ETV Bharat / state

জাঁজীত সুৰভি ৰাজকুমাৰীক অগপৰ বিপুল আদৰণি - Suravi Rajkumari got warm welcome by a supporter at Jaji

শনিবাৰে ঐতিহাসিক শিৱসাগৰ বিধানসভা সমষ্টিৰ বিজেপি দলৰ প্ৰক্ষেপিত বিজেপি-অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰভি ৰাজকুমাৰীক আমগুৰি অগপৰ তৰফৰ পৰা জাঁজীত বিপুল আদৰণি জনোৱা হয় ৷ কেইবা শতাধিক দলীয় সমৰ্থকে উস্ম আদৰণি জনাই নেত্ৰী গৰাকীক ৷

জাঁজীত সুৰভি ৰাজকুমাৰীক অগপৰ বিপুল আদৰণি
Suravi Rajkumari got warm welcome by a supporter at Jaji
author img

By

Published : Mar 6, 2021, 10:36 PM IST

শিৱসাগৰ, 6 মাৰ্চ: বিধানসভা নিৰ্বাচনলৈ মাজত মাথো এটা মাহ বাকী ৷ এই সময়ত এতিয়া ৰাজ্যত বলিছে নিৰ্বাচনী গৰম বতাহ ৷ আৰম্ভ হৈছে ভোটৰক আকৰ্ষিত কৰাৰ ন-ন কৌশল ৷ ইয়াৰ মাজতে শনিবাৰে ঐতিহাসিক শিৱসাগৰ বিধানসভা সমষ্টিৰ বিজেপি দলৰ প্ৰক্ষেপিত বিজেপি-অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰভি ৰাজকুমাৰীক আমগুৰি অগপৰ তৰফৰ পৰা জাঁজীত বিপুল আদৰণি জনোৱা হয় ৷ কেইবা শতাধিক দলীয় সমৰ্থকে উস্ম আদৰণি জনাই নেত্ৰী গৰাকীক ৷

Suravi Rajkumari got warm welcome by a supporter at Jaji
জাঁজীত সুৰভি ৰাজকুমাৰীক অগপৰ বিপুল আদৰণি

উল্লেখ্য যে,শিৱসাগৰ সমষ্টিৰ বাবে বিজেপিৰ পৰা টিকট লাভ কৰি প্ৰথমবাৰৰ বাবে শিৱসাগৰলৈ অহা সুৰভি ৰাজকুমাৰীক জাঁজীতো অগপৰ বিধান পৰিষদৰ সভাপতি বিপুল বৰকটকীৰ নেতৃত্বত প্ৰায় শতাধিক দলীয় কৰ্মীয়ে আদৰণি জনায় ৷

লগতে পঢ়কঃ গেৰুৱা হল ড৹ পৰমান্দ ৰাজবংশী সহিতে ৰূপেশ গোৱালা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.