ETV Bharat / state

সন্ধান ওলাল বায়ুসেনাৰ নিৰুদ্দিষ্ট বিমানৰ

8 দিনৰ অন্তত বায়ুসেনাৰ বিমান AN-32 ৰ সন্ধান
author img

By

Published : Jun 11, 2019, 4:06 PM IST

Updated : Jun 11, 2019, 4:28 PM IST

2019-06-11 15:59:59

8 দিনৰ অন্তত বায়ুসেনাৰ বিমান AN-32 ৰ সন্ধান

ETV BHARAT ASSAM

  • অৰুণাচলৰ লিপোৰ উত্তৰ পাৰৰ পৰা 16 কিঃ মিঃ আঁতৰত সন্ধান AN-32 ৰ ধ্বংসাৱেশৰ 
  • প্ৰায় 12,000 হাজাৰ ফুট উচ্চতাত সন্ধান বিমানখনৰ ভগ্নাৱশেষৰ 
  • বায়ুসেনাৰ MI-17 হেলিকপ্টাৰে প্ৰত্যক্ষ কৰিছে বিমানখনৰ ধাতৱ অংশ 
  • 3 জুনৰ পৰা সন্ধানহীন হৈ আছিল বিমানখন 
  • 8গৰাকী ক্ৰীউসহ 5 গৰাকীয়ে যোৰহাটৰ পৰা অৰুণাচলৰ মেচুকালৈ উৰা মাৰিছিল বিমানখনে 
  •  উৰণৰ 35 মিনিটৰ পাচৰে পৰাই সন্ধানহীন হৈ আছিল বিমানখন 

sample description
Last Updated : Jun 11, 2019, 4:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.