- অৰুণাচলৰ লিপোৰ উত্তৰ পাৰৰ পৰা 16 কিঃ মিঃ আঁতৰত সন্ধান AN-32 ৰ ধ্বংসাৱেশৰ
- প্ৰায় 12,000 হাজাৰ ফুট উচ্চতাত সন্ধান বিমানখনৰ ভগ্নাৱশেষৰ
- বায়ুসেনাৰ MI-17 হেলিকপ্টাৰে প্ৰত্যক্ষ কৰিছে বিমানখনৰ ধাতৱ অংশ
- 3 জুনৰ পৰা সন্ধানহীন হৈ আছিল বিমানখন
- 8গৰাকী ক্ৰীউসহ 5 গৰাকীয়ে যোৰহাটৰ পৰা অৰুণাচলৰ মেচুকালৈ উৰা মাৰিছিল বিমানখনে
- উৰণৰ 35 মিনিটৰ পাচৰে পৰাই সন্ধানহীন হৈ আছিল বিমানখন
সন্ধান ওলাল বায়ুসেনাৰ নিৰুদ্দিষ্ট বিমানৰ - ARUNACHAL PRADESH
8 দিনৰ অন্তত বায়ুসেনাৰ বিমান AN-32 ৰ সন্ধান
2019-06-11 15:59:59
8 দিনৰ অন্তত বায়ুসেনাৰ বিমান AN-32 ৰ সন্ধান
2019-06-11 15:59:59
8 দিনৰ অন্তত বায়ুসেনাৰ বিমান AN-32 ৰ সন্ধান
- অৰুণাচলৰ লিপোৰ উত্তৰ পাৰৰ পৰা 16 কিঃ মিঃ আঁতৰত সন্ধান AN-32 ৰ ধ্বংসাৱেশৰ
- প্ৰায় 12,000 হাজাৰ ফুট উচ্চতাত সন্ধান বিমানখনৰ ভগ্নাৱশেষৰ
- বায়ুসেনাৰ MI-17 হেলিকপ্টাৰে প্ৰত্যক্ষ কৰিছে বিমানখনৰ ধাতৱ অংশ
- 3 জুনৰ পৰা সন্ধানহীন হৈ আছিল বিমানখন
- 8গৰাকী ক্ৰীউসহ 5 গৰাকীয়ে যোৰহাটৰ পৰা অৰুণাচলৰ মেচুকালৈ উৰা মাৰিছিল বিমানখনে
- উৰণৰ 35 মিনিটৰ পাচৰে পৰাই সন্ধানহীন হৈ আছিল বিমানখন
sample description
Last Updated : Jun 11, 2019, 4:28 PM IST