আমগুৰি,1 নৱেম্বৰঃ শৰৎ কালৰ ৰাতি বিতোপন...কৃষ্ণ বন্দনাৰে মুখৰিত হ'ব সমগ্ৰ ৰাজ্য ৷ যাৰ বাবে উজনিৰ পৰা নামনিলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে শ্ৰীকৃষ্ণ ৰাস মহোৎসৱৰ ৷ ইতিমধ্যে চৌদিশে শ্ৰী শ্ৰী কৃষ্ণ ৰাসলীলাৰ ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে ৷ ৰাসলীলা আখৰাত ব্যস্ত হৈ পৰিছে শিশুৰ পৰা বৃদ্ধলৈ ৷ ইয়াৰ সমান্তৰালকৈ আমগুৰি দিখৌমুখত ১১ আৰু ১২ নৱেম্বৰত দুদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে শ্ৰী শ্ৰী কৃষ্ণ ৰাসলীলা মহোৎসৱ ৷ গোপ-গোপী,শিশু শ্ৰীকৃষ্ণৰ অভিনয় কৰিব লগীয়া সকলো এতিয়া ব্যস্ত হৈ পৰিছে আখৰাত ৷ উল্লেখ্য যে যোৱা ৩৪ বছৰে দিখৌমুখত শ্ৰী শ্ৰী কৃষ্ণ ৰাসলীলা মহোৎসৱ অনুষ্ঠিত কৰি আহিছে ৷
দিখৌমুখত শ্ৰী শ্ৰী কৃষ্ণ ৰাসলীলাৰ ব্যাপক প্ৰস্তুতি - rash utsabh programme in sivsagar
আমগুৰি দিখৌমুখত শ্ৰী শ্ৰী কৃষ্ণ ৰাসলীলাৰ ব্যাপক প্ৰস্তুতি ৷ কিশোৰ কিশোৰীসকল ব্যস্ত এতিয়া ৰাসলীলা আখৰাত ৷
আমগুৰি,1 নৱেম্বৰঃ শৰৎ কালৰ ৰাতি বিতোপন...কৃষ্ণ বন্দনাৰে মুখৰিত হ'ব সমগ্ৰ ৰাজ্য ৷ যাৰ বাবে উজনিৰ পৰা নামনিলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে শ্ৰীকৃষ্ণ ৰাস মহোৎসৱৰ ৷ ইতিমধ্যে চৌদিশে শ্ৰী শ্ৰী কৃষ্ণ ৰাসলীলাৰ ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে ৷ ৰাসলীলা আখৰাত ব্যস্ত হৈ পৰিছে শিশুৰ পৰা বৃদ্ধলৈ ৷ ইয়াৰ সমান্তৰালকৈ আমগুৰি দিখৌমুখত ১১ আৰু ১২ নৱেম্বৰত দুদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে শ্ৰী শ্ৰী কৃষ্ণ ৰাসলীলা মহোৎসৱ ৷ গোপ-গোপী,শিশু শ্ৰীকৃষ্ণৰ অভিনয় কৰিব লগীয়া সকলো এতিয়া ব্যস্ত হৈ পৰিছে আখৰাত ৷ উল্লেখ্য যে যোৱা ৩৪ বছৰে দিখৌমুখত শ্ৰী শ্ৰী কৃষ্ণ ৰাসলীলা মহোৎসৱ অনুষ্ঠিত কৰি আহিছে ৷
আমগুৰি দিখৌমুখত শ্ৰী শ্ৰী কৃষ্ণ ৰাসলীলাৰ ব্যাপক প্ৰস্তুতি দেখা গৈছে
কিশোৰ কিশোৰীসকল ব্যস্ত হৈ আছে
ৰাসলীলা আখৰা কৰাত
১১ আৰু ১২ নৱেম্বৰত দুদিনীয়াকৈ অনুষ্ঠিত কৰা শ্ৰী শ্ৰী কৃষ্ণ ৰাসলীলা মহোৎসৱৰ বাবে গোপ-গোপী, শিশু শ্ৰীকৃষ্ণ অভিনয় কৰিব লগা সকলোৱে ব্যস্ত আখৰাত
ৰাসলীলাৰ অমৃত সিন্ধু পাণ কৰি পৰম জনৰ লগত একাত্ম হৈ পৰমানন্দত নিমজ্জিত হোৱাৰ মানসেৰে দিখৌমুখবাসীয়ে অনুষ্ঠিত কৰে শ্ৰী শ্ৰী কৃষ্ণ ৰাসলীলা মহোৎসৱ
যোৱা ৩৪ বছৰে শ্ৰী শ্ৰী কৃষ্ণ ৰাসলীলা মহোৎসৱ অনুষ্ঠিত কৰা দিখৌমুখবাসীয়ে ৰাইজৰ সহযোগিতা কামনা কৰিছে
সমীৰণ দুৱৰা আমগুৰিConclusion: