ETV Bharat / state

ন্যায্য় প্ৰাপ্তিৰ দাবীৰে শিৱসাগৰত শতাধিক মহিলাৰ প্ৰতিবাদ

author img

By

Published : Mar 6, 2020, 5:21 PM IST

অভিযোগ অনুসৰি দীৰ্ঘদিন ধৰি সীমিত মাননিৰ বাবে আৰ্থিক সংকটত ভুগিছে একাংশ শ্ৰমজীৱী মহিলা ৷ যাৰ বাবে আজি শিৱসাগৰত এক বিশাল পদযাত্ৰাৰে উপায়ুক্ত কাৰ্যালয়লৈ ৰাওনা হৈ ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে শতাধিক মহিলাই ৷

শিৱসাগৰত শতাধিক মহিলাৰ প্ৰতিবাদ
শিৱসাগৰত শতাধিক মহিলাৰ প্ৰতিবাদ

শিৱসাগৰ, 6 মাৰ্চঃ চিআইটিইউ অবিভক্ত শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আজি শিৱসাগৰত ৰাজপথলৈ ওলাই আহিল সহস্ৰাধিক মহিলা ৷ অভিযোগ অনুসৰি সীমিত মাননি আৰু ন্যায্য প্ৰপ্তিৰ দাবীত শ্ৰমজীৱী মহিলাসকলে দীৰ্ঘদিন ধৰি আৰ্থিক সংকটত ভুগিছে ৷ সেয়েহে আজি দিনৰ 11 বজাত নগৰৰ শিৱসাগৰ নগৰৰ মাজেৰে এক পদযাত্ৰাৰে উপায়ুক্ত কাৰ্যালয়লৈ ৰাওনা হয় ৷ তেওঁলোকৰ দাবীসমূহ অতি শীঘ্ৰেই মানি নল'লে আগন্তুক নিৰ্বাচনত নৰেন্দ্ৰ মোডীৰ চৰকাৰক এক উচিত প্ৰত্যুত্তৰ দিয়া হ'ব বুলি উল্লেখ কৰে প্ৰতিবাদকাৰী মহিলাসকলে ৷

ন্যায্য় প্ৰাপ্তিৰ দাবীৰে শিৱসাগৰত শতাধিক মহিলাৰ প্ৰতিবাদ

লগতে পঢ়কঃ চৰকাৰ বিৰোধী শ্ল'গানেৰে লাষ্ট গেট উত্তাল গৃহৰক্ষী জোৱানৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.