আমগুৰি,17 অক্টোবৰ : শিৱসাগৰ জিলাৰ জাঁজীৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত শনিবাৰে পুৱতি নিশা প্ৰায় 2.30 বজাত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা ৷
উল্লেখ্য যে,AS-17B-9851 নম্বৰৰ যোৰহাট অভিমুখী ট্ৰাকৰ সৈতে বিপৰীত দিশৰ পৰা অহা AS-01HC-2974ৰ 407 নম্বৰৰ ট্ৰাকৰ মুখামুখি সংঘৰ্ষ হয় ৷ ফলত গুৰুতৰভাৱে আহত হয় 407 নম্বৰৰ ট্ৰাক চালকজন ।
লগতে পঢ়ক : "ৰাইজৰ দল"ৰ আহ্বায়ক লুহিত গগৈক উষ্ম আদৰণি ৰাইজৰ