ETV Bharat / state

পুনৰ উদ্ধাৰ অভিযান আৰম্ভ এন্টনোভ AN 32 বিমানৰ - TEZPUR

সোমবাৰে যোৰহাটৰ পৰা অৰুণাচল প্ৰদেশৰ মেচুকালৈ দৈনন্দিন অনুশীলনৰ বাবে যোৱা ভাৰতীয় বায়ুসেনাৰ এন্টনোভ AN 32 মালবাহী বিমানৰ উদ্ধাৰ অভিযানত প্ৰতিকূল বতৰে অসুবিধাৰ সৃষ্টি কৰাৰ পাচত পুনৰ ১২.৪৫ বজাৰ পৰা আৰম্ভ কৰা হৈছে উদ্ধাৰ অভিযান ৷

পুনৰ উদ্ধাৰ অভিযান আৰম্ভ এন্টনোভ AN 32 বিমানৰ
author img

By

Published : Jun 7, 2019, 2:37 PM IST

Updated : Jun 7, 2019, 3:07 PM IST

তেজপুৰ, 7 জুনঃ

  • নিৰুদিষ্ট এন্টনোভ AN 32 বিমানৰ সন্ধানত পুনৰ আৰম্ভ উদ্ধাৰ অভিযান
  • ১২:৪৫ বজাৰ পৰা অভিযানত নামিছে বায়ুসেনা আৰু সেনাবাহিনীৰ বিভিন্ন দল
  • উদ্ধাৰ অভিযানত ব্যৱহাৰ দুখন ছুখই SU-30 MKI, এখন C-130J বিমান, চাৰিখন MI-17 আৰু সেনাবাহিনীৰ UAV
  • পুৱাৰ ভাগত প্ৰতিকূল বতৰৰ বাবে অভিযান বন্ধ ৰাখিবলগীয়া হৈছিল
  • প্ৰচণ্ড বৰষুণৰ ফলত স্থল পথেৰে চলোৱা অভিযানতো অসুবিধাৰ সৃষ্টি হৈছিল
  • নৌ সেনাৰ P8i ছেটেলাইটৰে অভিযান চলোৱা হৈছিল
    etv bharat

Last Updated : Jun 7, 2019, 3:07 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.