ETV Bharat / state

শিৱসাগৰ সোনাৰীত শোচনীয় পথক লৈ কংগ্ৰেছ দলৰ প্ৰতিবাদ

author img

By

Published : Sep 11, 2020, 3:46 PM IST

হাতত জাল,জাকৈ আদি লৈ ৰাজপথত মাছ ধৰিবলৈ আহিল কংগ্ৰেছ কৰ্মীসকল ৷ সোণাৰি নগৰ ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত আৰু ৱাৰ্ড কংগ্ৰেছ কমিটীৰ সহযোগত পথৰ দুৰৱস্থাৰ বাবে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷

শোচনীয় পথক লৈ কংগ্ৰেছ দলৰ প্ৰতিবাদ
শোচনীয় পথক লৈ কংগ্ৰেছ দলৰ প্ৰতিবাদ

শিৱসাগৰ, 11 চেপ্তেম্বৰঃ ৰাজ্যৰ বাট পথৰ শোচনীয় অৱস্থা আৰু সংবাদ তেনেধৰণৰ বাতৰি প্ৰকাশ পোৱাটো এটা সাধাৰাণ ঘটনাত পৰিণত হৈছে ৷ চৰকাৰে যিমানেই উন্নতিৰ কথা ক'লেও ৰাজ্যৰ বহু স্থানত বাট পথৰ শোচনীয় অৱস্থাই জীয়াতু ভোগাইছে সাধাৰণ জনতাক ৷ শুকুৰবাৰে শিৱসাগৰৰ সোণাৰিত অসম-নগালেণ্ড সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত পথৰ দুৰৱস্থাৰ বাবে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে কংগ্ৰেছ কৰ্মীসকলে ৷

শোচনীয় পথক লৈ কংগ্ৰেছ দলৰ প্ৰতিবাদ
হাতত জাল,জাকৈ আদি লৈ ৰাজপথত মাছ ধৰিবলৈ আহিল কংগ্ৰেছ কৰ্মীসকল ৷ সোণাৰি নগৰ ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত আৰু ৱাৰ্ড কংগ্ৰেছ কমিটীৰ সহযোগত পথৰ দুৰৱস্থাৰ বাবে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ প্ৰতিবাদকাৰীসকলে শীঘ্ৰেই সোণাৰি-নামতোলা সংযোগী জৰাজীৰ্ণ পথটো মেৰামতিৰ দাবী জনাই।ৰাষ্ট্ৰীয় ঘাইপথটো অতিশীঘ্ৰে নিৰ্মাণ কৰাৰ দাবী জনাই দিনৰ ভাগত প্ৰতিবাদী লোকসকলে গড়কাপ্তানী বিভাগ মুৰ্দাবাদ,বিজেপি চৰকাৰ গ' বেক ধ্বনিৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী।লগতে চাওকঃ বিশ্ববিদ্যালয়-মহাবিদ্যালয়ৰ মুৰব্বীৰ সৈতে ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.