ETV Bharat / state

শিৱসাগৰৰ ভয়াৱহ পথ দুৰ্ঘটনাত নিহত এগৰাকী লোক - নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনা সংঘটিত

দেওবাৰে নিশা শিৱসাগৰত সংঘটিত হয় এক ভয়াৱহ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত নিহত হয় মুজিবুৰ ৰহমান নামৰ এগৰাকী লোক ৷ প্ৰৱল বৰষুণৰ ফলত সৃষ্টি হোৱা হোৱা বোকাময় পথত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ স্থানীয় লোকৰ ৷

শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা
author img

By

Published : Jan 20, 2020, 9:38 AM IST

শিৱসাগৰ, 20 জানুৱাৰীঃ শিৱসাগৰ চহৰৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাইপাছত দেওবাৰে নিশা সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত নিহত হয় মুজিবুৰ ৰহমান নামৰ এগৰাকী লোক ৷ AS-02BC-3981 নম্বৰৰ মাছ কঢ়িওৱা টাটা ডি আই গাড়ীখন নিশা প্ৰায় 2 মান বজাত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত পৰি এই দুৰ্ঘটনা সংঘটিত হয় ৷ নিশা প্ৰৱল বৰষুণৰ ফলত সৃষ্টি হোৱা হোৱা বোকাময় পথৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰাৰ লগতে,যথা সময়মত ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন স্থানীয় লোকৰ ৷

শিৱসাগৰৰ ভয়াৱহ পথ দুৰ্ঘটনাত নিহত এগৰাকী লোক

লগতে পঢ়কঃ আমগুৰিত আবকাৰী বিভাগৰ অভিযানত সুৰাভৰ্তি ট্ৰাক জব্দ

Intro:Body:*শিৱসাগৰত নিশা সংঘটিত পথ দূৰ্ঘটনাত এজন নিহত*

Story- ROAD_ACCIDENT
Ananta Smith
Sivasagar
20th January

শিৱসাগৰ নগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাইপাছত যোৱা নিশা সংঘটিত এক পথ দূৰ্ঘটনাত এজন লোকৰ মৃত্যু হয়।AS-02-BC-3981নম্বৰৰ মাছ কঢ়িওৱা টাটা ডিআই গাড়ীখন নিশা প্ৰায় ২ মান বজাত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত পৰি যোৱাৰ ফলত গাড়ীখনত অহা সহযোগী মুজিবুৰ ৰহমানৰ মৃত্যু হয়।নগাঁওৰ পৰা ডিব্রুগড় লৈ মাছ কঢ়িয়াই অনা গাড়ীখনৰ চালকজনে পলায়ন কৰে।নিশা প্ৰৱল বৰষুণৰ ফলত বোকাময় হোৱা পথৰ বাবে দূৰ্ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে।আনহাতে আৰক্ষী সময়ত উপস্থিত নোহোৱাৰ আভিযোগো উত্থাপন কৰিছে স্থানীয় লোকে।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.