ETV Bharat / state

লক্​ ডাউনৰ ফলত স্থগিত হ'ল শৰৎ মহন্ত সোঁৱৰণি বক্তৃতা অনুষ্ঠান

author img

By

Published : Apr 30, 2020, 3:45 PM IST

Updated : Apr 30, 2020, 5:35 PM IST

শৰৎ মহন্ত স্মাৰক আধাৰ আৰু শিৱসাগৰ প্ৰেছ ক্লাৱৰ সদস্য সকলে জনায় যে বিগত ছটা বছৰে ১ মে'ত তেওঁৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি শৰৎ মহন্ত ফাউণ্ডেছন আৰু ৰয়েল গ্লৱেল ইউনিভাৰচিটিৰ উদ্যোগত স্মাৰক বক্তৃতা অনুষ্ঠিত কৰা হৈছিল।

শিৱসাগৰ
শিৱসাগৰ

শিৱসাগৰ, 30 এপ্ৰিলঃ লক্​ ডাউনৰ ফলত স্থগিত কৰা হ'ল বিশিষ্ট শিক্ষাবিদ তথা মানৱ অধিকাৰ কৰ্মী প্ৰয়াত শৰৎ মহন্তৰ সোঁৱৰণি বক্তৃতা অনুষ্ঠান । বৃহস্পতিবাৰে শিৱসাগৰ প্ৰেছক্লাৱত এই বিষয়ে জনায় বক্তৃতানুষ্ঠানখনৰ উদ্যোক্তা সমিতিয়ে ৷

লক্​ ডাউনৰ ফলত স্থগিত হ'ল শৰৎ মহন্ত সোঁৱৰণি বক্তৃতা অনুষ্ঠান

বিগত ছটা বছৰে ১ মে'ত তেওঁৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি শৰৎ মহন্ত ফাউণ্ডেছন আৰু ৰয়েল গ্লৱেল ইউনিভাৰচিটিৰ উদ্যোগত স্মাৰক বক্তৃতা অনুষ্ঠিত কৰা হৈছিল। কিন্তু লক্​ ডাউনৰ ফলত আগন্তুক ১ মে' আৰু ১৮ জুনত শিৱসাগৰ প্ৰেছক্লাৱ আৰু শিৱসাগৰ কলেজৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া বক্তৃতা অনুষ্ঠান বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে উদ্যোক্তা মণ্ডলীয়ে ৷

Last Updated : Apr 30, 2020, 5:35 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.