ETV Bharat / state

গীতেৰে ভোটাৰক আকৰ্ষণ কৰাৰ চেষ্টা নাজিৰা মহকুমাধিপতিৰ

author img

By

Published : Apr 1, 2019, 10:45 PM IST

নাজিৰা মহকুমাধিপতি কাৰ্যালয়ত দেওবাৰে অনুষ্ঠিত হয় এখন নিৰ্বাচনী সজাগতা সম্পৰ্কীয় সংবাদমেল ৷ সকলো শ্ৰেণীৰ ভোটাৰে যাতে ভোটদানৰ বাবে উলাই আহে তাৰ প্ৰতি লক্ষ্য ৰাখি নাজিৰা মহকুমাধিপতি কাৰ্যালয়ৰ অধীনৰ নাজিৰা জিলা নিৰ্বাচনী কাৰ্যালয়ে ব্যতিক্ৰমী পদক্ষেপ হাতত লৈছে ৷ ইয়াৰ লগতে সংগতি ৰাখি নিৰ্বাচনী সজাগতা শীৰ্ষক এটি গীত মুকলি কৰা হয় ৷

SONG RELEASED FOR ELECTION AWARENESS

নাজিৰা, 1 এপ্ৰিল: নাজিৰা মহকুমাধিপতি কাৰ্যালয়ত দেওবাৰে অনুষ্ঠিত হয় এখন নিৰ্বাচনী সজাগতা সম্পৰ্কীয় সংবাদমেল ৷ সকলো ৰাজনৈতিক দল নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকাৰ সময়তে নিৰ্বাচন আয়োগেও 100% শতাংশ ভোটদান সংগ্ৰহৰ লক্ষ্যৰে সংবাদমেলৰ আয়োজন কৰি সজাগতা সৃষ্টিৰ প্ৰচেষ্টা হাতত লৈছে ৷ সকলো শ্ৰেণীৰ ভোটাৰে যাতে ভোটদানৰ বাবে উলাই আহে তাৰ প্ৰতি লক্ষ্য ৰাখি নাজিৰা মহকুমাধিপতি কাৰ্যালয়ৰ অধীনৰ নাজিৰা জিলা নিৰ্বাচনী কাৰ্যালয়ে ব্যতিক্ৰমী পদক্ষেপ হাতত লৈছে ৷

SONG RELEASED FOR ELECTION AWARENESS

এই সংবাদমেলতে সমাগতলোকসভা নিৰ্বাচনী সজাগতা শীৰ্ষক এটি গীত মুকলি কৰা হয় ৷ নাজিৰা মহকুমা প্ৰশাসনৰ ফেচবুক পেজত গীতটি আপলোড কৰাৰ লগতে আগন্তুক নিৰ্বাচনৰ বাবে নাজিৰা মহকুমা প্ৰশাসন কেনেদৰে সাজু হৈছে সেই বিষয়ে সকলো তথ্য সংবাদমেলক অৱগত কৰে ৷ নাজিৰা সমষ্টিত মুঠ 164 টা ভোট কেন্দ্ৰত মুঠ 124020 গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব ৷ ইতিমধ্যে সকলো ভোটকেন্দ্ৰতে বিদ্যুৎ বিভাগে বিদ্যুৎ সংযোগ কৰা বুলিও জানিবলৈ দিয়ে নাজিৰা মহকুমাৰ মহকুমাধিপতি গৰাকীয়ে ৷

নাজিৰা মহকুমাধিপতি কাৰ্যালয়ত নিৰ্বাচনী সজাগতা সম্পৰ্কীয় সংবাদমেল - নিৰ্বাচনী সজাগতা শীৰ্ষক গীত মুকলি৷

A_SVR_01ST_APR_806-808_ELECTION_SONG_ANANTA

লোকসভা নিৰ্বাচন সমাগত ৷ সকলো ৰাজনৈতিক দল এতিয়া ব্যস্ত প্ৰচাৰত৷ তাৰ সমান্তৰালভাৱে জিলা তথা মহকুমা প্ৰশাসনৰ মুৰব্বী সকল ব্যস্ত হৈ পৰিছে ভোটাৰৰ সজাগতাৰ বাবে৷ নিৰ্বাচন আয়োগৰ এইবাৰ লক্ষ্য হৈছে ১০০% শতাংশ ভোটদান৷ সকলো শ্ৰেণীৰ ভোটাৰ যাতে ভোটদানৰ বাবে উলাই আহে তাৰ প্ৰতি লক্ষ্য ৰাখি নাজিৰা মহকুমা মহকুমাধিপতি কাৰ্যালয়ৰ অধীনৰ নাজিৰা জিলা নিৰ্বাচনী কাৰ্যালয়ে লৈছে ব্যতিক্ৰমী পদক্ষেপ৷ ভোটাৰৰ সজাগতাৰ বাবে প্ৰস্তুত কৰি উলিয়াইছে এটা নিৰ্বাচন সজাগতা শীৰ্ষক গীত আৰু বহুকেইটা সজাগতামুলক ভিডিও৷ দেওবাৰে বিয়লি অনুষ্ঠিত হোৱা সংবাদ মেলত  গীত আৰু সজগতা মুলক ভিডিও মুকলি কৰে৷ নাজিৰা মহকুমা প্ৰশাসনৰ ফেচবুক পেজত গীতটি আপলোড দিয়ে৷ লগতে আগন্তুক নিৰ্বাচনৰ বাবে নাজিৰা মহকুমা প্ৰশাসন কেনেদৰে সাজু হৈছে সেই বিষয়েও সকলো তথ্য অৱগত কৰে সংবাদ মেলত৷ নাজিৰা সমষ্টিত মুঠ ১৬৪টা ভোট কেন্দ্ৰত ভোট দিব ১২৪০২০ গৰাকী ভোটাৰে৷ ইতিমধ্যে সকলো ভোটকেন্দ্ৰতে বিদ্যুত সংযোগ ব্যৱস্থা কৰিছে বিদ্যুত বিভাগে৷

Bite-মহকুমাধিপতি,নাজিৰা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.