তেজপুৰ,৫ জুনঃ বুধবাৰে বৰচলা সমষ্টিৰ 'বাঁহবাৰী উষা নাট্য সমাজে' সম্বৰ্ধনা জনালে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ- ছাত্ৰী সকলক ।এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰি এই সম্বৰ্ধনা প্ৰদান কৰে শিক্ষাবিদ তথা জ্যেষ্ঠ সাংবাদিক পংকজ বৰুৱাই আৰু তেজপুৰৰ জ্যেষ্ঠ সাংবাদিক অৰূপ কলিতাই ।
তেজপুৰত কৃৰ্তীমানক সম্বৰ্ধনা 'বাঁহবাৰী উষা নাট্য সমাজ'ৰ
হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ- ছাত্ৰী সকলক সম্বৰ্ধনা জনালে তেজপুৰৰ নিকটৱৰ্তী বৰচলা সমষ্টিৰ অন্তৰ্গত বাঁহবাৰী মৌজাৰ শতবৰ্ষ গৰকা 'বাঁহবাৰী উষা নাট্য সমাজে' ।
তেজপুৰত কৃৰ্তীমানক সম্বৰ্ধনা জ্ঞাপন 'বাঁহবাৰী উষা নাট্য সমাজ'ৰ
তেজপুৰ,৫ জুনঃ বুধবাৰে বৰচলা সমষ্টিৰ 'বাঁহবাৰী উষা নাট্য সমাজে' সম্বৰ্ধনা জনালে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ- ছাত্ৰী সকলক ।এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰি এই সম্বৰ্ধনা প্ৰদান কৰে শিক্ষাবিদ তথা জ্যেষ্ঠ সাংবাদিক পংকজ বৰুৱাই আৰু তেজপুৰৰ জ্যেষ্ঠ সাংবাদিক অৰূপ কলিতাই ।
Intro:তেজপুৰ,০৫ জুন : তেজপুৰৰ নিকটৱৰ্তী বৰচলা সমষ্টিৰ অন্তৰ্গত বাঁহবাৰী মৌজাৰ শতবৰ্ষ গাৰকা "বাঁহবাৰী উষা নাট্য সমাজ ৰ উদ্যোগ ত আজি অঞ্চলটোৰ কীৰ্তি ছাত্র ছাত্ৰী সকলক অনুপ্ৰাণিত কৰিবলৈ মুঠ 36 গৰাকী হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ ছাত্র ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱা হয়।
Body:এখন ৰাজহুৱা সভাত এই সম্বৰ্ধনা প্ৰদান1কৰে শিক্ষা বিড তথা জ্যেষ্ঠ সাংবাদিক পংকজ বৰুৱা ই আৰু তেজপুৰৰ জ্যেষ্ঠ সাংবাদিক অৰুপ কলিতাই ।
সভাত সভাপতিত্ত্ব কৰে কুশল সূতএ ,ভাষণ প্ৰসংগ ত জ্যেষ্ঠ সাংবাদিক পংকজ বৰুৱা আৰু অৰুপ কলিতাই ছাত্ৰ ছাত্ৰী সকলক আগুণটোক দিনত সামাজিক দায়বদ্ধতা বজাই ৰাখি ভবিষ্যতে নতুন দিশত আগবাঢ়ি অধিক সুফল দেখুৱাব ৰ বাবে উদগনি জনাই ।
Conclusion:বাঁহবাৰী উষা নাট্য সমাজে এই ভিতৰুৱা অঞ্চলৰ ছাত্ৰ ছাত্ৰী সকলক প্ৰত্যেক বছৰেই শিক্ষা ৰ দিশত যেথেষ্ট বৰঙণি আগবঢ়াই আহিছে ।
প্ৰণৱ কুমাৰ দাস,
ইটিভি ভাৰত, অসম
৫/৬/১৯