ETV Bharat / state

নাজিৰাৰ গৰু চুৰি ঘটনাৰ লগত জড়িত তিনিজনক গ্ৰেপ্তাৰ

author img

By

Published : May 28, 2019, 6:52 PM IST

নাজিৰাত গৰু চুৰিৰ ঘটনা ৷ এঘৰৰ গাভিনী গাই গৰু চোৰ কৰি নিশাই মাংস কাটি চোৰে লৈ যোৱাৰ বিপৰীতে পেলাই থৈ যায় পেটৰ পোৱালী , ঠেং, মূৰ ৷

নাজিৰাত গৰু চুৰিৰ ঘটনা

নাজিৰা, ২৮ মে' : নাজিৰাত গৰু চুৰিৰ ঘটনা ৷ দেওবাৰে নিশা নাজিৰা নগৰৰ কাষৰীয়া নমাতিত সংঘটিত হয় এই গৰু চুৰি ঘটনা ৷ নমাতিৰ প্ৰশান্ত হাজৰিকা নামৰ লোকজনৰ ঘৰৰ গোহালিৰ পৰা নিশা নাইকিয়া হয় এজনী গাভিনী গাইগৰু৷ ৰাতিপুৱা গোহালিত গৰু নেদেখি বিচাৰ খোচাৰ কৰাত পোহৰলৈ আহে সমগ্ৰ ঘটনা ৷ নিশা গাভিনী গাই গৰু জনী গৃহস্থৰ গোহালিৰ পৰা চুৰ কৰি নি নিশাই মাংস কাটি লৈ যায় চুৰে আৰু পেটৰ পোৱালী , ঠেং, মূৰ আদি ঘৰৰ কিছু নিলগতে পেলাই থৈ যায় ৷

নাজিৰাত গৰু চুৰিৰ ঘটনা

এই জঘন্য ঘটনাৰ লগত গো-মাংসৰ ব্যৱসায়ী জড়িত থকাৰ সন্দেহ কৰি পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছিল নাজিৰা আৰক্ষী থানাত৷ ইতিমধ্যে এই ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত তিনিজন গৰু চোৰক গ্ৰেপ্তাৰ কৰিছে নাজিৰা আৰক্ষীয়ে৷ বহুদিনৰ পৰাই এইকেইজন চোৰে গৰু চুৰি ঘটনাৰ লগত জড়িত হৈ আহিছে ৷ সোমবাৰৰ ঘটনাৰ লগত চোৰ কেইটা জড়িত থকাৰ কথা অস্বীকাৰ কৰিছে যদিও বিগত সময়ত গৰু চুৰি ঘটনাৰ লগত জড়িত থকাৰ কথা স্বীকাৰ কৰিছে চোৰ কেইজনে ৷

Intro:Body:SLUG- A_NZR_28TH_MAY_801_BITE_CATTLE_THEFT_ARESTED_ASC10018
NABUL KONWAR
28/5/2019

নাজিৰা, ২৮ মে - নাজিৰাৰ গৰু চুৰি ঘটনাৰ লগত জড়িত তিনিজনক গ্ৰেপ্তাৰ ৷ জেল হাজুতলৈ প্ৰেৰণ৷

সোমবাৰে পুৱাই নাজিৰা জোকাাাাৰি গৈছিল এক জঘন্য গৰু চুৰি ঘটনাই ৷দেওবাৰে নিশা নাজিৰা নগৰৰ কাষৰে নমাতিত সংঘটিত হৈছিল গৰু চুৰি ঘটনা৷ নমাতি প্ৰশান্ত হাজৰিকা নামৰ লোকজনৰ ঘৰৰ গোহালিৰ পৰা নিশা নাইকিয়া হয় এজনী গাভিনী গাইগৰু৷ ৰাতিপুৱা গোহালিত গৰু নেদেখি বিচাৰ খোচাৰ কৰাত পোহৰলৈ আহে সমগ্ৰ ঘটনা৷ নিশা গাভিনী গাই গৰু জনী গৃহস্থৰ গোহালিৰ পৰা চুৰ কৰি নি নিশাই মাংস কাটি লৈ যায় চুৰে আৰু পেতৰ পুৱালী , ঠেং মুৰ ঘৰৰ কিছু নিলগতে পেলাই থৈ যায়৷ এই জঘন্য ঘটনাৰ লগত গোমাংস ব্যৱসায়ী জড়িত থকাৰ সন্দেহ কৰি পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছিল নাজিৰা আৰক্ষী থানাত৷ ইতিমধ্যে এই ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত তিনিজন গৰু চুৰক গ্ৰেপ্তাৰ কৰিছে নাজিৰা আৰক্ষীয়ে৷ বহুদিনৰ পৰা এইকেইজন চুৰ গৰু চুৰি ঘটনাৰ লগত জড়িত আছিল৷ সোমবাৰৰ ঘটনাৰ লগত চুৰ কেইটা জড়িত থকাৰ কথা অস্বীকাৰ কৰিছে যদিও বিগত সময়ত গৰু চুৰি ঘটনাৰ লগত জড়িত থকাৰ কথা স্বীকাৰ কৰিছে চুৰ কেইটাই ৷ এই ঘটনাৰ লগত এক বৃহত চক্ৰ জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে৷Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.