ETV Bharat / state

শিৱসাগৰত শ্বহীদ দিৱস পালন - sivsagar swahid divash

জাতিৰ মান ৰক্ষাৰ বাবে প্রাণ বিষর্জন দিয়া ৮৫৫ জন শ্বহীদৰ লগতে বিগত বর্ষত কা আন্দোলনত পাঁচজনকৈ অসমীয়া তেজাল ডেকাৰ ত্যাগকো শ্রদ্ধাৰে সুঁৱৰিলে আছুৱে । লগতে 'কা' আইন বাতিল নকৰালৈকে গণতান্ত্ৰিক ভাৱে আছুৰ আন্দোলন অব্যাহত থাকিব বুলিও জানিবলৈ দিয়ে।

sivsagar-swahid-divash
শিৱসাগৰত শ্বহীদ দিৱস পালন
author img

By

Published : Dec 10, 2020, 8:26 PM IST

শিৱসাগৰ, 10 ডিচেম্বৰ : সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থা আৰু শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত বৃহস্পতিবাৰে শ্বহীদ দিৱস পালন কৰা হয় ৷ ঐতিহাসিক অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ লগতে জাতিৰ স্বাভিমান অটুট ৰাখিবলৈ আত্মবলিদান দিয়া প্ৰতিগৰাকী মহান শ্বহীদলৈ সশ্ৰদ্ধ প্ৰণাম জনাই জিলা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত শ্বহীদ দিৱস পালন কৰা হয়।

sivsagar-swahid-divash
শিৱসাগৰত শ্বহীদ দিৱস পালন

জাতিৰ মান ৰক্ষাৰ বাবে প্রাণ বিসর্জন দিয়া ৮৫৫ জন শ্বহীদৰ লগতে বিগত বর্ষত কা আন্দোলনত পাঁচজনকৈ অসমীয়া তেজাল ডেকাৰ ত্যাগকো শ্রদ্ধাৰে সুঁৱৰিলে আছুৱে । লগতে 'কা' আইন বাতিল নকৰালৈকে গণতান্ত্ৰিক ভাৱে আছুৰ আন্দোলন অব্যাহত থাকিব বুলিও জানিবলৈ দিয়ে । সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই বৃহস্পতিবাৰে সন্ধিয়া জাতিধ্বংসী নাগৰিকত্ব (সংশোধনী) আইন ২০১৯ বাতিলৰ দাবীত নগৰৰ মাজমজিয়াৰ বৰ্ডিং খেলপথাৰৰ পৰা এক "জোঁৰ সমদল" কাৰ্যসূচীও হাতত লৈছে বুলি জানিবলৈ দিছে।
লগতে পঢ়ক: ঢোলে-ডগৰে নাচি বাগি গৰু গাড়ীত আনিলে কইনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.