ETV Bharat / state

তেজপুৰত মঞ্চস্থ 'সন্ধিয়া আহিল কোন বাটে ?'

author img

By

Published : Nov 4, 2019, 3:01 PM IST

তেজপুৰৰ ভূপেন হাজৰিকাৰ কলা ভূমিৰ মুক্তাগণত ঐশ্বৰ্য্য কাকতিৰ মননশীল নাটক 'সন্ধিয়া আহিল কোন বাটে'ৰ অভিনয় আৰু কাহিনীয়ে মন্ত্ৰমুগ্ধ কৰিলে তেজপুৰৰ ৰুচিশীল দৰ্শকক

ঐশ্বৰ্য্য কাকতিৰ মননশীল নাটক 'সন্ধিয়া আহিল কোন বাটে'

তেজপুৰ,4 নৱেম্বৰঃ তেজপুৰৰ পৰা নাট শিল্প ক্ষেত্ৰখনৰ লগত সুদীৰ্ঘ কাল জড়িত থাকি ৰাষ্ট্ৰীয় আৰু আন্তঃ ৰাষ্ট্ৰীয় পৰ্যায়ত নাটকৰ জৰিয়তে কৃতিত্বৰ পৰিচয় দিবলৈ সক্ষম হোৱা বিশিষ্ট নাট্যকাৰ পৰিচালক ঐশ্বৰ্য্য কাকতিৰ ৭৬ সংখ্যক ওপজা দিনত ৰাইজলৈ চতুৰ্থ বাৰৰ বাবে উপহাৰ দিয়া মননশীল নাটক ' সন্ধিয়া আহিল কোন বাটে', আনুষ্ঠানিক ভাৱে মুকলি কৰে এসময়ৰ বিখ্যাত কার্টুনিষ্ট তথা বিষ্ণু ৰাভা বঁটা প্ৰাপক পুলক গগৈয়ে ৷ নাটক খনত অভিনয় কৰে বিশিষ্ট অভিনেতা অৰুণ নাথ, অভিনেত্ৰী কৃষ্ণা দাস নাথে ।

তেজপুৰত মঞ্চস্থ 'সন্ধিয়া আহিল কোন বাটে '

শোণিতপুৰ জাৰনেলিষ্ট ইউনিয়ন আৰু ইউনাইটেড আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ সৌজন্যত অনুষ্ঠিত এই নাট্য অনুষ্ঠানত ঐশ্বৰ্য্য কাকতি আৰু সাংবাদিক তথা সংগীত শিল্পী গৌতম শৰ্মাক সম্বৰ্ধনা জনোৱা হয় । এই নাট মুকলি কৰি ৰাজ্যৰ বিশিষ্ট চিত্ৰ শিল্পী, চলচ্চিত্ৰ প্ৰযোজক পুলক গগৈয়ে কয় যে ,"কলা-সংস্কৃতিক পেছা হিচাপে লৈ জীৱন নিৰ্বাহ কৰা পূৰ্বেও কঠিন আছিল আৰু এতিয়াও সহজ নহয়।"

Intro:তেজপুৰ,৪ নৱেম্বৰ : তেজপুৰৰ ভূপেন হাজৰিকাৰ কলা ভূমিৰ মুক্তাগণত  ঐস্বৰ্য্য কাকতিৰ মননশীল নাটক " সন্ধিয়া আহিল কোন বাটে'ৰ অভিনয় আৰু কাহিনীয়ে মন্ত্ৰ মুগ্ধ কৰিলে তেজপুৰৰ ৰুচি শীল দৰ্শকৰ ।শোণিতপুৰ জাৰনেলিষ্ট ইউনিয়ন আৰু ইউনিটেড আৰ্টিষ্ট ফৌণ্ডেশ্যন ৰ সৌজনত অনুষ্ঠিত এই নাট্য অনুষ্ঠানত ঐস্বৰ্য্য কাকতি আৰু সাংবাদিক সংগীত শিল্পী গৌতম শৰ্মাক সম্বৰ্ধনা জনোৱা হয় । এই নাট মুকলি কৰি ৰাজ্যৰ বিশিষ্ট চিত্ৰ শিল্পী, চলচ্চিত্ৰ প্ৰযোজক পুলক গগৈয়ে কয় যে কলা সংস্কৃতি ক পেছা হিচাবে লৈ জীৱন নিৰ্বাহ কৰা পূৰ্বেও কঠিন আছিল আৰু এতিয়াও সহজ নহয় ।

Body:তেজপুৰৰ পৰা নাট শিল্প ক্ষেত্ৰখনৰ লগত সুদীৰ্ঘ কাল জড়িত থাকি ৰাষ্ট্ৰীয় আৰু আন্তঃ ৰাষ্ট্ৰীয় পৰ্যায়ত নাটকৰ জৰিয়তে কৃতিত্ব ৰ পৰিচয় দিবলৈ সক্ষম হোৱা বিশিষ্ট নাট্যকাৰ পৰিচালক ঐস্বৰ্য্য কাকতিৰ ৭৬ সংখ্যক ওপজা দিনত ৰাইজলৈ বুলি চতুৰ্থ বৰাৰ বাবে উপহাৰ দিয়া মননশীল নাটক" সন্ধিয়া আহিল কোন বাটে", আনুষ্ঠানিক ভাৱে মুকলি কৰে এসময়ৰ বিখ্যাত কার্টুনিষ্ট তথা বিষ্ণু ৰাভা বঁটা প্ৰাপক পুলক গগৈয়ে ।
নাটক খনত অভিনয় কৰে বিশিষ্ট অভিনেতা অৰুণ নাথ, অভিনেত্ৰী কৃষ্ণা দাস নাথ ।

Conclusion:প্ৰণৱ কুমাৰ দাস
তেজপুৰ
৪/১১/১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.