ETV Bharat / state

AN 32 : প্ৰতিকূল বতৰৰ বাবে উদ্ধাৰ অভিযানত বাধা - ARUNACHAL

সপ্তম দিনাও অৰুণাচলত নিৰুদ্দিষ্ট বায়ুসেনাৰ AN-32 বিমানৰ উদ্ধাৰ অভিযান অব্যাহত ৷

AN 32 : প্ৰতিকূল বতৰৰ বাবে উদ্ধাৰ অভিযানত বাধা
author img

By

Published : Jun 9, 2019, 4:27 PM IST

তেজপুৰ ,০৯ জুন : ভাৰতীয় বায়ু সেনা বাহিনীৰ সোমবাৰে যোৰহাটৰ পৰা অৰুণাচল প্ৰদেশৰ মেচুকালৈ দৈনন্দিন অনুশীলনৰ বাবে যোৱা এন্টনোভ AN 32 মালবাহী জাহাজৰ উদ্ধাৰ কাৰ্যত প্ৰতিকূল বতৰৰ বাবে অসুবিধাৰ সৃষ্টি হোৱাত দেওবাৰে দুপৰীয়াৰ ভাগত আৰম্ভ হয় অভিযান ৷

সেনা বাহিনীয়ে শনিবাৰে সন্ধান দিব পৰা লোকক ৫ লাখ টকাৰে পুৰস্কৃত কৰিব বুলি ঘোষণা কৰাৰ লগতে অৰুণাচল প্ৰদেশৰ চৰকাৰেও নিৰুদ্দিষ্ট বিমানৰ লগতে 13 জন ব্যক্তিৰ সন্ধান দিওতাক 50,000 টকাৰে পুৰস্কৃত কৰিব ৷ আনহাতে বায়ু সেনা বাহিনীৰ লগত যোগাযোগ কৰিবলৈ কেতবোৰ নম্বৰ ঘোষণা কৰা হৈছে ৷ বিমানখনৰ সন্ধান পালে ০৩৭৮-৩২২২১৬৪, ৯৪৩৬৪-৯৯৪৭৭, ৯৪০২০-৭৭২৬৭ আৰু ৯৪০২১-৩২৪৭৭ নম্বৰত খবৰ দিব পাৰিব । প্ৰতিগৰাকী ব্যক্তিয়ে লাভ কৰিব 5 লাখ টকাকৈ আৰু প্ৰতিটো গোটকে পুৰস্কৃত কৰিব বায়ুসেনাই ।

উল্লেখযোগ্য যে, মেচুকা আৰু আল'ৰ মাজত থকা কায়ঙৰ অতব্য অৰণ্যত স্থানীয় লোকে সেনা বাহিনীৰ লগত অভিযান আৰম্ভ কৰিছে ৷ আল'ৰ পৰা কায়ঙৰ মাজত দূৰত্ব 45 কিঃ মিঃ আৰু মেচুকাৰ পৰা কায়ঙলৈ 140 কিঃ মিঃ ৷

Desk , Story not taken yet ??

---------- Forwarded message ---------
From: PRANAB KUMAR DAS <pranabkumar.das@etvbharat.com>
Date: Sun, Jun 9, 2019, 11:26 AM
Subject: ৭ম দিনাৰ  বায়ুসেনাৰ উদ্ধাৰ  অভিযান অৰুনাচলত  নিৰুদিষ্ট বায়ু সেনাৰ AN-32 বিমানৰ 
To: <assamdesk@etvbharat.com>

প্ৰতিকূল বতৰে উদ্ধাৰ অভিযানত বাধাৰ সৃষ্টি কৰিছে  অৰুনাচলত  ৷

৭ম দিনাৰ  বায়ুসেনাৰ উদ্ধাৰ  অভিযান অৰুনাচলত  নিৰুদিষ্ট বায়ু সেনাৰ AN-32 বিমানৰ 

তেজপুৰ ,০৯ জুন : ভাৰতীয় বায়ু সেনা বাহিনীৰ সোমবাৰে যোৰহাটৰ পৰা অৰুনাচল প্ৰদেশৰ মেচুকালৈ দৈনন্দিন অনুশিলনৰ বাবে যোৱা এন্টনোভ AN 32 মালবাহী জাহাজৰ উদ্ধাৰ কাৰ্যত আজি অভিযানত প্ৰতিকুল বতৰে অশুবিধাৰ সৃষ্টি কৰাৰ পিছত দুপৰীয়াৰ অভিযান আৰম্ভ হৈছে ৷
বায়ুসেনা বাহিনীয়ে শনিবাৰে সন্ধান দিব পৰা লোকক ৫ লাখ টকাৰে পুৰস্কিত কৰিব বুলি ঘোষনা কৰাৰ লগতে অৰুনাচল প্ৰদেশৰ চৰকাৰেও নিৰুদিষ্টি বিমানৰ লগতে ১৩ জন ব্যক্তিৰ সন্ধান দিওতাক ৫০, ০০০   টকাৰে পুৰস্কিত কৰিব ৷আনহাতে বায়ু সেনা বাহিনীৰ লগত যোগাযোগ কৰিবলৈ  কেতবোৰ নম্বৰ ঘোষনা কৰিছে ৷ বিমানখনৰ সন্ধান পালে ০৩৭৮-৩২২২১৬৪, ৯৪৩৬৪-৯৯৪৭৭, ৯৪০২০-৭৭২৬৭ আৰু ৯৪০২১-৩২৪৭৭ নম্বৰত খবৰ দিব পাৰিব। প্ৰতিগৰাকী ব্যক্তিয়ে লাভ কৰিব ৫ লাখ টকাকৈ আৰু প্ৰতিটো গোটকে পুৰষ্কৃত কৰিব বায়ুসেনাই।
উল্লেখযোগ্য মেচুকা আৰু আল'ৰ মাজত থকা কায়ংৰ অতব্য অৰণ্যত স্থানীয় লোক সেনা বাহিনীৰ লগত অভিযান আৰম্ভ কৰিছে ৷আল'ৰ পৰা কায়ঙৰ মাজত দুৰত্ব ৪৫ কিঃ মিঃ আৰু মেচুকাৰ পৰা কায়ংলৈ ১৪০ কিঃ মিঃ ৷

ফটো : আল আৰু কায়ংৰ মাজৰ দৃশ্য ৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.