ETV Bharat / state

টেক্টৰৰ চেপাত নিহত ৰঙাপৰাৰ যুৱক

author img

By

Published : Jun 19, 2019, 10:02 AM IST

টেক্টৰে কাল হ'ল ৰঙাপৰাৰ এজন যুৱকৰ,দপদপীৰ ১নং বস্তিৰ নিৱাসী ইচ্ছাক তপ্ন নামৰ এজন যুৱকৰ মৃত্যু হ'ল টেক্টৰৰ চেপাত

টেক্টৰৰ চেপাত নিহত ৰঙাপৰাৰ যুৱক

  • শোণিতপুৰ জিলাৰ ৰঙাপৰাত শোকাৱহ ঘটনা
  • টেক্টৰৰ চেপাত এজন যুৱক নিহত
  • যুৱকজন দপদপীৰ ১নং বস্তিৰ নিৱাসী ইচ্ছাক তপ্ন
  • মঙলবাৰে ট্ৰেক্টৰৰে পথাৰত হাল-বায় থকা সময়তে সংঘটিত হয় দুৰ্ঘটনাটো
  • হঠাৎ ট্ৰেক্টৰখনৰ আগফালটো ওপৰলৈ উঠি গৈ যুৱকজনৰ ওপৰত বাগৰি পৰে
  • ফলত থিতাতে নিহত হয় যুৱকজন
  • ঘটনাস্থলীত উপস্থিত হয় ৰঙাপৰা আৰক্ষীৰ দল
  • আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহটো
  • মৃত লোকজনৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰা হয়
    টেক্টৰৰ চেপাত নিহত ৰঙাপৰাৰ যুৱক

  • শোণিতপুৰ জিলাৰ ৰঙাপৰাত শোকাৱহ ঘটনা
  • টেক্টৰৰ চেপাত এজন যুৱক নিহত
  • যুৱকজন দপদপীৰ ১নং বস্তিৰ নিৱাসী ইচ্ছাক তপ্ন
  • মঙলবাৰে ট্ৰেক্টৰৰে পথাৰত হাল-বায় থকা সময়তে সংঘটিত হয় দুৰ্ঘটনাটো
  • হঠাৎ ট্ৰেক্টৰখনৰ আগফালটো ওপৰলৈ উঠি গৈ যুৱকজনৰ ওপৰত বাগৰি পৰে
  • ফলত থিতাতে নিহত হয় যুৱকজন
  • ঘটনাস্থলীত উপস্থিত হয় ৰঙাপৰা আৰক্ষীৰ দল
  • আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহটো
  • মৃত লোকজনৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰা হয়
    টেক্টৰৰ চেপাত নিহত ৰঙাপৰাৰ যুৱক
Intro:শোণিতপুৰৰ ৰঙাপৰাত টেক্টৰৰ চেপাত এজন নিহত।Body:ৰঙাপৰাঃ শোনিতপুৰ জিলাৰ ৰঙাপৰাত মঙ্গলবাৰে টেক্টৰৰ চেপাত এজন লোক নিহত হোৱাৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত খৱৰ অনুসৰি ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত দপদপীত উক্ত ঘটনাটি সংঘটিত হয়। দপদপীৰ ১ নং বস্তিৰ নিবাসী ইচ্ছাক তপ্ন নামৰ লোকজনে কালি বিয়লিৰ ভাগত কৃষি পথাৰত ট্ৰেক্টৰৰে হাল বাই আছিল। ঠিক তেনে সময়তে ট্ৰেক্টৰখনৰ আগফালটো হঠাৎ ওপৰলৈ উঠি যোৱাত ট্ৰেক্টৰখন বাগৰি পৰে আৰু ট্ৰেক্টৰখন চলাই থকা চালকজন চেপাত থিতাতে নিহত হয়। ইফালে ঘটনাটি খৱৰ পোৱাৰ পাছতে ৰঙাপৰা আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে ঘটনাটিৰ বুজ লোৱাৰ লগতে মৃতদেহটো উদ্ধাৰ কৰি থানালৈ লৈ আহে।মৃত লোকজনৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে আজি আৰক্ষীয়ে তেজপুৰলৈ প্ৰেৰণ কৰিছে।
পংকজ নাথ, ৰঙাপৰা।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.