- তেজপুৰ বায়ুসেনাৰ ঘাটিৰ( Tezpur Air Force Station) সমীপত ড্ৰোণ উৰুওৱাত নিষেধাজ্ঞা(NO DRONE ZONE)
- বায়ুসেনাৰ ঘাটিৰ 3 কিমি. ব্যাসাৰ্ধৰ ভিতৰত উৰুৱাব নোৱাৰিব ড্ৰোণ
- বিমান ঘাটিৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা বায়ু সেনা আৰু সোণিতপুৰ জিলা আৰক্ষী অধীক্ষকৰ
- বিশেষ কাৰণত ড্ৰোণ ব্যৱহাৰ কৰিবলৈ ল’ব লাগিব অনুমতি
- অনুমতি অবিহনে ড্ৰোণ উৰুৱালে ড্ৰোণ ধ্বংস কৰি দিয়া হ’ব অথবা জব্দ কৰা হ’ব
- তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ শুকুৰবাৰৰ পাৰ জাৰি কৰা হৈছে এই নিৰ্দেশনা
- শোণিপুৰ জিলা দণ্ডাধীশ দেৱ কুমাৰ মিশ্ৰই ঘোষণা কৰিছে এই কথা
- বনভোজস্থলী সমূহত জৈৱ-বৈচিত্ৰ বিঘ্নিত কৰিব পৰা প্লাষ্টিক ব্যৱহাতো নিষেধাজ্ঞা জাৰি
- উচ্চ স্বৰত গীত বজোৱা, বনভোজস্থলীৰ আশে-পাশে নিচাজাতীয় দ্ৰব্য বিক্ৰী আৰু সেৱনতো নিষেধাজ্ঞা জাৰি
- মদ্যপান কৰি বাহন চলোৱা সকলৰ বিৰুদ্ধেও লোৱা হ’ব কঠোৰ ব্যৱস্থা
- পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত বাহাল থাকিব এই নিৰ্দেশনা, ঘোষণা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ
No Drone Zone: তেজপুৰ বিমান ঘাটিৰ পাশ্বৱৰ্তী এলেকাক ‘‘ন’ ড্ৰোণ জ’ন’’ হিচাপে ঘোষণা - Tezpur Air Force Station
তেজপুৰ বায়ুসেনাৰ ঘাটিৰ সমীপত ড্ৰোণ উৰুওৱাত নিষেধাজ্ঞা ৷ বায়ুসেনাৰ ঘাটিৰ 3 কিমি. ব্যাসাৰ্ধৰ ভিতৰত উৰুৱাব নোৱাৰিব ড্ৰোণ ৷ বিমান ঘাটিৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা বায়ুসেনা আৰু শোণিতপুৰ জিলা আৰক্ষী অধীক্ষকৰ ৷ বিশেষ কাৰণত ড্ৰোণ ব্যৱহাৰ কৰিবলৈ ল’ব লাগিব অনুমতি ৷
তেজপুৰ বিমান ঘাটিৰ পাশ্বৱৰ্তী এলেকাক ‘‘ন’ ড্ৰোণ জ’ন’’ হিচাপে ঘোষণা
- তেজপুৰ বায়ুসেনাৰ ঘাটিৰ( Tezpur Air Force Station) সমীপত ড্ৰোণ উৰুওৱাত নিষেধাজ্ঞা(NO DRONE ZONE)
- বায়ুসেনাৰ ঘাটিৰ 3 কিমি. ব্যাসাৰ্ধৰ ভিতৰত উৰুৱাব নোৱাৰিব ড্ৰোণ
- বিমান ঘাটিৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা বায়ু সেনা আৰু সোণিতপুৰ জিলা আৰক্ষী অধীক্ষকৰ
- বিশেষ কাৰণত ড্ৰোণ ব্যৱহাৰ কৰিবলৈ ল’ব লাগিব অনুমতি
- অনুমতি অবিহনে ড্ৰোণ উৰুৱালে ড্ৰোণ ধ্বংস কৰি দিয়া হ’ব অথবা জব্দ কৰা হ’ব
- তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ শুকুৰবাৰৰ পাৰ জাৰি কৰা হৈছে এই নিৰ্দেশনা
- শোণিপুৰ জিলা দণ্ডাধীশ দেৱ কুমাৰ মিশ্ৰই ঘোষণা কৰিছে এই কথা
- বনভোজস্থলী সমূহত জৈৱ-বৈচিত্ৰ বিঘ্নিত কৰিব পৰা প্লাষ্টিক ব্যৱহাতো নিষেধাজ্ঞা জাৰি
- উচ্চ স্বৰত গীত বজোৱা, বনভোজস্থলীৰ আশে-পাশে নিচাজাতীয় দ্ৰব্য বিক্ৰী আৰু সেৱনতো নিষেধাজ্ঞা জাৰি
- মদ্যপান কৰি বাহন চলোৱা সকলৰ বিৰুদ্ধেও লোৱা হ’ব কঠোৰ ব্যৱস্থা
- পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত বাহাল থাকিব এই নিৰ্দেশনা, ঘোষণা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ
Last Updated : Dec 23, 2022, 10:32 PM IST