ETV Bharat / state

তেজপুৰ আৰক্ষীৰ জালত মন্দিৰৰ সামগ্ৰী চোৰ - Another person involved in temple thief arrested at Tezpur

তেজপুৰত মন্দিৰ চুৰিকাৰ্যৰ লগত জড়িত এটা চোৰক কৰায়ত্ব কৰে আৰক্ষীয়ে ৷

তেজপুৰ আৰক্ষীৰ জালত মন্দিৰৰ সামগ্ৰী চোৰ
author img

By

Published : Aug 19, 2019, 6:28 AM IST

তেজপুৰ, 18 আগষ্টঃ

  • দেওবাৰে তেজপুৰ আৰক্ষীয়ে মন্দিৰৰ সামগ্ৰী চুৰিকাৰ্যত লিপ্ত থকাৰ অপৰাধত এটা চোৰক কৰায়ত্ব কৰে
  • ধৃত চোৰটোক তেজপুৰ গোটলঙৰ পৰা আটক কৰে আৰক্ষীয়ে
  • দুদিন পূৰ্বে তেজপুৰৰ এক্স পুলিচ লাইনৰ সমীপত থকা এটা মা-কালী মন্দিৰৰ তলা ভাঙি দান-পাত্ৰৰ লগতে আন বহুতো আ-অলংকাৰ লুট কৰি নিছিল দুৰ্বৃত্তই
  • আটকাধীন চোৰটোৱে এই চুৰিকাৰ্যত তাৰ লগত আন তিনিটা দুৰ্বৃত্ত জড়িত থকাৰ কথা উল্লেখ কৰিছে

Intro:তেজপুৰ,১৭আগষ্ট: তেজপুৰত আজি পুনৰ এটা মন্দিৰ চুৰীৰ লগত জড়িত চুৰ আৰক্ষীয়ে আটক কৰে । দুদিন পূৰ্বে তেজপুৰৰ এক্স পুলিচ লাইনৰ সমীপত থকা এটা মা কালী মন্দিৰৰ তলা ভাঙি মন্দিৰৰ দান পাত্ৰ ৰ লগতে সোণৰ খাৰু ৰূপৰ আছ বাব লৈ যোৱা ৰ পিছতে আজি তৃতীয় তো চুৰ আটক কৰে তেজপুৰ গোটলঙৰ পৰা ।

Body:আনহাতে তেজপুৰ আৰক্ষীয়ে ইতিমধ্যে তিনিটা চোৰ আটক কৰাৰ লগতে চুৰি কৰি নিয়া সামগ্ৰী উদ্ধাৰ কৰাৰ পাছত আজি পুনৰ আনজন পলতাক ইনামূল হক ক আটক কৰিবলৈ সক্ষম হৈছে ।
Bite: ইনামূল হক ।

Conclusion:উল্লেখযোগ্য যে এই ঘটনাৰ পূৰ্বে তেজপুৰ চহৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত গণেশ মন্দিৰৰ সন্মুখত থকা মা লক্ষ্মী ৰ মূৰ্ত্তি ৰ অনিষ্ট হোৱা ঘটনাই এক ছেপা উত্তেজনা সৃষ্টি কৰা সময়তে তেজপুৰ আৰক্ষীয়ে উক্ত হাত ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা সংগ্রহ কৰে ।

প্ৰণৱ কুমাৰ দাস
তেজপুৰ।
১৭/৮/১৯

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.