন

যুদ্ধৰ বলিদানৰ বীৰ সৈনিক আৰু বীৰ নাৰীৰ সোঁৱৰণত এই দিৱস পালন কৰা হয় । এই দিনটোত শ্বহীদ সকলৰ স্মৃতিত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী য়ে এক বাৰ্তাৰ জৰিয়তে শ্ৰদ্ধা জনায় আৰু সকলো নাগৰিককে "আৰ্মদ ফৰ্চ ফ্লেগ ডে’ ", ত সামান্য বৰঙণি আগবঢ়োৱাৰ বাবে আহ্বান জনায় ।

লগতে পঢ়ক : নেপালে মঙলবাৰে ঘোষণা কৰিব মাউণ্ট এভাৰেষ্টৰ নতুন উচ্চতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.