ETV Bharat / state

ডাইনী সন্দেহত আমগুৰিত উদণ্ড যুৱকে জ্বলালে বাসগৃহ - ডাইনী সন্দেহ

আমগুৰিত অন্ধবিশ্বাসৰ বলি তিনিটাকৈ পৰিয়াল ৷ ডাইনীৰ সন্দেহত তিনিটাকৈ পৰিয়ালৰ লোকৰ ওপৰত আক্ৰমণ উদণ্ড যুৱকৰ ৷

ডাইনী সন্দেহত আমগুৰিত উদণ্ড যুৱকে জ্বলালে বাসগৃহ
author img

By

Published : Jun 19, 2019, 11:12 AM IST

আমগুৰি, 19 জুন : মঙলবাৰে নিশা আমগুৰিৰ বৰবাম ধলোৱা পথাৰত সংঘটিত হয় এই ঘটনা ৷ ধলোৱা পথাৰৰ পুষ্পা কোঁৱৰ,গীতা ঘাটোৱাৰ আৰু জোনমণি ঘাটোৱাৰ নামৰ তিনিগৰাকীকৈ মহিলা আৰু তেওঁলোকৰ পৰিয়ালক ডাইনীৰ সন্দেহত হাৰাশাস্তি অঞ্চলটোৰ দুই স্থানীয় যুৱকৰ ৷ লাচিত গুৱালা আৰু ৰাহুল গোৱালা নামৰ দুই যুৱকে মঙলবাৰে পুষ্পা কোঁৱৰ আৰু গীতা ঘাটোৱাৰৰ বাসভৱন জ্বলাই দি পুৰি মাৰিবলৈ চেষ্টা কৰে ৷

ডাইনী সন্দেহত আমগুৰিত উদণ্ড যুৱকে জ্বলালে বাসগৃহ

এই ঘটনাৰ উমান পাই আটাছু কৰ্মীয়ে আমগুৰি আৰক্ষীক অৱগত কৰাত ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে আটক কৰে অভিযুক্ত দুই যুৱকক৷

Intro:Body:Supersitition of ghost at amguri

Amguri
19/6/19
Samiran Duarah

আমগুৰি, ১৯ জুন
আমগুৰিত অন্ধবিশ্বাসৰ বলি তিনিটাকৈ পৰিয়াল

ডাইনীৰ সন্দেহত নিশা সংঘাট তিনিটাকৈ পৰিয়াল

আমগুৰি বৰবাম ধলোৱা পথাৰত সংঘটিত হৈছে এই ঘটনা

ধলোৱা পথাৰৰ পুস্পা কোঁৱৰ, ধৰ্মী কোঁৱৰ আৰু গীতা ঘাটোৱাৰ জোনমণি ঘাটোৱাৰক ডাইনী সন্দেহ কৰে দুজনকৈ যুৱকে

অভিযুক্ত যুৱক দুজনৰ নাম লাচিত গোৱালা আৰু ৰাহুল গোৱালা

এই দুই যুৱকে পুস্পা কোঁৱৰ আৰু গীতা ঘাটোৱাৰ পৰিয়াল দুটাক দীৰ্ঘদিন ধৰি ডাইনী সন্দেহ কৰি হাৰাশাস্তি কৰি আহিছিল

যোৱা নিশা পৰিয়াল দুটাৰ মাজত সংঘাট লাগি অভিযুক্ত যুৱক লাচিত গোৱালা আৰু ৰাহুল গোৱালাই পুস্পা কোঁৱৰ আৰু গীতা ঘাটোৱাৰ পৰিয়াল দুটাৰ গৃহ জ্বলায় দিবলৈ উদ্যত হৈছিল।

ঘটনাৰ বিষয়ে আটাছু আমগুৰি আঞ্চলিকে খবৰ পায় হালোৱাটিং আৰক্ষীক অৱগত কৰে। হালোৱাটিং আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিয়াল দুটাক উদ্ধাৰ কৰাৰ লগতে অভিযুক্ত যুৱক দুজনক গ্ৰেপ্তাৰ কৰে।

এই ঘটনাই অঞ্চলজুৰি সৃষ্টি কৰিছে চাঞ্চল্যৰ। ডিজিটেল ইণ্ডিয়াৰ সপোন দেখা একবিংশ শতিকাতো ডাইনীৰ দৰে অন্ধবিশ্বাসৰ কৱলত পৰা একাংশ সমাজ ব্যৱস্থাই এতিয়া চিন্তিত কৰি তুলিছে।

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.