ETV Bharat / state

ইভিএমত বন্দী হ'ল ভানু-পল্লৱৰ ভাগ্য

author img

By

Published : Apr 11, 2019, 9:32 PM IST

Updated : Apr 11, 2019, 11:40 PM IST

ইতিমধ্যে সমাপ্ত হৈছে বিভিন্ন স্থানৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ দায়িত্ববাহী বিষয়াসকল আহি উপস্থিত হৈছেহি ষ্ট্ৰং ৰূমত ৷

শান্তিপূৰ্ণভাৱে তেজপুৰ লোকসভা সমষ্টিৰ ভোটগ্ৰহণ সমাপ্ত

তেজপুৰ , 11 এপ্ৰিল: শান্তিপূৰ্ণভাৱে তেজপুৰ লোকসভা সমষ্টিৰ ভোটগ্ৰহণ সমাপ্ত ৷ ধেমাজিৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত পুনৰ অনুষ্ঠিত হ'ব ভোটগ্ৰহণ ৷ কাৰিকৰী বিসংগতিৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি প্ৰশাসনৰ তৰফৰ পৰা প্ৰকাশ ৷ শোণিতপুৰৰ পৰা ধেমাজি জিলা লৈকে শান্তিপূৰ্ণভাৱে সমাপ্ত হয় ভোটগ্ৰহণ ৷

তেজপুৰৰ পৰা ই টি ভি ভাৰতৰ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ প্ৰতিবেদন ...

শান্তিপূৰ্ণভাৱে সমাপ্ত তেজপুৰ লোকসভা সমষ্টিৰ ভোটগ্ৰহণ

তেজপুৰ,১১এপ্ৰিল : তেজপুৰ লোক সভাত সম্পূৰ্ণ শান্তিপূৰ্ণ ভাবে নিৰ্বাচন সমাপ্ত ।আনহাতে উত্তৰ পাৰৰ ডি আই জি লাচিত বৰুৱাই ইটিভি ভাৰত অসমৰ আগত কয় যে শোণিতপুৰৰ পৰা ধেমাজি জিলা লৈকে আইন শৃংখলা জনীত কোনো ঘটনা সংঘটিত নোহোৱাকৈ নিৰ্বাচন সমাপ্তি ঘটে ।

DL ।
প্ৰণৱ কুমাৰ দাস, ইটিভি ভাৰত অসম তেজপুৰ।
১১/৪/১৯
Last Updated : Apr 11, 2019, 11:40 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.