ETV Bharat / state

AN-32 বিমানৰ সন্ধানৰ বাবে অত্যাধুনিক P8L বিমান ব্যৱহাৰ - তামিলনাডু

ভাৰতীয় নৌ সেনাৰ P8L (বিশেষকৈ চাবমেৰিন অপাৰেচনত ব্যৱহাৰ কৰা হয়) AN-32 বিমানৰ সন্ধানৰ বাবে অৰুণাচললৈ উৰা মাৰিছে ৷

AN-32 বিমানৰ সন্ধানৰ বাবে অত্যাধুনিক P8 চেঞ্চৰ যুক্ত বিমান নিয়োগ
author img

By

Published : Jun 5, 2019, 9:28 AM IST

Updated : Jun 5, 2019, 5:03 PM IST

তেজপুৰ, 05 জুন : 48 ঘন্টা উকলি যোৱাৰ পাচতো সম্ভেদ নাই বায়ুসেনা বাহিনীৰ নিৰুদ্দেশ এন্টনোভ AN-32ৰ লগতে 13 গৰাকী আৰোহীৰ ৷ মালবাহী জাহাজখনৰ উদ্ধাৰ কাৰ্যত সহায় কৰিবলৈ মঙলবাৰে দুপৰীয়া 1 বজাত তামিলনাডুৰ পৰা অহা অত্যাধুনিক P8 চেঞ্চৰ যুক্ত বিমানেৰে বুধবাৰে অৰ্থাৎ আজি পুনৰ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে ৷

etv bharat assam
AN-32 বিমানৰ সন্ধানৰ বাবে অত্যাধুনিক P8 চেঞ্চৰ যুক্ত বিমান নিয়োগ

প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ মেঘালয়স্থিত বায়ু সেনা চাউনীৰ জনসম্পৰ্কী বিষয়া উইং কামাণ্ডাৰ ৰত্নাকৰ সিঙে এই তথ্য প্ৰকাশ কৰে ৷ এই P8 চেঞ্চৰযুক্ত বিমানখন বৰ্তমান যোৰহাটৰ ৰৰৈয়া বায়ু সেনা শিবিৰৰ পৰা অভিযান আৰম্ভ কৰিছে ৷ এই বয়িং ভাৰতৰ P8 ভেৰাইন্ট উন্নত মানৰ সজুলিৰে (বিষেশকৈ চাবমেৰিন অপাৰেচনত ব্যৱহাৰ কৰা হয়) অৰুণাচললৈ উৰা মাৰিছে ৷ সম্পূৰ্ণ বৈদেশিক সা-সজুলিৰে পৰিপূৰ্ণ এই বিমানখনেৰে যোৰহাট আৰু মেচুকাৰ মাজত উদ্ধাৰ অভিযান চলাইছে যদিও বৰ্তমানলৈকে নিৰুদ্দেশ AN 32 বিনামখনৰ কোনো সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ আনহাতে তেজপুৰ বায়ু সেনা চাউনীৰ পৰা চুখয় SU-30 বিমানেৰে বৰ্তমান উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছে ৷ অৰুণাচল প্ৰদেশৰ আৰক্ষী সঞ্চালক এচ বিকে সিঙে ইটিভি ভাৰতক জানিবলৈ দিয়ে যে উক্ত অঞ্চলৰ 5 খন জিলাৰ আৰক্ষীয়ে বিভিন্ন ঠাইত অভিযান চলাই আছে ৷ আনহাতে আজি পুৱাৰ পৰা বতৰ কিছু ফৰকাল হোৱাৰ বাবে আৰু ভিতৰুৱা অঞ্চল সমূহতো প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে ৷ ইতিমধ্যে P8 চেঞ্চৰ যুক্ত বিমানখনে উদ্ধাৰ অভিযান সামৰিছে ৷ আনহাতে C-130 বিমান আৰু হেলিকপ্টাৰ নিৰুদ্দেশ বিমান খনৰ উদ্ধাৰ অভিযানৰ বাবে সাজু হৈছে যদুিও প্ৰতিকুল বতৰৰ বাবে এই পৰ্যন্ত উদ্ধাৰ অভিযান আৰম্ভ হোৱা নাই ৷

ফটো ব্যৱহাৰ কৰা পি ৮৷ জাহাজ আৰু মেচুকাৰ ALG ground 
৪৮ ঘন্টাতো কোনো সম্ভেদ নাই নিৰুদ্দেশ এন্টনোভ AN-32 ৰ লগতে ১৩ গৰাকী আৰোহীৰ 

তেজপুৰ,,৫ জুন :ভাৰতীয় বায়ু সেনা বাহিনীৰ সোমবাৰে যোৰহাটৰ পৰা অৰুনাচল প্ৰদেশৰ মেচুকালৈ দৈনন্দিন অনুশিলনৰ বাবে যোৱা এন্টনোভ AN 32 মালবাহী জাহাজৰ উদ্ধাৰ কাৰ্যত সহায় কৰিবলৈ মঙ্গলবাৰে  দুপৰীয়া ১ বজাত তামিলনাডুৰ পৰা অহা অত্যাধুনিক পি ৮( P8 )চেণ্চৰৰ সৈতে উপলব্ধ বিমান খনে আজি পুনৰ অভিযান আৰম্ভ কৰিছে ৷ আৰু বৰ্তমান এই বিমানখন বৰ্তমান যোৰহাটৰ ৰৰৈয়া বায়ু সেনা শিৱিৰৰ পৰা  অভিযান চলাইচে  ৷ এই তথ্য সদৰী কৰিছে প্ৰতিৰক্ষ্যা মন্ত্ৰনালয়ৰ জনসম্পৰ্কী বিষয়া মেঘালয় স্থিত বায়ু সেনা চাউনীৰ উইং কামাণ্ডাৰ ৰত্নাকৰ সিংয়ে ৷ এই বয়ইঙ ভাৰতৰ P8 ভেৰাইন্ট উন্নত মানৰ সজুলি  বিষেশকৈ চাবমেৰিন অপাৰেচনত ব্যৱহাৰ কৰা সজুলিৰে উৰামাৰিছে অৰুনাচললৈ ৷সম্পূৰ্ন বৈদেশিক সা-সজুলিৰে পৰিপূৰ্ন এই বিমানে অপাৰেচন চলাই  যোৰহাট আৰু মেচুকাৰ মাজত যদিও কোনো সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই বৰ্তমানলৈকে ৷ 
আনহাতে তেজপুৰ বায়ু সেনা চাউনীৰ পৰা চুখয় SU-30 বিমানে বৰ্তমান অভিযান আৰম্ভ কৰিছে ৷ 
উল্লেখযোগ্য যে অৰুনাচল প্ৰদেশৰ আৰক্ষী সঞ্চালক এইচ কে সিংয়ে ইটিভি ভাৰতক জানিব দিয়ে ়ে উক্ত অঞ্চলৰ ৫ খন জিলাৰ আৰক্ষী বিভিন্ন ঠাইত অভিযান চলাই আছে ৷আনহাতে আজি পুৱাৰ ভাগৰ পৰা বতৰ কিছু ফৰকাল হোৱাৰ বাবে আৰু ভিতৰুৱা অঞ্চলত প্ৰৱেশ কৰাৰো সম্ভাবনা প্ৰকট ৷

Pranab kumar Das, ETV Bharat, Assam 
Tezpur
5/6/19

Last Updated : Jun 5, 2019, 5:03 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.