ETV Bharat / state

ভাস্কৰ গগৈক উষ্ম আদৰণি আমগুৰিবাসীৰ - warm welcome to khelo india participate vaskar gogoi

খেল' ইণ্ডিয়াৰ ফুটবল প্ৰতিযোগিতাত অসম দলক প্ৰতিনিধিত্ব কৰি আমগুৰিলৈ গৌৰৱ কঢ়িয়াই আনিলে ভাস্কৰ গগৈয়ে ৷ ১৭ অনুৰ্দ্ধ অসম ফুটবল দলক দ্বিতীয় বাৰৰ বাবে প্ৰতিনিধিত্ব কৰি খেল' ইণ্ডিয়াত ৰাণাৰ্ছ আপ সন্মান লাভ কৰিবলৈ সক্ষম হয় ৷

warm welcome to khelo india participate vaskar gogoi
ভাস্কৰ গগৈক উষ্ম আদৰণি আমগুৰিবাসীৰ
author img

By

Published : Jan 23, 2020, 4:09 PM IST

আমগুৰি, ২৩ জানুৱাৰী : খেল' ইণ্ডিয়াত প্ৰতিনিধিত্ব কৰি আমগুৰিলৈ গৌৰৱ কঢ়িয়াই আনিলে উদীয়মান খেলুৱৈ ভাস্কৰ গগৈয়ে ৷ খেল' ইণ্ডিয়াৰ ফুটবল প্ৰতিযোগিতাত অসম দলক প্ৰতিনিধিত্ব কৰি আমগুৰিলৈ গৌৰৱ কঢ়িয়াই আনিলে ভাস্কৰ গগৈয়ে ৷ ১৭ অনুৰ্দ্ধ অসম ফুটবল দলক দ্বিতীয়বাৰৰ বাবে প্ৰতিনিধিত্ব কৰি খেল' ইণ্ডিয়াত ৰাণাৰ্ছ আপ সন্মান লাভ কৰিবলৈ সক্ষম হয় ৷ খেল' ইণ্ডিয়াত জয়লাভ কৰি ভাস্কৰ গগৈ আমগুৰিত উপস্থিত হোৱাৰ লগে লগে বিভিন্ন দ'ল-সংগঠনে উষ্ম আদৰণি জনায়। চেলেং হিন্দু গাঁওৰ নিবাসী পুতুল গগৈ আৰু ভাৰতী গগৈৰ সন্তান ভাস্কৰ গগৈ আমগুৰি ফুটবল প্ৰশিক্ষণ কেন্দ্ৰৰ খেলুৱৈ আছিল ৷

ভাস্কৰ গগৈক উষ্ম আদৰণি আমগুৰিবাসীৰ

আৰু পঢ়ক : ৰংঘৰৰ বাকৰিত ৰংপুৰ মেলা

Intro:Body:আমগুৰি, ২৩ জানুৱাৰী:

খেলৌ ইণ্ডিয়াত প্ৰতিনিধিত্ব কৰি আমগুৰিলৈ গৌৰৱ কঢ়িয়ালে উদিয়মান খেলুৱৈ ভাস্কৰ গগৈয়ে

খেলৌ ইণ্ডিয়াত ফুটবল প্ৰতিযোগিতাত অসম দলক প্ৰতিনিধিত্ব কৰি গৌৰৱ কঢ়িয়ালে উদিয়মান খেলুৱৈ ভাস্কৰ গগৈয়ে

১৭ অনুৰ্দ্ধ অসম ফুটবল দলক দ্বিতীয় বাৰৰ বাবে প্ৰতিনিধিত্ব কৰি খেলৌ ইণ্ডিয়াত ৰাণাৰ্ছ আপ সন্মান লাভ কৰিবলৈ সক্ষম হয়

খেলৌ ইণ্ডিয়াত অংশগ্ৰহণ কৰি উদিয়মান খেলুৱৈ ভাস্কৰ গগৈ আমগুৰিত উপস্থিত হোৱাৰ লগে লগে বিভিন্ন দ'ল-সংগঠনে উস্ম আদৰণি জনায়।

চেলেং হিন্দু গাঁওৰ নিবাসী পুতুল গগৈ আৰু ভাৰতী গগৈৰ সন্তান ভাস্কৰ গগৈ আমগুৰি ফুটবল প্ৰশিক্ষণ কেন্দ্ৰৰ খেলুৱৈ আছিল

সমীৰণ দুৱৰা আমগুৰিConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.